Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

কংগ্ৰেছে প্ৰথমতে নিজৰ শাসিত ৰাজ্যসমূহত পেট্ৰল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰক, তাৰ পাছত বাকী ৰাজ্যক প্ৰশ্ন কৰিব : মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
July 12, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
কংগ্ৰেছে প্ৰথমতে নিজৰ শাসিত ৰাজ্যসমূহত পেট্ৰল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰক, তাৰ পাছত বাকী ৰাজ্যক প্ৰশ্ন কৰিব : মন্ত্ৰী পীযুষ হাজৰীকা
3
SHARES
34
VIEWS
ShareShareShareShare

“বিৰোধী দলে প্ৰথমতে কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলৰ দ্বাৰা শাসিত ৰাজ্যসমূহৰ পেট্ৰল ডিজেলৰ মূল্যৰ খবৰ ৰাখক, তাৰ পাছত বিজেপি শাসিত অসমৰ কথা কওঁক”, অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা অসম চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই সংবাদ মাধ্যমক উদ্দেশ্যি আজি এই ব্যক্তব্য প্ৰকাশ কৰে । বিধানসভা অধিবেশনৰ প্ৰথম দিনাই ৰাজ্যত পেট্ৰল আৰু ডিজেলৰ মূল্যক লৈ বিৰোধী দলৰ সদস্যসকল বিধানসভাৰ মজিয়াত সৰৱ হোৱাৰ ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাটো আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰে ।

ADVERTISEMENT

মন্ত্ৰীগৰাকীয়ে আৰু প্ৰকাশ কৰে যে ভাৰতৰ প্ৰতিখন চৰকাৰে বিগত বছৰত পেট্ৰল ডিজেলৰ ওপৰত ক’ভিড কৰ লগোৱাৰ পাছত অসমেই আছিল প্ৰথমখন ৰাজ্য যি পেট্ৰল আৰু ডিজেলৰ ওপৰত লগোৱা ক’ভিড কৰ উঠাই লৈছিল । আনহাতে, কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দল শাসিত ৰাজ্যকেইখনমানৰ আজিৰ তাৰিখত পেট্ৰল আৰু ডিজেলৰ মূল্যৰ কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, আজিৰ তাৰিখত কংগ্ৰেছ আৰু তেঁওলোকৰ মিত্ৰ দলৰ শাসিত ৰাজ্য মহাৰাষ্ট্ৰৰ মুম্বাইত পেট্ৰল আৰু ডিজেলৰ দাম হৈছে ক্ৰমে ১০৭.২০ টকা আৰু ৯৭.২৯ টকা, অৰবিন্দ কেজৰিৱালৰ আম আদমী দলৰ শাসিত ৰাজ্য দিল্লীত ক্ৰমে ১০১.১৯ আৰু ৮৯.৭২ টকা, কংগ্ৰেছ শাসিত ৰাজ্য ৰাজস্থানৰ জয়পুৰত পেট্ৰল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ১০৮.০৩ আৰু ৯৮.৮৫ টকা, মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শাসিত ৰাজ্য পশ্চিমবংগৰ কলকাতাত আজিৰ তাৰিখত পেট্ৰল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ১০১.৩৫ আৰু ৯২.৮১ টকা ।

RelatedPosts

Pijush Hazarika:অসম বিধানসভাত লোণৰ প্ৰসংগঃবিধানসভাত বিৰোধীয়ে লোণ লৈ উন্নয়নমূলক কাম কৰিবলৈ কয় কিন্তু সদনৰ বাহিৰত গৈ ওলোটা খৰ মাৰে’

Minister Pijush Hazarika:জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Pijush Hazarika:’কংগ্ৰেছ এতিয়া পথভ্ৰষ্ট, হতাশাগ্ৰস্ত, লক্ষ্যভ্ৰষ্ট। ৰাইজ এতিয়া বিজেপিৰ লগত, বহু কংগ্ৰেছী আহিব বিজেপিলৈঃ মন্ত্ৰী পীযুষ হাজৰীকাৰ

আনহাতে ইয়াৰ বিপৰীতে আজিৰ তাৰিখত অসমৰ গুৱাহাটী চহৰত পেট্ৰল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ৯৬.৯৮ আৰু ৮৯.০৫ টকা যি তুলনামূলকভাৱে উল্লিখিত আন ৰাজ্য কেইখনতকৈ কম । এই পৰিসংখ্যা দাঙি ধৰি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে, “বিৰোধী দলৰ বিধায়কসকলে আমাক প্ৰশ্ন কৰাৰ আগতে তেঁওলোকৰ মিত্ৰদলসমূহৰ দ্বাৰা শাসিত ৰাজ্য কেইখনত পেট্ৰল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ কওক ।”

মন্ত্ৰী পীযুষ হাজৰীকাই লগতে বিগত দশকত যি হাৰত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে, সেয়াও প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ১৯৭৯ ৰপৰা ১৯৮৬ চনলৈ পেট্ৰল ডিজেলৰ মূল্যৰ বৃদ্ধিৰ হাৰ আছিল ১১০ শতাংশ, ১৯৮৬ ৰপৰা ১৯৯৩ চনলৈ এই হাৰ আছিল ১২০ শতাংশ, ১৯৯৩ ৰপৰা ২০০০ চনলৈ আছিল ৬০ শতাংশ, ২০০০ ৰপৰা ২০০৭ চনলৈ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ হাৰ আছিল ৭০ শতাংশ, ২০০৭ ৰপৰা ২০১৪ চনলৈ এই হাৰ আছিল ৬০ শতাংশ, আনহাতে ২০১৪ চনৰ পৰা ২০২১ চনলৈ পেট্ৰল ডিজেলৰ বৃদ্ধিৰ হাৰ হৈছে মাত্ৰ ৩০ শতাংশ ।

এই মূল্যবৃদ্ধিৰ হাৰ ২০১৪ চনৰ পৰা ২০২১ চনলৈ, যিখিনি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতত বিজেপি চৰকাৰ চলি আছে সেই সময়ত আটাইতকৈ কম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এই ক্ষেত্ৰত শতাংশ হিচাপত বিজেপি চৰকাৰৰ দিনত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আটাইতকৈ কমকৈ হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক ৰাইজক বিপথে পৰিচালনা নকৰিবলৈ আহ্বান জনায় ।

আনহাতে, বিধানসভা পৰিচালনাৰ ক্ষেত্ৰত পৰম্পৰা আৰু নীতি কোনটোক অগ্ৰাধিকাৰ দিয়া হ’ব সেই বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পীযুষ হাজৰীকাই উলেখ কৰে যে, বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ ওপৰত নিৰ্ভৰ কৰি সময়ে সময়ে পৰম্পৰা সলনি হৈ আহিছে । মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে বিগত সময়ত চলি থকা পৰম্পৰাৰ সলনি অধ্যক্ষ মহোদয়ে নীতি অনুসৰিও বিধানসভা চলাব পাৰে, এই ক্ষেত্ৰত বিধায়কসকলে তেওঁক প্ৰচলিত পৰম্পৰাৰ কথা প্ৰকাশ কৰিব পাৰে কিন্তু তেওঁ ভুল কৰিছে বুলি কোনেও অভিযোগ কৰিব নোৱাৰে ।

আনহাতে, চৰকাৰে বিধানসভাৰ কাম কাজত হস্তক্ষেপ কৰিছে বুলি বিধায়ক অখিল গগৈয়ে কৰা অভিযোগৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে, বিধায়ক হিচাপে অখিল গগৈ নতুন আৰু তেওঁ বিধানসভাৰ পৰম্পৰা তথা নীতি নিয়মসমূহৰ বিষয়ে ভালদৰে জ্ঞাত নোহোৱাকৈ তেনে অভিযোগ দিয়াটো ভুল কথা । বিধায়ক হিচাপে অখিল গগৈক অন্ততঃ এখন অধিবেশনত ভাগ লৈ বিধানসভাৰ পৰম্পৰা তথা নীতি নিয়মসমূহ ভালদৰে জানি ল’বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pijush Hazarika
publisher

publisher

Related Posts

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d