Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাগ্‌সাৰ খুচুৰাবাৰীত মাটি বেদখলক লৈ থানাত গোচৰ, আৰক্ষী-বন বিভাগৰ বিৰুদ্ধে ক্ষোভ ভুক্তভোগীৰ

অভিযুক্তই অস্বীকাৰ কৰিলে মাটি বেদখল কৰাৰ কথা

publisher by publisher
June 21, 2021
in Assam, India, News
Reading Time: 1 min read
0
বাগ্‌সাৰ খুচুৰাবাৰীত মাটি বেদখলক লৈ থানাত গোচৰ, আৰক্ষী-বন বিভাগৰ বিৰুদ্ধে ক্ষোভ ভুক্তভোগীৰ
6
SHARES
55
VIEWS
ShareShareShareShare

বাগ্‌সাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত খুচুৰাবাৰীত ভয় ভাবুকিৰে মাটি বেদখল কৰা অভিযুক্তৰ বিৰুদ্ধে অভিযোগকাৰীয়ে থানাত গোচৰ ৰুজু কৰাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ সমান্তৰালভাৱে মাটি বেদখল কৰা বুলি অভিযোগ উত্থাপন হোৱা অভিযুক্তই এই কাৰ্য অস্বীকাৰ কৰিছে ৷

ADVERTISEMENT

উল্লেখ্য যে বাগ্‌সাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত খুচুৰাবাৰী গাঁৱৰ মৃত আজিমউদ্দিনৰ পুত্ৰ জহৰউদ্দিন আৰু জহৰউদ্দিনৰ ককায়েকৰ নামত থকা খুচুৰাবাৰী গাঁৱৰ ৭২ নং ম্যাদী পাট্টাৰ ৬২, ৬৭ আৰু ৬৮ নম্বৰ দাগৰ মুঠ ২২ বিঘা এক কঠা ন লেছা মাটিৰ প্ৰায় সাত/আঠ বিঘা মাটি একে গাঁৱৰে মৃত নাজিমউদ্দিনৰ পুত্ৰ নুৰ ইছলাম আৰু নুৰ ইছলামৰ পুত্ৰ আজাহাৰ আলীয়ে বলপূৰ্বকভাৱে দখল কৰি লৈ সেই মাটিত শিল-বালি খান্দি থকাৰ উপৰিও বাঁহ গছ, কল গছ আদি ৰোপণ কৰিছে বুলি অভিযোগ উঠিছে ৷

RelatedPosts

বিভিন্ন জিলাৰ পৰা বাগসালৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ

বাগসাৰ বাৰাপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা

বাগসাৰ লাৱদাংগুৰিত বন্যহস্তীয়ে ক্ষতিসাধন কৰা পৰিয়ালৰ কাষত কাৰ্যবাহী সদস্য গৌতম দাস

নিজৰ মাটি ডৰালৈ গ’লেই অভিযুক্তই মাৰ-ধৰ কৰিবলৈ খেদি আহে মাটিৰ গৰাকীক ৷ ঘটনা সন্দৰ্ভত গোৱৰ্ধনা আৰক্ষী থানাত কে’বাবাৰো গোচৰ তৰা হৈছিল যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ অভিযোগকাৰীৰ পৰিয়ালে এই সন্দৰ্ভত কয় যে, আজাহাৰ আলীয়ে জোৰ-জভৰদস্তিকৈ মাটি বেদখল কৰি সেই মাটিত বৰ্তমানো শিল-বালি উঠাই আছে ৷ বাধা দিবলৈ গ’লেই দা, কুঠাৰ লৈ মাৰিবলৈ খেদি আহে আজহাৰ আলীৰ লগতে পৰিয়ালৰ লোকে ৷

বাগ্‌সা জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককো এই সংক্ৰান্তত লিখিত অভিযোগ দাখিল কৰা হৈছিল আৰু জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে বিষয়টো মীমাংসা কৰাৰ বাবে গোৱৰ্ধনা থানাৰ বিষয়াক দ্বায়িত্ব অৰ্পণ কৰিছিল ৷ গোৱৰ্ধনা আৰক্ষীয়ে বিষয়টো সঠিকমতে তদন্ত নকৰাৰ বাবে বৰ্তমানো আজাহাৰে কাম চলাই যাবলৈ সাহস পাইছে ৷ ১৯৬৫ ৰে ম্যাদী পাট্টাৰ মাটি আৰক্ষী আৰু বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই আজি আনৰ দখলত পৰি আছে বুলি ক্ষোভ উজাৰে ৷

স্মৰ্তব্য যে প্ৰায় তিনি বছৰ পূৰ্বে মাটি বেদখলৰ এই ঘটনাটোক লৈ দুয়ো পক্ষৰ লোকৰ মাজত প্ৰচণ্ড মাৰ-পিটৰ সৃষ্টিও হৈছিল আৰু ঘটনাটোত বহুকেইজন লোক আহত হৈছিল ৷ ইফালে এই ঘটনাটোৰ অভিযুক্ত আজাহাৰ আলীয়ে সংবাদ মাধ্যমৰ আগত কয়, “প্ৰায় ৩০ বছৰ আগৰ মাটি এইয়া৷ এই মাটি দেউতাৰ মোমায়েকৰ আছিল৷ দেউতাৰ নামত তেওঁ লিখি দিছিল৷ বৰপেটাৰ এজনেও দেউতাৰ নামত লিখি দিছিল প্ৰায় ১১ বিঘা মাটি৷ পেহীয়েও দিছিল তেওঁৰ নামত থকা কিছু মাটি৷ তেওঁলোকে (জহৰউদ্দিন) বেলেগ মাটিৰ দলিল আনি পাট্টা দেখুৱাই থানাত কেছ কৰে ৷ এই মাটি আমাৰ মাটি৷ সেয়ে বাঁহগছ, কলগছ আদি ৰুইছো ইয়াত ৷ মই মণ্ডল আনিলেও তেওঁলোকে নানে৷ তেওঁলোকৰ কথা হ’ল মোৰ কাম বন্ধ হওক৷ তেওঁলোকৰ চলি থাকক৷ মাৰ-ধৰ মই নহয় তেওঁলোকেহে কৰিছে৷ ভণ্টিৰ আঙুলি পৰ্যন্ত কাটি দিছিল জহৰউদ্দিনহঁতে ৷”

অভিযুক্ত আজাহাৰ আলীয়ে কয় যে, কোনেও বেআইনী কাম কৰি খাব নালাগে ৷ আৰক্ষীয়ে তদন্ত কৰক কাৰ মাটি ৷ তেতিয়াহে স্পষ্ট হৈ পৰিব সকলো কথা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bagsa
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d