Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছত্তিশগড়ত বায়ুসেনাৰ উইং কমাণ্ডাৰৰ মৃত্যু, ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ দেহ

    দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

    অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

    Dr. Hiren Gohain:আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্ৰ নিন্দা নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতিৰ 

    Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত

    সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অনলাইন পাঠগ্রহণত অতিষ্ঠ ছবছৰীয়া কাশ্মীৰী কন্যাৰ প্ৰধানমন্ত্রীক প্রশ্ন ‘শিশুক ইমান হেঁচা দিছে কিয় ?’

publisher by publisher
June 2, 2021
in India, News
Reading Time: 1 min read
0
অনলাইন পাঠগ্রহণত অতিষ্ঠ ছবছৰীয়া কাশ্মীৰী কন্যাৰ প্ৰধানমন্ত্রীক প্রশ্ন ‘শিশুক ইমান হেঁচা দিছে কিয় ?’
2
SHARES
22
VIEWS
ShareShareShareShare

মাত্র ৪৫ ছেকেণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হ’ল সামাজিক মাধ্যমত। মাত্র ছবছৰীয়া বয়সৰ এগৰাকী স্কুলীয়া কন্যাই এই ভিডিঅ’ৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক নিজৰ এক অভিযােগ দাখিল কৰিলে।

ADVERTISEMENT

কাশ্মীৰ নিবাসী কণমানি কন্যাই ভিডিঅ’ত অভিযােগ কৰা মতে, কৰ’না কালত অনলাইনযােগে পাঠ গ্ৰহণ কৰিবলৈ গৈ দেশৰ শিশুসকল চৰম নির্যাতনৰ ভুক্তভােগী হ’বলগা হৈছে।

RelatedPosts

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অসম জাতীয় পৰিষদৰ ১৮ টা প্ৰশ্ন — উত্তৰ কেতিয়া পাম?

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

অনলাইন পাঠগ্রহণৰ হেঁচাত অতিষ্ঠ হৈ শিশুটিয়ে দেশৰ প্ৰধানমন্ত্রীক অভিযােগ দিলে। বিগত এবছৰৰাে অধিক ধৰি দেশৰ বিভিন্ন ৰাজ্যত বিদ্যালয় বন্ধ হৈ আছে।

এনে পৰিস্থিতিত ছাত্র-ছাত্রীসকলে অনলাইনত অধ্যয়ন কৰিব লগা হৈছে। কাশ্মীৰৰ কণমানি ছাত্রীগৰাকীয়ে সংক্ষিপ্ত অভিযােগ বার্তাত দাবী কৰি কয় যে অনলাইনত অধ্যয়নৰ ক্ষেত্ৰত শিশুসকল যথেষ্ট হেঁচাৰ সন্মুখীন হৈছে।

ছবছৰীয়া কন্যা গৰাকীয়ে কয় যে পুৱা ১০টাৰ পৰা দুপৰীয়া দুটালৈ তেওঁলােকে ক্লাছ কৰিব লগা হয়। ইংৰাজী, গণিত, উর্দু, ইভিএছ আৰু অন্যান্য কিছু বিষয়ৰ প্ৰতিদিনে পাঠগ্রহণ কৰিব লাগে।

কণমানি শিশুক কিয় ইমান হেঁচা দিয়া হৈছে বুলি প্ৰশ্ন কৰি ছাত্ৰীগৰাকীয়ে কয় যে ইয়াৰ বাদেও তেওঁলােকে হােমৱৰ্ক কৰিব লগা হয়। বিষয়টোৰ সন্দৰ্ভত প্রধানমন্ত্রী হস্তক্ষেপ দাবী কৰি কণমানি কন্যাই কয়, ‘আপুনি শুনিছে নে মােদীজী ?’

Very adorable complaint. Have directed the school education department to come out with a policy within 48 hours to lighten burden of homework on school kids. Childhood innocence is gift of God and their days should be lively, full of joy and bliss. https://t.co/8H6rWEGlDa

— Office of LG J&K (@OfficeOfLGJandK) May 31, 2021

মােদী চাহাবে এই বিষয়ত গুৰুত্ব দিয়া উচিত। এতিয়ালৈকে কাশ্মীৰী কন্যাৰ পৰিচয় জ্ঞাত হােৱা নাই যদিও সামাজিক মাধ্যমত কণমানি ছাত্রীগৰাকীয়ে উত্থাপন কৰা সমস্যাৰ প্ৰসংগটোৱে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত যথেষ্ট চর্চা লাভ কৰিছে।

ভিডিঅ’টো ভাইৰেল হােৱাত সক্রিয় হ’ল জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনােজ সিনহা। ছাত্র-ছাত্রীৰ অনলাইন ক্লাছৰ এক নির্দিষ্ট নীতি নির্ধাৰণ কৰিবলৈ ৰাজ্যপালে শিক্ষা বিভাগক ৪৮ ঘণ্টা সময় প্রদান কৰিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jammu and KashmirNarendra Modi
publisher

publisher

Related Posts

ছত্তিশগড়ত বায়ুসেনাৰ উইং কমাণ্ডাৰৰ মৃত্যু, ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ দেহ
News

March 13, 2026
দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী
India

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

March 13, 2026
অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক
News

অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

March 13, 2026
Dr. Hiren Gohain:আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্ৰ নিন্দা নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতিৰ 
News

Dr. Hiren Gohain:আমেৰিকা-ইজৰাইলে ইৰাণৰ ওপৰত যুদ্ধ জাপি দি ইৰাণৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্ৰ নিন্দা নাগৰিকত্ব আইন সংশোধনী(কা) বিৰোধী সমন্বয় সমিতিৰ 

March 13, 2026
Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত
News

Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত

March 13, 2026
সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা
News

সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা

March 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d