২০২১ৰ হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল হোৱা বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰী ড° ৰনোজ পেগুৱে ।
ADVERTISEMENT
ৰাজ্যৰ কেইটামান সংগঠনৰ স’তে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছত এই সিদ্ধান্ত জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে ।
মূল্যাংকনৰ ভিত্তিত ফলাফল ঘোষণা কৰা হ’ব । মূল্যাংকন ব্যৱস্থা প্ৰণয়ণৰ বাবে দুটা কমিটী গঠন কৰা হ’ব । আগন্তুক ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব ।