Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Education

ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে শিশুৰ বাবে নিৰ্মাণ কৰিলে ‘হেঁপাহৰ চিলাখন’

publisher by publisher
May 6, 2021
in Assam, Education, India, News
Reading Time: 1 min read
0
ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে শিশুৰ বাবে নিৰ্মাণ কৰিলে ‘হেঁপাহৰ চিলাখন’
3
SHARES
32
VIEWS
ShareShareShareShare

ক’ভিড-১৯ এ এনেকুৱা এটা বিশৃংখল তথা জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে যে যোৱা বৰ্ষত শিশুসকলে আনুষ্ঠানিক শিক্ষা লাভৰ লগতে বিভিন্ন ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।

ADVERTISEMENT

ঠিক সেই সময়তে গুৱাহাটীস্থিত ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে আন এটা বিকাশমূলক কাৰ্যপন্থা হাতত লৈছে। যাৰ উদ্দেশ্য হ’ল ক’ভিড-১৯ৰ সময়ছোৱাত শিশুসকলৰ আশা-আকাংক্ষা সজীৱ কৰি ৰখা যাতে ক’ভিড-১৯ মহামাৰীৰ পাছত পৰিৱৰ্তিত বিশ্বৰ লগত শিশুসকলে মিলি চলিব পাৰে।

RelatedPosts

No Content Available

ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে ইউনিচেফ, অসম আৰু সমগ্ৰ শিক্ষা অভিযানৰ যৌথ প্ৰচেষ্টাত শিশুৰ বাবে এখন ব্যঙ্গ চিত্ৰ কিতাপ ইংৰাজীত ‘Kiting High’ আৰু অসমীয়াত ‘হেঁপাহৰ চিলাখন’ নামেৰে প্ৰস্তুত আৰু প্ৰকাশ কৰি উলিয়ায়। এই কিতাপখনত শিশুসকলে প্ৰথমাৱস্থাত ক’ভিড কালত কেনেধৰণৰ সংগ্ৰাম বা পৰিস্থিতিৰ সন্মুখীন হ’বলগা হৈছে আৰু পৰৱৰ্তী সময়ত পৰিৱৰ্তিত বিশ্বৰ লগত কেনেকৈ মিলি চলিব পাৰি তাৰ এখন স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰিছে।

ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ড° অংকুৰণ দত্তই কয় যে, “এই কিতাপখনত শিশুসকলে ক’ভিড-১৯ ৰ সময়ছোৱাত গাঁও আৰু চহৰৰ পৰিৱৰ্তনৰ বিষয়ে স্ব-চক্ষুৰে দেখিবলৈ পায়। এই কাহিনীটো হৈছে ৰশ্মিৰ, যিয়ে চহৰৰ পৰা বলিনহঁতৰ গাঁৱলৈ আহিছিল আৰু ক’ভিড-১৯ অতিমাৰীৰ বাবে সিহঁতৰ ঘৰতে সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছিল।”

লগতে ড° দত্তই কয় যে, “তলাবন্ধৰ সময়ছোৱাত শিশুসকলে ঘৰতে আৱদ্ধ হৈ থকাতো সিহঁতৰ বাবে অতি জটিল হৈ পৰে; কিন্তু পৰিৱৰ্তিত পৰিস্থিতিৰ বিষয়ে সিহঁতে জানিবলৈ বিচাৰে। গতিকে ক’ভিড কালত পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই চলিবলৈ আৰু জীৱন নিৰ্বাহৰ নতুন পদ্ধতি অৰ্থাৎ ক’ভিড-১৯ ৰ নীতি-নিয়মবোৰ মানি চলিবলৈ শিশুসকলে অতি সোনকালে শিকি লৈছে।”

অতিমাৰীৰ সময়ত ‘হেঁপাহৰ চিলাখনে’ শিশুসকলৰ শিক্ষাৰ বাবে এক নতুন পৰিৱেশৰ সূচনা কৰিছে। শিশুৰ বাবে এইখন এখন অতি আনন্দদায়ক কিতাপ আৰু ইয়াৰে কাহিনীটো গাঁৱলীয়া আৰু চহৰৰ ধুনীয়া ছবিৰ জৰিয়তে বৰ্ণনা কৰা হৈছে।

ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে অলপতে ‘হেঁপাহৰ চিলাখন’ ব্যঙ্গধৰ্মী কিতাপখন ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত উপলব্ধ ন্যাসটোৰ অফিচিয়েল ৱেবচাইটত HTTPS://www.armt.in/covid-19 । ন্যাসটোৱে সকলো জনগনৰ লগতে শিশুসকলোকো যিমান পাৰি সিমান ইয়াৰ বহুল প্ৰচাৰৰ বাবে আহ্বান জনাইছে।

শিশুসকলে সন্মুখীন হোৱা কিছুমান সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ক’ভিড-১৯ ৰ বিষয়ে কাহিনীৰ জৰিয়তে কিছুমান তথ্য প্ৰচাৰ কৰা ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ এইটো এটা অতি উল্লেখযোগ্য পদক্ষেপ। পূৰ্বতেও এই ন্যাসটোৱে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত ‘ম’টিভেচ্যন’ নামেৰে এখন মাল্টিমিডিয়া ইণ্টাৰেক্টিভ ডকুমেণ্ট নিৰ্মাণ কৰিছিল আৰু যিখনে ক’ভিড-১৯ ৰ সময়ছোৱাত উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষাৰ্থীসকলক যথেষ্ট সহায় কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল দেশৰ প্ৰায় তিনি কোটিতকৈয়ো অধিক উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱা কাৰণ ক’ভিড-১৯ অতিমাৰীৰ সময়ত এই শিক্ষাৰ্থীসকলে নিজৰ নিজৰ কোঠাত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dr Anamika Ray Memorial Trust
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d