প্ৰমিলা ৰাণী ব্ৰহ্মতকৈ ১২ হেজাৰ ভোটত আগবাঢ়ি আছে ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী

download 5

পূব কোকৰাঝাৰ সমষ্টিত অষ্টম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন |

অষ্টম ৰাউণ্ডৰ অন্তত ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰে লাভ কৰিছে ৩৪,৯২৬টা ভোট |

বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই লাভ কৰিছে ২২১২৭টা ভোট |

ব্ৰহ্মতকৈ ১২৭৯৯টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ইছলাৰীৰে |

Exit mobile version