Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

    বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

    আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা

    ‘কাকুতি-মিনতিৰো লাভ নাই ‘সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে

    Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি

    Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন

    Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ

    পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কথাবােৰ নজনাকৈয়ে অযথা বিতর্ক কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

টে'টৰ বাদে সকলাে চাকৰিতেই প্রযােজ্য হ'ব পৰীক্ষাৰ এই প্রমাণপত্র

publisher by publisher
July 4, 2021
in Assam, Education, India, News
Reading Time: 1 min read
0
কথাবােৰ নজনাকৈয়ে অযথা বিতর্ক কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
3
SHARES
32
VIEWS
ShareShareShareShare

ক’ভিডৰ বাবে বাতিল হােৱা মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘােষণাৰ বাবে শিক্ষা বিভাগে গ্ৰহণ কৰা নীতিক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

ADVERTISEMENT

এই প্ৰসংগতে শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ইয়াত এক সংবাদমেলত মন্তব্য কৰে যে কথাবােৰ নজনাকৈয়ে বিতর্ক সৃষ্টি কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰৰাে কথাবােৰ বুজোৱাত কৰবাত কিবা অসুবিধা থাকি গৈছে; কাৰণ এইটো কোনাে সমস্যাই নহয়।

RelatedPosts

Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

Richest CM in India has a net worth of 930 crore. দেশৰ ধনাঢ্য মুখ্যমন্ত্ৰী দহ গৰাকী কোন কোন

CM met the Union Road Transport Minister regarding the NH under construction in East Assam:উজনিৰ নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথ সমূহক লৈ দিল্লীত পর্যালোচনা বৈঠক

মুখ্যমন্ত্ৰীয়ে কয়,’ ফলাফল ঘােষণাক লৈ যি নীতি-নির্দেশনা প্রকাশ কৰা হৈছে তাত ছাবষ্টেনচিয়েল শব্দ এটা ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে এইবাৰৰ ফলাফল ঘােষণা ব্যৱস্থাটোৰ দ্বাৰা কেৱল টে’টৰ ক্ষেত্ৰতহে অসুবিধা হ’ব।

তাৰ বাদে এই প্রমাণপত্ৰক লৈ কোনাে অসুবিধা নহয়। এইবাৰৰ প্রমাণপত্ৰখনৰ জৰিয়তে কোনেও চৰকাৰী চাকৰি নােপােৱা আদিকে ধৰি বহু কথাই প্ৰচাৰ হৈছে; কিন্তু সেয়া কোনােটোৱে নহয়।

চৰকাৰৰ সকলাে চাকৰিৰ বাবে এই প্রমাণপত্র উপযুক্ত হ’ব। তাত কোনাে বাধা নাথাকে। প্রত্যেকে এই কথাটো উপলব্ধি কৰা উচিত যে এইবাৰৰ সমস্যাটো এক বৃহৎ মানৱীয় সমস্যা।

ইয়াৰ সমাধানৰ বাবে আমি সকলােৰে ওপৰত সমান চকু ৰাখিব লাগিব। মই মােৰ পাঁচোটা সন্তানৰ কথাই চাব লাগিব। ‘মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে টে’টৰ ক্ষেত্ৰত এটা সমস্যা আছে।

টে’টত মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰ চোৱা হয়। যদি এইখন প্রমাণপত্র টে’টৰ ক্ষেত্ৰতাে গ্ৰহণ কৰা হয়, তেন্তে এইবছৰ পৰীক্ষাত উত্তীর্ণ হ’বলগীয়া ছাত্র-ছাত্রীসকলৰ বাদে আন কোনেও উপযুক্ত বিবেচিত নহ’ব।

কাৰণ এইবাৰৰ পৰীক্ষার্থীয়ে যথেষ্ট বেছি নম্বৰ লাভ কৰিব। অন্যান্য চাকৰিৰ ক্ষেত্ৰত মেট্রিক বা উচ্চতৰ মাধ্যমিকৰ নম্বৰ বিবেচনা কৰা নহয়। ড° শৰ্মাই কয়, ‘এইবাৰ বেছিভাগ ল’ৰা-ছােৱালীয়ে ৯০-৯৫ নম্বৰ লাভ কৰিব। জনিয়া-বাঘবৰততাে শিক্ষকে এশ নম্বৰে দিব।

তেনে ক্ষেত্ৰত এইবাৰৰ ল’ৰা-ছােৱালীৰ লগত চাকৰিৰ বয়স যাবলৈ ওলােৱা সকলেতাে বাদেই যােৱা বছৰ উত্তীর্ণ হােৱাখিনিয়েও টে’টত প্রতিযােগিতা কৰিব নােৱাৰিব। অহা বছৰ যিসকল উত্তীর্ণ হ’ব তেওঁলােকেও প্রতিযােগিতা কৰিব নােৱাৰিব।

অন্যান্য চাকৰিৰ ক্ষেত্ৰত এই প্রতিযােগিতা নাই। গতিকে আমি সকলােৰে প্রতি দৃষ্টি ৰাখি সিদ্ধান্ত ল’ব লগা হৈছে। এইবােৰ কথা নজনাকৈয়ে কিছুমানে চাকৰি নােপােৱাৰ বিতৰ্কৰ সৃষ্টি কৰিছে। আমিও হয়তাে কথাবােৰ বুজোৱাত ক’ৰবাত অসুবিধা হৈছে।’

অসমত সম্প্রতি বিভিন্ন গােচৰত অভিযুক্তক পলায়নৰ চেষ্টা চলােৱাত আৰক্ষীয়ে গুলীওৱাৰ ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে আনকি এজন অভিযুক্তৰ মৃত্যুও হয়।

লক্ষ্যণীয়ভাৱে শনিবাৰে এই সম্পর্কত মুখ্যমন্ত্ৰীয়ে কয় যে শুকুৰবাৰে অসমত আৰক্ষীয়ে গুলি চলাবলৈ বাধ্য হােৱা তিনিটা ঘটনা সংঘটিত হয়। তেওঁ কয়, যথেষ্ট দ্রুত গতিত আমি আগবাঢ়িছাে। ইয়াতকৈ গতি বাঢ়িলে দিগদাৰ হ’ব।

প্রসংগক্রমে ড° শৰ্মাই উল্লেখ কৰে যে অসমত গৰুৰ চোৰাং বজাৰখনত এহেজাৰ কোটি টকাৰ লেনদেন হয়। এই ব্যৱসায় নিয়ন্ত্রণ কৰি আহিছে অন্ধ্রপ্রদেশৰ ৰেড্ডী উপাধিৰ এজন লােকে।

শুকুৰবাৰে ৰেড্ডীৰ এজন আত্মীয়ই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হােৱাত তেওঁ আহত হয়। উল্লেখ্য যে গুলিবিদ্ধ ধৃত লােকজন হ’ল চৰাংগী চিন্নীয়া। ইপিনে, আলফা-চৰকাৰৰ আলােচনাক লৈয়াে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে বক্তব্য দাঙি ধৰে।

তেওঁ কয় যে আলফাই সার্বভৌমত্বক লৈ আলােচনা বিচাৰে, যিটো চৰকাৰৰ বাবে সম্ভৱ নহয়। কাৰণ দেশৰ সার্বভৌমত্ব ৰক্ষাৰ শপত লৈহে চৰকাৰ গঠন হয়। সেয়েহে দুয়ােপক্ষৰ মাজত এটা সম্মানজনক ব্যৱস্থা গঢ়ি তােলাৰ চেষ্টা অব্যাহত আছে।

ড° শৰ্মাই কয়, ইয়াৰ বাবে কাম কৰি থকা হৈছে। কিছুলােকে পৰেশ বৰুৱাৰ লগত কথা পাতি আছে, কিছুমানে মােৰ লগত কথা পাতিছে, মই দিল্লীৰ লগত কথা পাতি আছাে। আমাক এটা মাজৰ পথ লাগে যিটো সকলােৰে বাবে হ’ব সন্মানজনক।

মই আশাবাদী যে সন্মানজনক ব্যৱস্থা এটা ওলাব। গতিকে আলফা-চৰকাৰৰ মাজত দুই এদিনতে কিবা চুক্তি হ’ব বুলি ক’ব নােৱাৰাে। পৰেশ বৰুৱায়াে গােটেই জীৱন সার্বভৌমত্বক লৈয়ে তেনেদৰে আছে। মই সার্বভৌমত্বৰ শপত লৈ মুখ্যমন্ত্ৰী হৈছাে। দুটা বিপৰীত মেৰুৰ শিবিৰৰ মাজত এটা মধ্যম পন্থা ওলাব বুলি মই আশাবাদী।’

উল্লেখ্য যে যােৱা পহিলা জুনত মুখ্যমন্ত্রী দিল্লীলৈ আহিছিল। এই ভ্ৰমণত গৃহমন্ত্রী অমিত শ্বাহৰ লগত তেওঁ ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি, ড্ৰাগছ আৰু গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰা সফলতা আদিৰ বিষয়ে গৃহমন্ত্ৰীক অৱগত কৰে। তদুপৰি সম্ভাব্য কার্বি চুক্তি আৰু আন্তঃৰাজ্যিক সীমা সমস্যাক লৈয়াে শ্বাহৰ লগত আলােচনা কৰে। শনিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডােভালৰ লগতে তেওঁৰ এখন বৈঠক অনুষ্ঠিত হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himanta Biswa Sarma
publisher

publisher

Related Posts

বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া
News

বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

May 15, 2025
আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা
India

‘কাকুতি-মিনতিৰো লাভ নাই ‘সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে

May 15, 2025
Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি
News

Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি

May 15, 2025
Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন
News

Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন

May 15, 2025
Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ
News

Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ

May 15, 2025
পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?
India

পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d