চিৰাঙত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিলৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

চিৰাঙৰ বাসুগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিলৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ।

অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি কৰাৰ অভিযোগ । ছাত্ৰ জীৱনক লৈ হেতালি নেখেলিবলৈ চৰকাৰক সকিয়নি ছাত্ৰ ছাত্ৰীৰ ।

পুৱা ন বজাৰ পৰাই এই প্ৰতিবাদত বহে ছাত্ৰ-ছাত্ৰীসকল । ছাত্ৰ সংগঠন আছু-এবছুয়ে চৰকাৰৰ স’তে পৰীক্ষাৰ বাবে আলোচনা চলাই থকাৰ সময়তে এইদৰে প্ৰতিবাদ জনায় ছাত্ৰ-ছাত্ৰীসকলে ।

Exit mobile version