Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কথাবােৰ নজনাকৈয়ে অযথা বিতর্ক কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

টে'টৰ বাদে সকলাে চাকৰিতেই প্রযােজ্য হ'ব পৰীক্ষাৰ এই প্রমাণপত্র

publisher by publisher
July 4, 2021
in Assam, Education, India, News
Reading Time: 1 min read
0
কথাবােৰ নজনাকৈয়ে অযথা বিতর্ক কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ক’ভিডৰ বাবে বাতিল হােৱা মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘােষণাৰ বাবে শিক্ষা বিভাগে গ্ৰহণ কৰা নীতিক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

ADVERTISEMENT

এই প্ৰসংগতে শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ইয়াত এক সংবাদমেলত মন্তব্য কৰে যে কথাবােৰ নজনাকৈয়ে বিতর্ক সৃষ্টি কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰৰাে কথাবােৰ বুজোৱাত কৰবাত কিবা অসুবিধা থাকি গৈছে; কাৰণ এইটো কোনাে সমস্যাই নহয়।

মুখ্যমন্ত্ৰীয়ে কয়,’ ফলাফল ঘােষণাক লৈ যি নীতি-নির্দেশনা প্রকাশ কৰা হৈছে তাত ছাবষ্টেনচিয়েল শব্দ এটা ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে এইবাৰৰ ফলাফল ঘােষণা ব্যৱস্থাটোৰ দ্বাৰা কেৱল টে’টৰ ক্ষেত্ৰতহে অসুবিধা হ’ব।

তাৰ বাদে এই প্রমাণপত্ৰক লৈ কোনাে অসুবিধা নহয়। এইবাৰৰ প্রমাণপত্ৰখনৰ জৰিয়তে কোনেও চৰকাৰী চাকৰি নােপােৱা আদিকে ধৰি বহু কথাই প্ৰচাৰ হৈছে; কিন্তু সেয়া কোনােটোৱে নহয়।

চৰকাৰৰ সকলাে চাকৰিৰ বাবে এই প্রমাণপত্র উপযুক্ত হ’ব। তাত কোনাে বাধা নাথাকে। প্রত্যেকে এই কথাটো উপলব্ধি কৰা উচিত যে এইবাৰৰ সমস্যাটো এক বৃহৎ মানৱীয় সমস্যা।

ইয়াৰ সমাধানৰ বাবে আমি সকলােৰে ওপৰত সমান চকু ৰাখিব লাগিব। মই মােৰ পাঁচোটা সন্তানৰ কথাই চাব লাগিব। ‘মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে টে’টৰ ক্ষেত্ৰত এটা সমস্যা আছে।

টে’টত মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰ চোৱা হয়। যদি এইখন প্রমাণপত্র টে’টৰ ক্ষেত্ৰতাে গ্ৰহণ কৰা হয়, তেন্তে এইবছৰ পৰীক্ষাত উত্তীর্ণ হ’বলগীয়া ছাত্র-ছাত্রীসকলৰ বাদে আন কোনেও উপযুক্ত বিবেচিত নহ’ব।

কাৰণ এইবাৰৰ পৰীক্ষার্থীয়ে যথেষ্ট বেছি নম্বৰ লাভ কৰিব। অন্যান্য চাকৰিৰ ক্ষেত্ৰত মেট্রিক বা উচ্চতৰ মাধ্যমিকৰ নম্বৰ বিবেচনা কৰা নহয়। ড° শৰ্মাই কয়, ‘এইবাৰ বেছিভাগ ল’ৰা-ছােৱালীয়ে ৯০-৯৫ নম্বৰ লাভ কৰিব। জনিয়া-বাঘবৰততাে শিক্ষকে এশ নম্বৰে দিব।

তেনে ক্ষেত্ৰত এইবাৰৰ ল’ৰা-ছােৱালীৰ লগত চাকৰিৰ বয়স যাবলৈ ওলােৱা সকলেতাে বাদেই যােৱা বছৰ উত্তীর্ণ হােৱাখিনিয়েও টে’টত প্রতিযােগিতা কৰিব নােৱাৰিব। অহা বছৰ যিসকল উত্তীর্ণ হ’ব তেওঁলােকেও প্রতিযােগিতা কৰিব নােৱাৰিব।

অন্যান্য চাকৰিৰ ক্ষেত্ৰত এই প্রতিযােগিতা নাই। গতিকে আমি সকলােৰে প্রতি দৃষ্টি ৰাখি সিদ্ধান্ত ল’ব লগা হৈছে। এইবােৰ কথা নজনাকৈয়ে কিছুমানে চাকৰি নােপােৱাৰ বিতৰ্কৰ সৃষ্টি কৰিছে। আমিও হয়তাে কথাবােৰ বুজোৱাত ক’ৰবাত অসুবিধা হৈছে।’

অসমত সম্প্রতি বিভিন্ন গােচৰত অভিযুক্তক পলায়নৰ চেষ্টা চলােৱাত আৰক্ষীয়ে গুলীওৱাৰ ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে আনকি এজন অভিযুক্তৰ মৃত্যুও হয়।

লক্ষ্যণীয়ভাৱে শনিবাৰে এই সম্পর্কত মুখ্যমন্ত্ৰীয়ে কয় যে শুকুৰবাৰে অসমত আৰক্ষীয়ে গুলি চলাবলৈ বাধ্য হােৱা তিনিটা ঘটনা সংঘটিত হয়। তেওঁ কয়, যথেষ্ট দ্রুত গতিত আমি আগবাঢ়িছাে। ইয়াতকৈ গতি বাঢ়িলে দিগদাৰ হ’ব।

প্রসংগক্রমে ড° শৰ্মাই উল্লেখ কৰে যে অসমত গৰুৰ চোৰাং বজাৰখনত এহেজাৰ কোটি টকাৰ লেনদেন হয়। এই ব্যৱসায় নিয়ন্ত্রণ কৰি আহিছে অন্ধ্রপ্রদেশৰ ৰেড্ডী উপাধিৰ এজন লােকে।

শুকুৰবাৰে ৰেড্ডীৰ এজন আত্মীয়ই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হােৱাত তেওঁ আহত হয়। উল্লেখ্য যে গুলিবিদ্ধ ধৃত লােকজন হ’ল চৰাংগী চিন্নীয়া। ইপিনে, আলফা-চৰকাৰৰ আলােচনাক লৈয়াে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে বক্তব্য দাঙি ধৰে।

তেওঁ কয় যে আলফাই সার্বভৌমত্বক লৈ আলােচনা বিচাৰে, যিটো চৰকাৰৰ বাবে সম্ভৱ নহয়। কাৰণ দেশৰ সার্বভৌমত্ব ৰক্ষাৰ শপত লৈহে চৰকাৰ গঠন হয়। সেয়েহে দুয়ােপক্ষৰ মাজত এটা সম্মানজনক ব্যৱস্থা গঢ়ি তােলাৰ চেষ্টা অব্যাহত আছে।

ড° শৰ্মাই কয়, ইয়াৰ বাবে কাম কৰি থকা হৈছে। কিছুলােকে পৰেশ বৰুৱাৰ লগত কথা পাতি আছে, কিছুমানে মােৰ লগত কথা পাতিছে, মই দিল্লীৰ লগত কথা পাতি আছাে। আমাক এটা মাজৰ পথ লাগে যিটো সকলােৰে বাবে হ’ব সন্মানজনক।

মই আশাবাদী যে সন্মানজনক ব্যৱস্থা এটা ওলাব। গতিকে আলফা-চৰকাৰৰ মাজত দুই এদিনতে কিবা চুক্তি হ’ব বুলি ক’ব নােৱাৰাে। পৰেশ বৰুৱায়াে গােটেই জীৱন সার্বভৌমত্বক লৈয়ে তেনেদৰে আছে। মই সার্বভৌমত্বৰ শপত লৈ মুখ্যমন্ত্ৰী হৈছাে। দুটা বিপৰীত মেৰুৰ শিবিৰৰ মাজত এটা মধ্যম পন্থা ওলাব বুলি মই আশাবাদী।’

উল্লেখ্য যে যােৱা পহিলা জুনত মুখ্যমন্ত্রী দিল্লীলৈ আহিছিল। এই ভ্ৰমণত গৃহমন্ত্রী অমিত শ্বাহৰ লগত তেওঁ ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি, ড্ৰাগছ আৰু গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰা সফলতা আদিৰ বিষয়ে গৃহমন্ত্ৰীক অৱগত কৰে। তদুপৰি সম্ভাব্য কার্বি চুক্তি আৰু আন্তঃৰাজ্যিক সীমা সমস্যাক লৈয়াে শ্বাহৰ লগত আলােচনা কৰে। শনিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডােভালৰ লগতে তেওঁৰ এখন বৈঠক অনুষ্ঠিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa Sarma
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d