Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সত্ৰীয়া সংস্কৃতিৰ নীৰৱ সাধক, নৃত্য, খোলবাদ্য, বৰগীতৰ বিশাৰদ জীতেন কাকতিৰ জীৱন-জীৱিকাৰ কঠোৰ সংগ্ৰাম

কান্ধৰ পৰা খোলবাদ্য,নৃত্যৰ ভংগীমা এৰি হাতত ল'লে দগা-পাল্লা, পদ-পথত শাক-পাচলিৰ টোপোলাই জীৱিকাৰ সম্বল

publisher by publisher
June 16, 2021
in Assam, India, News
Reading Time: 1 min read
0
সত্ৰীয়া সংস্কৃতিৰ নীৰৱ সাধক, নৃত্য, খোলবাদ্য, বৰগীতৰ বিশাৰদ জীতেন কাকতিৰ জীৱন-জীৱিকাৰ কঠোৰ সংগ্ৰাম
2
SHARES
24
VIEWS
ShareShareShareShare

সত্ৰীয়া সংস্কৃতিৰ সাধক, নৃত্য, খোলবাদ্য, বৰগীত আদিত বিশাৰদ, শিক্ষাদানত বৰ্তি এজন শিল্পীৰ জীৱনৰ চৰম দুৰৱস্থা । প্ৰৱল প্ৰত্যাহ্বানেৰ জীৱন-জীৱিকাৰ যুঁজত অৱতীৰ্ণ হৈ যেন তেওঁ একপ্ৰকাৰ ভাগৰি পৰিছে । সহায় কৰোঁতা কোনো নাই । গোলাঘাট নগৰৰ মিচনপট্টিৰ সমিপৰ পদপথত শাক-পাচলি বিক্ৰিয়েই এতিয়া তেওঁৰ জীৱন-জীৱিকাৰ প্ৰধান সম্বল ।

ADVERTISEMENT

ডিঙিত খোলবাদ্য, সত্ৰীয়া নৃত্যৰ ভংগীমা নাইবা কণ্ঠত বৰগীতৰ চন্দ আওৰোৱাৰ সলনি হাতত তুলি ল’বলগীয়া হৈছে দগা-পাল্লা । সাংস্কৃতিক ক্ষেত্ৰখনৰ স’তে সদা একাত্ম এইজন লোক গোলাঘাটীয়া সমাজ জীৱনৰ পৰিচিত যদিও এনে সংগ্ৰামী সাংস্কৃতিক কৰ্মী, সত্ৰীয়া সংস্কৃতিৰ নীৰৱ সাধকৰ জীৱনৰ চৰম দুৰ্দশা কোনেইবা হৃদয়ংগম কৰে ।

RelatedPosts

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাকত বিজেপিয়ে ন খনৰ পৰা ১১ খন আসন লাভ কৰিব

WhatsApp Image 2021 06 16 at 3.26.28 PM 1

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰো যেন আহৰি নাই এনে প্ৰকৃত লোকসকলৰ প্ৰতি অনুকম্পাৰ দৃষ্টি প্ৰদৰ্শন কৰি কিঞ্চিতমান হ’লেও সহায়ৰ হাত আগবঢ়োৱাৰ । ব্যক্তিজনৰ নাম জীতেন কাকতি । ঘৰ গোলাঘাটৰ জ্যোতি নগৰত । পত্নী, সন্তানৰ স’তে পৰিয়ালটো পোহপাল দিয়াৰ মূল ব্যক্তিজন হৈছে তেওঁৱেই ।

WhatsApp Image 2021 06 16 at 3.26.27 PM

পঞ্চম শ্ৰেণীৰ পৰা মাজুলীৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰত থাকি সত্ৰীয়া সংস্কৃতিৰ শিক্ষা গ্ৰহণ কৰি কলা শাখাৰ স্নাতকৰ লগতে হিন্দীত তেওঁ বিশাৰদ আৰু ৰত্নও । সত্ৰীয়া নৃত্য, বৰগীত, খোলবাদ্য আদিত বিশাৰদ ডিগ্ৰী অৰ্জন কৰি অসমৰ বিভিন্ন ঠাইৰ নৱ-প্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ শিক্ষাদান কৰি বহুজনক সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰতিষ্ঠিতো কৰিছে । চণ্ডীগড়ৰ প্ৰাচীন কলা কেন্দ্ৰৰ পৰা তেওঁ সংগীত ভূষণ ডিগ্ৰীও লাভ কৰিছে ।

WhatsApp Image 2021 06 16 at 3.26.27 PM 1

অসম চৰকাৰ আৰু ভাৰতৰ বিভিন্ন ঠাইত নিঃস্বাৰ্থ অৱদানৰ বাবে জীতেন কাকতি সম্বৰ্দ্ধিতো হৈছে । লাভ কৰিছে বিভিন্ন ধৰণৰ বঁটাও । কিন্তু বৰ্তমান গোলাঘাটৰ পদপথত শাক-পাচলিৰ বেপাৰেই পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ সম্বলৰূপে বাচি ল’বলগীয়া হৈছে তেওঁ । শাক-পাচলিৰ ব্যৱসায়ৰ সামান্য উপাৰ্জনে পত্নী, অধ্যয়নৰত সন্তানৰ আৱশ্যকীয়খিনি জোৰা নমৰে তেওঁৰ । যাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।

WhatsApp Image 2021 06 16 at 3.26.26 PM 1

গোলাঘাটত কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি অধ্যক্ষৰ দায়িত্ব লৈ বিদ্যালয়খন চলাই উপাৰ্জনৰ বাট প্ৰশস্ত কৰিছিল যদিও কৰ’না মহামাৰী আৰু তলাবন্ধৰ বাবে সেই বাটো ৰুদ্ধ হৈ পৰিল তেওঁৰ । জিলাখনৰ বিভিন্ন ঠাইত ঘৰে-ঘৰে গৈ শিশুসকলক সত্ৰীয়া নৃত্য, খোলবাদ্য, বৰগীত আদিৰ প্ৰশিক্ষণ দি পৰিয়ালটো চলাই নিয়াৰ যোগাৰ কৰিছিল জীতেন কাকতিয়ে । কিন্তু সেই বাটো বৰ্তমান বন্ধ হৈ পৰিছে । যাৰ বাবে পদপথত শাক-পাচলি বিক্ৰী কৰি কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে সত্ৰীয়া সংস্কৃতিৰ সাধকজনে ।

WhatsApp Image 2021 06 16 at 3.26.28 PM

লোক-কৃষ্টিৰ সাধক, প্ৰচাৰবিমূখ জীতেন কাকতিৰ চৰকাৰলৈ কাতৰ আহ্বান, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিবেচনা কৰি সহায়ৰ হাত আগবঢ়োৱাৰ অৱকাশ হ’বনে ?

গোলাঘাট সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিত্তমন্তী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক, উদ্যমী নেতা বিশ্বজিৎ ফুকন, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়ালৈ গভীৰ আশা, দুৰ্দশাত ভোগা লোক-কৃষ্টিৰ নীৰৱ সাধকজনৰ । নিশ্চয় তেওঁলোকে চকু মেলি চাব । চৰকাৰ নাইবা হৃদয়ৱান লোকৰ কিঞ্চিত সহায়ৰ হাতে দুৰ্দশাত ভোগা জীতেনৰ পৰিয়ালটোলৈ আশাৰ সঞ্চাৰ আৰু হাঁহি বিৰিঙাবলৈ সক্ষম হ’ব । গভীৰ আশা তেওঁৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ajanta neogAtul BoraHimanta Biswa SarmaJiten Kakoti
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d