Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

জাৰ্মানীৰ ১৮তম ‘ইণ্ডিয়ান চলচিত্ৰ মহোৎসৱ, ‘ষ্টাট্‌গাৰ্ট’ত ‘বেলকণিত ভগৱান’লৈ ‘স্কুল ফিল্ম অৱ দ্য য়াৰ’ৰ সন্মান

publisher by publisher
July 5, 2021
in Assam, Entertainment, India, Movie, News
Reading Time: 1 min read
0
জাৰ্মানীৰ ১৮তম ‘ইণ্ডিয়ান চলচিত্ৰ মহোৎসৱ, ‘ষ্টাট্‌গাৰ্ট’ত ‘বেলকণিত ভগৱান’লৈ ‘স্কুল ফিল্ম অৱ দ্য য়াৰ’ৰ সন্মান
2
SHARES
24
VIEWS
ShareShareShareShare

ইটোৰ পাছত সিটোকৈ পৃথিৱীৰ বিভিন্ন উচ্চতম চলচ্চিত্ৰ প্ৰতিযোগিতা বোৰত ইতিমধ্যে বহুলভাৱে চৰ্চিত ‘বেলকণিত ভগৱান’ (God on the Balcony)য়ে এইবাৰ লাভ কৰিছে এক বিৰল সন্মান । জাৰ্মানীত অহা ২১ জুলাইত আৰম্ভণি হ’বলগীয়া ১৮তম ‘ইণ্ডিয়ান চলচিত্ৰ মহোৎসৱ, ষ্টাট্‌গাৰ্ট’য়ে ‘বেলকণিত ভগৱান’ক ‘স্কুল ফিল্ম অৱ দ্য য়াৰ’ৰ বাবে নিৰ্বাচিত কৰিছে ।

ADVERTISEMENT

ভাৰতৰ প্ৰায় ৪০খনৰো অধিক কথাছবিৰ মাজৰ পৰা ‘বেলকণিত ভগৱান’ (God on the Balcony) কথাছবিখনক এই সন্মান দিয়া হয় । নিশ্চিতভাৱে অসম আৰু অসমীয়া চিনেমাৰ বাবে এইয়া এক বিৰল সন্মান । ভাৰতৰ অৰ্থনীতি, সামাজিক আৰু ৰাজনৈতিক দিশখিনিক সুন্দৰভাৱে প্ৰতিফলিত কৰিব পৰা কথাছবিক এই সন্মান দিয়া হয় । মহোৎসৱৰ নিৰ্বাচক মন্দলীয়ে ‘বেলকণিত ভগৱান’ৰ মাজত এই সমলখিনি পোৱাৰ বাবে সন্মানিত কৰে।

RelatedPosts

ব্ৰাজিলৰ লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “বেলকনিত ভগৱান”

লণ্ডনত “বিশেষ বঁটা”ৰে উজ্জ্বলি উঠিল “বেলকনিত ভগৱান”

অসমীয়া ছবিৰ কাৰণে সুখবৰ

অহা ২২ জুলাইত জাৰ্মানীত PRADNYA BIVALKAR, PhD (an expert on India and is a consultant for science communication at the German Development Institute), ANGELIKA HOFF, MA (Southern Oregon University, head of the English department USA), HARENDER KUMAR SHARMA (MA, Bachelor of Education, Harender Kumar Sharma is the headmaster of the TDI International School Sonipat, Delhi) আৰু পৰিচালক বিশ্বজিৎ বৰাৰ লগতে জামেনীৰ বিভিন্ন ক্ষেত্ৰৰ ছাত্র-ছাত্রীৰ লগত ছবিখনক লৈ প্ৰায় চাৰি ঘণ্টাৰ এক ‘আলোচনা’ হ’ব আৰু ভাৰতবৰ্ষৰ বিভিন্ন সমস্যাসমূহৰ ওপৰত দীঘলীয়া পৰ্য্যালোচনা কৰিব আন্তৰ্জাতিক মিডিয়াৰ সন্মুখত।

ক’ভিড মহামাৰীয়ে সমগ্র বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি থকা সময়তে নুৰুল চুলতান প্ৰযোজিত আৰু বিশ্বজিৎ বৰা পৰিচালিত কথাছবিখনে ২৪ সংখ্যক সাংঘাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২১, আৰু ‘ নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱ, ২০২১’ সফলতাৰে প্ৰদৰ্শিত হৈ যায় । ‘বেলকণিত ভগৱানে’ এইবাৰ লাভ কৰিছে – জাৰ্মানীৰ উল্লেখযোগ্য চলচ্চিত্ৰ মহোৎসৱ ’18th Indian film festival of Stuttgart, 2021’ৰ বাবে Official Selection ।

তাৰ উপৰিও অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে ‘বেলকনিত ভগৱানে’ এই চলচ্চিত্ৰ মহোৎসৱখনৰ ‘শ্রেষ্ঠ কথাছবিৰ’ ‘German Star of India’ বঁটাৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই মহোৎসৱখনিৰ আৰম্ভণি হ’ব অহা ২১ জুলাইৰ পৰা ২৫ জুলাইলৈ।

ভাৰতৰ অন্যতম উল্লেখযোগ্য আৰু বৃহত্তম চলচিত্ৰ মহোৎসৱ ‘২৬ তম কলকতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ৰ ‘NATIONAL COMPETITION ON INDIAN LANGUAGE’ শাখাৰ বাবে নিৰ্বাচিত হৈ ‘Golden Royal Bengal’ বঁটাৰে ‘শ্রেষ্ঠ পৰিচালকৰ’ বঁটা পোৱাৰ পিছৰে পৰা চর্চা লৈ অহা ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া চলচ্চিত্ৰখনে বিশ্বৰ বহু মহোৎসৱত ভাগলৈ লাভ কৰিছে এটাৰ পাছত এটাকৈ সন্মান‌ ।

ইতিমধ্যে অষ্টম ৰাজস্থান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ কথাছবি’ৰ সন্মান আৰু ইটালীৰ ‘ভেচোভিয়াছ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ত ‘শ্রেষ্ঠ পৰিচালক’ৰ সন্মান লাভ কৰিছে । লগতে ‘২১ তম নিউয়ৰ্ক ইণ্ডিয়ান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ত ‘শ্রেষ্ঠ অভিনেতা (হৰিচ খান্না)’ লাভ কৰিছে আৰু ‘শ্রেষ্ঠ শিশু অভিনেত্ৰী’ (পৰিনান্ধি জিমা চুলতানা)ৰ বাবে মনোনয়ন।

ইতিমধ্যে ‘২৫ তম কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২১, ‘১৯তম ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০তম ইমাজিন ইণ্ডিয়া আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০২১, ‘২৪ তম সাংহাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০২১, ‘ নিউয়ৰ্ক ইণ্ডিয়ান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০২১, ‘১৯ তম পোনে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ ‘অষ্টম ৰাজস্থান চলচ্চিত্ৰ মহোৎসৱ ২০২১ কে আদি কৰি প্ৰায় ২০ তাৰো অধিক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ভাগ লৈ কথাছবিখনে চর্চা লাভ কৰিছে । লগতে আহিছে আমেৰিকা, ডুবাই, ব্ৰাজিল, লণ্ডন, কানাডা আদি দেশৰ বাবে আমন্ত্ৰণ । এই খবৰে স্বাভাৱিকতে সকলোলৈকে কঢ়িয়াই আনিছে আনন্দৰ বতৰা ।

মাইনা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ পৰিচালনাৰ লগতে কাহিনী, চিত্ৰনাট্য, সংলাপ ৰচিছে বিশ্বজিৎ বৰাই আৰু প্ৰযোজনা কৰিছে “জেতুকা পাতৰ দৰে” এখন ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবিৰ প্ৰযোজক নুৰুল চুলতানে ।

চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ কে’বাখনো ছবি ক্ৰমে য়াহা, কমিনে, মিডনাইটচ চিলড্ৰেন, গেংগচ অৱ ৱাছিপুৰ আদিত অভিনীত হাৰিশ খান্নাই। লগতে ইয়াত আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই । ইয়াৰ উপৰিও অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পবিত্ৰ বৰুৱা, গৌৰী শংকৰ ভূঞা, যতীন খনিকৰ, বিনোদ লাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জেষ্ঠ অভিনেতা দীনেশ দাস, জেষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্ৰিয় সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাইও অভিনয় কৰিছে এই ছবিখনত। উল্লেখযোগ্য যে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাইও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে মুম্বাইৰ চিটাংশু খামাৰিয়ে । ছাউণ্ড ডিজাইন কৰিছে মুম্বাইত জ্যোতি চেতিয়াই, কলা নিৰ্দেশনা জয়ন্ত জিন ফুকনৰ আৰু প্ৰযোজনা নিয়ন্ত্ৰণ অসীম শইকীয়াৰ আৰু প্ৰযোজনা সহকাৰী কুমুদ বৰাৰ।

ইতিমধ্যে বহুলভাৱে চৰ্চিত এই চলচ্চিত্ৰখন অসমীয়া ৰাইজে খুব সোনকালে চাবলৈ পাব বুলি প্ৰযোজকে জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Biswajeet BoraGod on the BalconyHarish KhannaParinandhi Jima SultanaStuttgart
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d