● পলাশবাৰী ছান ফাৰ্মাত উৎপাদন কৰা হ’ব ক’ভিড ভেকচিন ৰেমডেচিভি ।
● ৰাজ্যখনক ১০ হেজাৰ ভেকচিন প্ৰদান কৰিব কোম্পেনীটোৱে ।
● জৰুৰীকালীন পৰিস্থিতিত চৰকাৰী মূল্যতে প্ৰদান কৰিব ভেকচিন ।
● উৎপাদন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
In what shall give comfort to all, pleased to share that I visited @SunPharma_Live plant Palasbari, which has a capacity of 80K #Remdesivir vials production per week. Requested them to speed up production & rollout.
They would support Assam as well. pic.twitter.com/yQip4zRpry
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) April 25, 2021