Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

নিউয়ৰ্কত গুটৰেছৰ স’তে বৈঠকত মিলিত হ’ল জয়শংকৰ, মূল আলোচ্য বিষয় প্ৰতিষেধক

publisher by publisher
May 27, 2021
in India, News
Reading Time: 1 min read
0
নিউয়ৰ্কত গুটৰেছৰ স’তে বৈঠকত মিলিত হ’ল জয়শংকৰ, মূল আলোচ্য বিষয় প্ৰতিষেধক
2
SHARES
21
VIEWS
ShareShareShareShare

আমেৰিকা ভ্ৰমণৰ তৃতীয় দিনাখন ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টোনিঅ’ গুটৰেছৰ স’তে বৈঠকত মিলিত হ’ল ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হোৱা হেতুকে এইয়ে প্ৰথম গুটৰেছৰ স’তে প্ৰত্যক্ষভাৱে বৈঠকত মিলিত হ’ল বৈদেশিক মন্ত্ৰীগৰাকী ।

ADVERTISEMENT

অন্য সময়ত বৈঠক অনুষ্ঠিত হোৱা হ’লে আলোচনাৰ বাবে সন্ত্ৰাসবাদ, আন্তৰ্জাতিক নিৰাপত্তা, দক্ষিণ -পশ্চিম এছিয়াৰ ভূ-কৌশলগত পৰিস্থিতি, আফগানিস্তানৰ পৰা আমেৰিকাৰ সেনা প্ৰত্যাহাৰত ভাৰতৰ সম্ভাৱ্য ভূমিকা ইত্যাদি বিষয়ে অগ্ৰাধিকাৰ লাভ কৰিল হয় । কিন্তু কূটনৈতিক সূত্ৰ অনুসৰি, আজিৰ বৈঠকত এই বিষয়সমূহ উত্থাপন হৈছিল যদিও ক’ভিড প্ৰতিষেধকে আলোচনাৰ মূল বিষয়বস্তু আছিল ।

RelatedPosts

“যদি ভাৰতীয় শোধিত তেল কিনাৰ সমস্যা হয় তেন্তে কিনিব নালাগে” জয়শংকৰ

ডোভালৰ পাছত এইবাৰ মস্কোলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ ! 

‘কাকুতি-মিনতিৰো লাভ নাই ‘সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে

সম্প্ৰতি গুটৰেছে কৰ’নাৰ দ্বিতীয় ঢৌৰ পাছত ভাৰতৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ কৰ’নাৰ বিৰুদ্ধে যুঁজত নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰশাসনিক ব্যৰ্থতাৰ বিষয়েও সৰৱ হয় ।

আজিৰ বৈঠকত অতিমাৰীৰ ফলত ভাৰতে সন্মুখীন হোৱা তৎকালীন আৰু পৰৱৰ্তী প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা হয় । সূত্ৰ অনুসৰি, অতিমাৰীৰ সমস্যা সমাধান কৰিবৰ বাবে মোদী চৰকাৰে ভৱিষ্যতে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেই বিষয়ে জয়শংকৰৰ পৰা জানিব বিচাৰিছে গুটৰেছে ।

ঘণ্টাজুৰি হোৱা বৈঠকৰ পাছত জয়শংকৰে টুইট কৰে, ‘ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ স’তে সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত সামগ্ৰিক আলোচনা হৈছে । কৰ’না পৰিস্থিতিৰ বাবে সৃষ্টি হোৱা প্ৰত্যাহ্বান, আন্তৰ্জাতিক স্তৰত প্ৰতিষেধকৰ ব্যৱস্থা, প্ৰতিষেধক সৰবৰাহ অক্ষুণ্ণ ৰখা, উৎপাদনৰ হাৰ বৃদ্ধি কৰা আৰু এইবোৰ যাতে ৰাষ্ট্ৰৰ ভিতৰত ন্যায্যভাৱে বণ্টন হয় সেই বিষয়ত আলোচনা হৈছে ।’

A warm & comprehensive meeting with UN Secretary General @antonioguterres.

Discussed the Covid challenge,underlining the importance of finding urgent&effective global vaccine solutions.Critical to ramp up the vaccine supply chain to ensure greater production&fairer distribution pic.twitter.com/fDAwTyNCRt

— Dr. S. Jaishankar (Modi Ka Parivar) (@DrSJaishankar) May 25, 2021

ভাৰতে সম্প্ৰতি প্ৰতিষেধকৰ বাবে প্ৰত্যক্ষভাৱে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল । নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ স’তে প্ৰতিষেধকৰ সৰবৰাহ অক্ষুণ্ণ ৰখাৰ দাবী কৰি, বাইডেন চৰকাৰকো বাৰ্তা দিলে ভাৰতে । এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকাক ভাৰতৰ পক্ষত ৰাখি যথাসম্ভৱ প্ৰতিষেধক আদায় কৰাটোৱে লক্ষ্য বুলি মত পোষণ কৰে কূটনৈতিক শিবিৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Antonio GuterresS Jaishankar
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d