Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    MLA Padma Hazarika:আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাৰ হত্যাৰ চিবিআাই তদন্তৰ দাৱী বিধায়ক পদ্মৰ

    PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    পাকিস্তানৰ বিমান আক্ৰমনৰ পাছতে তালিবানৰ হুংকাৰ— “আক্ৰমণ বন্ধ নকৰিলে উড়াই দিম ইছলামাবাদ, কৰাচি”

    ছত্তিশগড়ত বায়ুসেনাৰ উইং কমাণ্ডাৰৰ মৃত্যু, ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ দেহ

    দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

    অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মোদীৰ ইস্তাহাৰ বিচাৰি কৰা পোষ্ট বন্ধ কৰিলে ফেচবুকে

publisher by publisher
April 29, 2021
in Apps, India, News, Tech
Reading Time: 1 min read
0
মোদীৰ ইস্তাহাৰ বিচাৰি কৰা পোষ্ট বন্ধ কৰিলে ফেচবুকে
2
SHARES
20
VIEWS
ShareShareShareShare

কৃষক আন্দোলন আৰু ক’ভিড সংকটক লৈ চৰকাৰৰ সমালোচনা কৰাৰ বাবে পূৰ্বেও সাংসদ-বিধায়কসকলৰ টুইট ডিলিট কৰি দিয়া হৈছিল ।  এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ দাবী উত্থাপন কৰি আৰম্ভ হোৱা হেছটেগ দিয়া কেইহেজাৰমান পোষ্ট স্তব্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হ’ল ফেচবুকৰ বিৰুদ্ধে ।‌ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত মৰ্মে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন হয় । অৱশ্যে ভুলৱশতঃ হেছটেগসমূহ স্তব্ধ কৰি দিয়া হৈছিল বুলি জনায় ফেচবুক কৰ্তৃপক্ষই ।

ADVERTISEMENT

দেশৰ কৰ’না সংকটৰ ভয়াবহ পৰিস্থিতিৰ বাবে আৰু স্বাস্থ্য ব্যৱস্থাত হোৱা বিপৰ্যয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰকে দোষী সাব্যস্ত কৰিছে একাংশই । নিজৰ দায়িত্ব পূৰণত ব্যৰ্থ হোৱা বুলি দাবী উত্থাপন কৰি সামাজিক মাধ্যমত #ৰিজাইনমোদী লিখি পোষ্ট কৰে তেওঁলোকে । কালি পুৱাৰ পৰাই ফেচবুক আৰু টুইটাৰত জনপ্ৰিয় হৈ পৰে এই ট্ৰেণ্ড ।

RelatedPosts

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অসম জাতীয় পৰিষদৰ ১৮ টা প্ৰশ্ন — উত্তৰ কেতিয়া পাম?

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

কিন্তু কালি ফেচবুকে কিছু সময়ৰ বাবে হেছটেগ বন্ধ কৰি দিয়ে । #ৰিজাইনমোদী লিখি পোষ্ট কৰিবলৈ ল’লেই সেইটো ব্লক কৰি দিয়া হয় । লগতে #ৰিজাইনমোদী বুলি কৰা সকলো পোষ্ট ডিলিট কৰি দিয়া হয় । কোৱা হয়, এই হেছটেগ ফেচবুকৰ পৰিপন্থী । ফলত কিছু সময়ৰ বাবে হেছটেগ দি কৰা পোষ্ট পঢ়িব নোৱাৰা হৈ যায় । কেৱল ভাৰতৰ বাবেই হেছটেগ বন্ধ কৰি দিয়া হয় । আমেৰিকা, কানাডা আৰু ব্ৰিটেইনৰ লোকে পঢ়িব পাৰিছিল ।

এই সন্দৰ্ভত এটাৰ পাছত আনটো অভিযোগ উত্থাপন হোৱাৰ পাছতে ফেচবুকৰ বিৰুদ্ধে সৰৱ হয় সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতে ফেচবুক কৰ্তৃপক্ষই তেওঁলোকৰ বাক্ স্বাধীনতা খৰ্ব কৰিছে বুলি অভিযোগ কৰে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে । বহুতে ফেচবুক বয়কট কৰিবৰ বাবেও হুংকাৰ দিয়ে ।

ইয়াৰ কেইঘন্টামানৰ পাছতেই সেই হেছটেগ দি কৰা পোষ্ট পুনৰ প্ৰত্যক্ষ হ’বলৈ লয় । এই সন্দৰ্ভত ফেচবুকৰ মুখপাত্ৰ এণ্ডি ষ্ট’নে কয়, ‘ভুলৱশতঃ সেই হেছটেগ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল । ভাৰত চৰকাৰৰ নিৰ্দেশত নহয় । সেইটো আমি পুনৰ আৰম্ভ কৰি দিছো ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Andy StoneNarendra Modi
publisher

publisher

Related Posts

MLA Padma Hazarika:আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাৰ হত্যাৰ চিবিআাই তদন্তৰ দাৱী বিধায়ক পদ্মৰ
News

March 13, 2026
PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
News

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

March 13, 2026
পাকিস্তানৰ বিমান আক্ৰমনৰ পাছতে তালিবানৰ হুংকাৰ— “আক্ৰমণ বন্ধ নকৰিলে উড়াই দিম ইছলামাবাদ, কৰাচি”
News

পাকিস্তানৰ বিমান আক্ৰমনৰ পাছতে তালিবানৰ হুংকাৰ— “আক্ৰমণ বন্ধ নকৰিলে উড়াই দিম ইছলামাবাদ, কৰাচি”

March 13, 2026
ছত্তিশগড়ত বায়ুসেনাৰ উইং কমাণ্ডাৰৰ মৃত্যু, ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ দেহ
News

ছত্তিশগড়ত বায়ুসেনাৰ উইং কমাণ্ডাৰৰ মৃত্যু, ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ দেহ

March 13, 2026
দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী
India

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

March 13, 2026
অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক
News

অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

March 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d