Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ জিলাখনৰ বাবে ভিজন ডকুমেণ্ট যুগুত কৰা সন্দৰ্ভত পৰ্যালোচনা

এসপ্তাহৰ ভিতৰত প্ৰতিটো বিভাগৰ ভৱিষ্যদৰ্শী পৰিকল্পনাৰে উপায়ুক্তৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ জিলা মুৰব্বীসকলক নিৰ্দেশ

publisher by publisher
June 14, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ জিলাখনৰ বাবে ভিজন ডকুমেণ্ট যুগুত কৰা সন্দৰ্ভত পৰ্যালোচনা
3
SHARES
25
VIEWS
ShareShareShareShare

স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰত জিলাখনৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে জিলাখনৰ সৰ্বাংগীন বিকাশৰ বাবে ভিজন ডকুমেণ্ট যুগুত কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে । তেওঁ এসপ্তাহৰ ভিতৰত প্ৰতিটো বিভাগৰ ভৱিষ্যদৰ্শী পৰিকল্পনাৰে উপায়ুক্তৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ জিলা মুৰব্বীসকলক নিৰ্দেশ দিয়ে ।

ADVERTISEMENT

তেওঁ কয় যে এখন উন্নত গোলাঘাটৰ বাবে ভৱিষ্যতৰ সপোন ৰচনা কৰাৰ বাবে প্ৰতিটো বিভাগে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব । জিলাখনৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে ঐক্যবদ্ধভাৱে কাম কৰিলে গোলাঘাটখনক নতুনকৈ সজাই পৰাই ল’ব পৰা যাব বুলি তেওঁ মত প্ৰকাশ কৰে ।

RelatedPosts

Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

লগতে তেওঁ কয় যে ভিজন ডকুমেণ্টত অগ্ৰাধিকাৰৰ বিষয়সমূহ চিনাক্ত কৰি অন্তৰ্ভুক্ত কৰা হ’ব যাতে সেই নিৰ্দিষ্ট বিষয়সমূহত বিশেষভাৱে কাম কৰিব পৰা যায় । ভিজন ডকুমেণ্টত বিকাশ অন্যতম অগ্ৰাধিকাৰৰ বিষয় হ’ব বুলি তেওঁ কয় । আসন্ন বাজেট অধিৱেশনত গোলাঘাটৰ সৰ্বাংগীন বিকাশৰ বাবে এটা পৰিকাঠামো যুগুত কৰিব পৰাকৈ সকলোকে দায়বদ্ধভাৱে নিজৰ নিজৰ বিভাগৰ সমস্যাসমূহৰ সমাধানৰ পথ উলিয়াবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় ।

অনুষ্ঠানত ভাষণ দি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে আমি প্ৰত্যাহ্বানক প্ৰত্যাশালৈ ৰূপান্তৰ কৰিব লাগিব । গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়টো নতুনকৈ নিৰ্মান কৰাৰ বাবে ইতিমধ্যে ৪০ কোটি টকা আবন্টন দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সাধনী বিশ্ববিদ্যালয় স্থাপনৰ বাবেও ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ হাতত সময় নিচেই কম আৰু সেয়েহে প্ৰতিটো মুহুৰ্তৰ মূল্য বুজিব লাগিব । গোলাঘাটত যাতে কোনো আঁচনিৰ নামত ধনৰ আত্মসাৎ নহয় সেইয়া সুনিশ্চিত কৰিব লাগিব বুলি তেওঁ কয় । এটাও দাগ নথকাকৈ আঁচনিসমূহ ৰূপায়ন কৰাত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ।

তেওঁ লগতে কয় যে আমাৰ সম্পদখিনিৰে আমি উন্নয়নৰ দিশত অগ্ৰসৰ হ’ব লাগিব । বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰ প্ৰথম বছৰটোতে এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে লক্ষ্য স্থিৰ কৰিছে । তেওঁ সাঁচি গছৰ খেতিৰে জিলাখনে আৰু অধিক ৰাজহ অৰ্জন কৰিব পাৰে বুলি মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ বিষয়াসকলক ৰাইজৰ সমস্যাসমূহক অৱহেলা নকৰি সঁহাৰি জনাবলৈ আহ্বান জনায় ।

অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে গোলাঘাটৰ এটা ঐতিহাসিক গৰিমা আছে । সেই গৰিমাক সাৰথি কৰি অৰ্থনৈতিক সবলীকৰণ আৰু কৰ্মসংস্থাপনক অগ্ৰাধিকাৰ হিচাপে লৈ অগ্ৰসৰ হ’ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে কাম কৰাৰ ইচ্ছা থাকিলে সফলতা নিশ্চিত আৰু বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কাম কৰাৰ বাবে সদিচ্ছা আছে ।

উন্নয়ন এটা নিৰন্তৰ প্ৰক্ৰিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে অহা পাঁচ বছৰত আমি নতুনত্ব লৈ সমস্যাসমূহ সমাধান কৰিম । তেওঁ প্ৰতিখন আঁচনিৰ সফল ৰূপায়ণৰ বাবে বিষয়া-কৰ্মচাৰীক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । লগতে কাৰ্যালয়ত বিষয়াসকলৰ উপস্থিতিৰ সময় সন্দৰ্ভত এসপ্তাহৰ বাবে সূচী যুগুত কৰি ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়ে যাতে কোনো বিষয়াক লগ পাবলৈ আহি সাধাৰণ লোকসকলে হাৰাশাস্তিৰ সন্মুখীন নহয় ।

অনুষ্ঠানত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে কয় যে আমি সকলোৱে সন্মিলিতভাৱে কাম কৰিব লাগিব যাতে গোলাঘাট জিলাক ৰাজ্যৰ ভিতৰতে এটা স্তম্ভ হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যায় ।

অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ সমষ্টিটোৰ উন্নয়নৰ বাবে বিশেষকৈ সীমান্ত উন্নয়নৰ বাবে কাম কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ।

ইয়াৰ পূৰ্বে জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ এটা আভাস দাঙি ধৰে । তেওঁ অভিভাৱক মন্ত্ৰীগৰাকীক ভিজন ডকুমেণ্টত মিনি সচিবালয় স্থাপনৰ প্ৰস্তাৱো সন্নিৱিষ্ট কৰাৰ বাবে আহ্বান জনায় ।

উপায়ুক্তগৰাকীয়ে পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত জিলাখনৰ ক’ভিড-19 পৰিস্থিতিৰ বিতং ব্যাখ্যা আগবঢ়ায় । আজিৰ বৈঠকত জিলাখনৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া, জিলা প্ৰশাসনৰ বিষয়ববীয়া, মহকুমাধিপতিসকল তথা বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ajanta neogBhabendra Nath BharaliBiswajit PhukanKeshab Mahanta
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d