Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদৰ বিৰুদ্ধে অবিৰত অভিযান, কাশ্মীৰৰ ১০টা স্থানত আৰক্ষীৰ তালাচী

    Patacharkuchi Vidyapith H.S.School: একেটা দিনতে ২৯জন শিক্ষক অনুপস্থিত এখন বিদ্যালয়ত

    Seven all-party delegations:সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভাৰতৰ শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ আগবঢ়াই নিবলৈ সৰ্বদলীয় প্ৰতিনিধি দল

    পাঠ্যক্ৰম নহয়,নতুন শিক্ষাবৰ্ষৰ প্ৰথম ১৪ দিনত সমাজৰ লগত চিনাকি হ’ব ছাত্ৰ-ছাত্ৰী! 

    বাতিল কৰিবলৈ আদালতত হাজিৰ তুৰ্কী কোম্পানী চেলেবি

    বিমানবন্দৰৰ চুক্তি বাতিল কৰিবলৈ আদালতত হাজিৰ তুৰ্কী কোম্পানী চেলেবি

    STF Raid In Bilasipara:জেহাদীৰ বিৰুদ্ধে পুনৰ অভিযান এচটিএফৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ পূৰ্বে সাৱধান হওক!

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি : কাপ্পা, লামডা আৰু বি ১.৬১৭.৩ৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে

সাৱধান! আগমন ঘটিব পাৰে কৰ'নাৰ এই তিনি প্রজাতিৰ

publisher by publisher
June 30, 2021
in COVID-19, News
Reading Time: 1 min read
0
বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি : কাপ্পা, লামডা আৰু বি ১.৬১৭.৩ৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে
1
SHARES
12
VIEWS
ShareShareShareShare

বিগত ডেৰ বছৰ ধৰি কৰ’না ভাইৰাছৰ স’তে অহৰহ যুঁজ দি আহিছে এই বিশ্বই। হেজাৰ হেজাৰ লােকৰ মৃত্যুৰ লগতে অর্থনীতিৰ ক্ষেত্ৰতাে চৰম বিপর্যস্ত হৈছে বিশ্ব প্রায় প্রতিখন দেশ।

ADVERTISEMENT

এনে অৱস্থাতে ভাৰতৰ দৰে দেশত ক’ভিডৰ নতুন প্রজাতি ‘ডেল্টা প্লাছ’ৰ সংক্রমণে দেশবাসীৰ উদ্বেগ বৃদ্ধি কৰিছে। ডেল্টা প্লাছ’ৰ আতংক আৰম্ভ হােৱাৰ সময়তে বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে, আৰু তিনিটা নতুন প্রজাতিৰ কৰ’না ভাইৰাছে বিশ্বত নতুন আতংকই সৃষ্টি কৰাৰ যথেষ্ট শংকা আছে।

RelatedPosts

পুনৰ বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত!

যিকোনো সময়তে আৰম্ভ হ’ব পাৰে নতুন মহামাৰী : পুনৰ সকীয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ 

Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক

এইসকল বিশেষজ্ঞৰ মতে, যিকোনাে মুহূর্ততে নতুন তিনি প্রজাতিৰ ক’ভিডে তাণ্ডৱ চলাব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই এইদৰে সকীয়নি দি জনােৱা অনুসৰি, বিশ্বত কৰ’নাৰ আন তিনিটা প্রজাতি ক্রমে কাপ্পা, লামডা আৰু বি ১.৬১৭.৩ৰ সংক্রমণে আগন্তুক সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে।

বিশেষজ্ঞই প্রকাশ কৰা অনুসৰি বি.১.১৬৭.১ ভাইৰাছে ৰূপ পৰিৱৰ্তন কৰি কাপ্পা প্রজাতিত পৰিণত হৈছে। কাপ্পা হৈছে ক’ভিডৰ দুবাৰকৈ ৰূপ পৰিৱৰ্তন কৰা অধিক শক্তিশালী প্রজাতি।

ব্রাজিল আৰু দক্ষিণ আফ্রিকাত এই প্রজাতিৰ ক’ভিডৰ সংক্রমণে আতংকৰ সৃষ্টি কৰাৰ শংকা আছে। মানৱ দেহৰ ৰােগ প্ৰতিৰােধ ক্ষমতাত অতি সহজে কাপ্পা প্রজাতিয়ে আঘাত হানিব পাৰে। আনহাতে, লামডা প্রজাতিৰ সংক্রমণ ইতিমধ্যে পেৰুৰ লগতে বিশ্বৰ ২৯ খন দেশত চিনাক্ত কৰা হৈছে।

২০২০ত পেৰুত এইবিধ ক’ভিড ভাইৰাছৰ প্রথম সংক্রমণ ধৰা পৰিছিল। শেহতীয়াভাৱে লেটিন আমেৰিকাৰ বাসিন্দা আৰু ব্রিটেইনাে লামডা ভাইৰাছত আক্রান্ত হৈছে। আগন্তুক সময়ত বিশ্বৰ অধিকাংশ দেশত ক’ভিডৰ লামডা প্রজাতিৰ ব্যাপক সংক্ৰমণৰ শংকা আছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিছে।

ব্রিটেইনৰ স্বাস্থ্য গৱেষকে দাবী কৰা অনুসৰি, বি ১.৬১৭.৩ প্রজাতিৰ ক’ভিড ভাইৰাছ হৈছে সবাতােকৈ ক্ষতিকাৰক। মানৱ শৰীৰত এই প্ৰজাতিৰ ভাইৰাছে প্রৱেশ কৰিলে ৰােগীয়ে ক্রমশ মৃত্যুৰ দিশলৈ অগ্ৰসৰ হয়। অনেক ক্ষেত্ৰত
প্রতিষেধকেও কার্যকৰী ভূমিকা ল’ব নােৱাৰে।

বৰ্তমানলৈকে এই প্রজাতিৰ ক’ভিড ভাইৰাছৰ সংক্রমণে বিশ্বত ভয়াৱহ ৰূপ লােৱা নাই যদিও আগন্তুক সময়ত বি ১.৬১৭.৩ৰ অধিক সংক্রমণৰ শংকা নথকা নহয়। উল্লেখ্য যে ভাৰতাে এই প্রজাতিৰ ভাইৰাছৰ সংক্ৰমণৰ মানচিত্রৰ বাহিৰত নাই।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19WHO
publisher

publisher

Related Posts

সন্ত্ৰাসবাদৰ বিৰুদ্ধে অবিৰত অভিযান, কাশ্মীৰৰ ১০টা স্থানত আৰক্ষীৰ তালাচী
News

May 17, 2025
Patacharkuchi Vidyapith H.S.School: একেটা দিনতে ২৯জন শিক্ষক অনুপস্থিত এখন বিদ্যালয়ত
News

Patacharkuchi Vidyapith H.S.School: একেটা দিনতে ২৯জন শিক্ষক অনুপস্থিত এখন বিদ্যালয়ত

May 17, 2025
Seven all-party delegations:সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভাৰতৰ শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ আগবঢ়াই নিবলৈ সৰ্বদলীয় প্ৰতিনিধি দল
News

Seven all-party delegations:সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভাৰতৰ শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ আগবঢ়াই নিবলৈ সৰ্বদলীয় প্ৰতিনিধি দল

May 17, 2025
পাঠ্যক্ৰম নহয়,নতুন শিক্ষাবৰ্ষৰ প্ৰথম ১৪ দিনত সমাজৰ লগত চিনাকি হ’ব ছাত্ৰ-ছাত্ৰী! 
India

পাঠ্যক্ৰম নহয়,নতুন শিক্ষাবৰ্ষৰ প্ৰথম ১৪ দিনত সমাজৰ লগত চিনাকি হ’ব ছাত্ৰ-ছাত্ৰী! 

May 17, 2025
বাতিল কৰিবলৈ আদালতত হাজিৰ তুৰ্কী কোম্পানী চেলেবি
News

বিমানবন্দৰৰ চুক্তি বাতিল কৰিবলৈ আদালতত হাজিৰ তুৰ্কী কোম্পানী চেলেবি

May 17, 2025
STF Raid In Bilasipara:জেহাদীৰ বিৰুদ্ধে পুনৰ অভিযান এচটিএফৰ
News

STF Raid In Bilasipara:জেহাদীৰ বিৰুদ্ধে পুনৰ অভিযান এচটিএফৰ

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d