Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 

ৰাহুল বাবাই ১৫ বছৰ চৰকাৰত থাকি অসমৰ বাবে কি কৰিলে?

publisher by publisher
April 2, 2026
in News
Reading Time: 1 min read
0
Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

Amit Shah Election Rally in Missa:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰাভিযান অন্ত পৰিবলৈ মাজত মাত্ৰ পাঁচটা দিন থকা অৱস্থাত শাসক- বিৰোধীৰ হাই প্ৰফাইল ৰথী- মহাৰথীৰ আগমন ঘটিছে অসমলৈ ৷ সকলো নেতা নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত ইখনৰ পিছত সিখনকৈ প্ৰচাৰ সভাত অংশ ৰাজনীতিৰ বতাহ গৰম কৰি তুলিছে।

ADVERTISEMENT

৪৮ ঘণ্টাৰ বিৰতিত পুনৰ অসমত বৃহস্পতিবাৰে দ্বিতীয় বাৰৰ বাবে অসমত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ কলিয়াবৰত অগপৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলোৱা উদ্দেশ্যৰে বিএছএফৰ বিশেষ বিমানেৰে গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈ তাৰ পৰা হেলিকপ্টাৰে বিয়লি উপস্থিত হয় মিছাত ৷ এই সভাত অংশ লৈ গুৱাহাটীলৈ উভতি গৈ নিশাটো মহানগৰীৰ খানাপাৰাস্থিত কইনাধৰাৰ ৰাজ্যিক অতিথি শালাত ন নৈশ যাপন কৰি শুক্ৰবাৰে অংশ ল’ব বিজেপিৰ মিত্ৰজোঁটা তিনিখন জনসভাত ।

বৃহস্পতিবাৰে কলিয়াবৰৰ মিচা হাইস্কুল খেলপথাৰত ‘বিজয় সংকল্প সমাৰোহ’ত উপস্থিত থাকি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷কংগ্ৰেছৰ শাসন কালত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত এশিঙিয়া গড়ৰ হত্যালীলা আৰম্ভ হৈছিল ৷প্ৰায়ে দৈনিক নিধন হৈছিল অসম গৌৰৱ এশিঙিয়া গড় ৷ আনকি অভয়াৰণ্য খনৰ অধিকাংশ অঞ্চল সন্দেহযুক্ত লোকৰ দখলত আছিল ৷ কিন্ত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছতে কঠোৰভাৱে বেদখলকাৰীক উচ্ছেদ কৰা হয়। যাৰ ফলস্বৰূপে গড় হত্যা বন্ধ হ’ল ৷ কাজিৰঙাৰ সুৰক্ষা আৰুকলিয়াবৰক উন্নয়নৰ গতি তৰাম্বিত কৰাৰ স্বাৰ্থত কেশৱ মহন্তক বিজয়ী কৰিবলৈ আহবান জনাই গৃহমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰি অমিত শ্বাহে কয়, ৰাহুল বাবাই ১৫ বছৰ চৰকাৰত থাকি অসমৰ বাবে কি কৰিলে? কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ থকাৰ পাছতো কংগ্রেছে অসমৰ বাবে একো নকৰিলে। আনকি অসমে ইউপিএ চৰকাৰক প্ৰধানমন্ত্ৰী দিয়াৰ পাছতো অসমক কংগ্ৰেছে একো নিদিলে। ইয়াৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ড:হিমন্ত বিশ্ব শৰ্মাৰ ডবল ইঞ্জিনৰ চৰকাৰে অসমত ব্যাপক উন্নয়ন সাধিলে ৷

অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ বিৰুদ্ধে বিজেপিয়ে কেতিয়াও অৱস্থান নকৰে বুলি মন্তব্য কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়,খিলঞ্জীয়া মুছলমান সকলৰ উন্নয়নৰ বাবে কেতবোৰ আঁচনি প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ইয়ে খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ গতি উচ্চ শিখৰলৈ নিব ৷

আনহাতে বিজেপি চৰকাৰে শ্বহীদক প্রকৃত সন্মান দিছে বুলি উল্লেখ কৰি শ্বাহে কয়, হিমালয়ৰ পৰা কন্যাকুমাৰীলৈ সকলোতে বীৰ লাচিত বৰফুকনৰ বাৰ্তা আমাৰ চৰকাৰে দিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈক প্ৰকৃত সন্মান আমাৰ চৰকাৰে দিলে। ভূপেন দাক ভাৰতৰত্ন আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কার্যকালতে প্রদান কৰা হ’ল। এনেক্ষেত্ৰত ৰাহুল গান্ধীয়ে সপোন দেখা বন্ধ কৰক।

এইবাৰ পুনৰ দিছপুৰত বিজেপি- অগপৰ চৰকাৰ হোৱাটো খাটাং ৷ নিৰ্বাচনৰ পাছতে বিজেপি- অগপই একেলগে উদযাপন কৰিব বিহু ৷ সভাত কলিয়াবৰৰ অগপ প্ৰাৰ্থী কেশৱ মহন্তই কলিয়াবৰত অগপ আৰু বিজেপিৰ শক্তিশালী বন্ধুত্ব আছে বুলি উল্লেখ কৰি বিজেপিৰ পৰা নিলম্বিত হৈ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাজনৰ মিছা কথাত ভোল নাযাবলৈ আহ্বান জনাই ৷ দিছপুৰৰ মচনদ পুনৰ তৃতীয়বাৰ বাবে দখল কৰিবৰ বাবে অগপক ভোট দিবলৈ বিনম্ৰ আহ্বান জনায় অগপ প্ৰাৰ্থী গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aamit shahassam assembly elaction 2026election rallyKaliabarKeshab Mahanta
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d