Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Pijush Hazarika:অসম বিধানসভাত লোণৰ প্ৰসংগঃবিধানসভাত বিৰোধীয়ে লোণ লৈ উন্নয়নমূলক কাম কৰিবলৈ কয় কিন্তু সদনৰ বাহিৰত গৈ ওলোটা খৰ মাৰে’

'বিধানসভাৰ বাহিৰত বিৰোধীয়ে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোণ লৈ অসম ধ্বংস কৰিলে বুলি আস্ফালন কৰে’, বিধানসভাত বিধায়ক'অখিল গগৈ-নন্দিতা দাসৰ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পীযুষ হাজৰীকাৰ এই মন্তব্য, সদনত ‘ভূতৰ মুখত ৰাম নাম’ বুলি বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

publisher by publisher
February 19, 2025
in Assam, India, News
Reading Time: 1 min read
0
Pijush Hazarika:অসম বিধানসভাত লোণৰ প্ৰসংগঃবিধানসভাত বিৰোধীয়ে লোণ লৈ উন্নয়নমূলক কাম কৰিবলৈ কয় কিন্তু সদনৰ বাহিৰত গৈ ওলোটা খৰ মাৰে’
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

Opposition unity review meeting at Hotel Greenwood:দেওবাৰে হোটেল গ্রীণউডত বিৰোধী ঐক্যৰ পৰ্যালোচনা বৈঠক

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Pijush Hazarika:

বিধানসভাত বিৰোধীয়ে লোণ লৈ উন্নয়নমূলক কাম কৰিবলৈ কয় কিন্তু সদনৰ বাহিৰত গৈ ওলোটা খৰ মাৰে। বিধানসভাৰ বাহিৰত বিৰোধীয়ে ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোণ লৈ অসম ধ্বংস কৰিলে বুলি আস্ফালন কৰে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। অসম বিধানসভাত আজি লোণৰ প্ৰসংগত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। আজি বিধানসভাত বিধায়ক অখিল গগৈ আৰু নন্দিতা দাসৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰীকাই এইদৰে মন্তব্য কৰে।

ADVERTISEMENT

মন্ত্ৰী গৰাকীয়ে অখিল গগৈক লোণ সম্পৰ্কত ৰাইজক বিপথে পৰিচালিত নকৰিবলৈও আহ্বান জনায়। আনকি দৰিকাৰ কাৰণে যদি বিৰোধীয়ে লোণ ল’ব দিয়ে তেন্তে সেই কামো মন্ত্ৰী গৰাকীয়ে কৰি দিব বুলি কয়। উল্লেখ্য যে আজি বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং, দৰিকা আৰু জাঁজী নদীৰ বান সমস্যা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে৷ বিধায়কজন জিলাখনৰ কেইবাটাও সমস্যা জলসম্পদ বিভাগে সমাধান কৰি দিয়াৰ কথাও সদনত উল্লেখ কৰে৷ বিধায়কজনে সমষ্টিটোত আমগুৰিলৈকে ২৬ কিলোমিটাৰ মথাউৰিৰ ১১ কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা বুলি উল্লেখ কৰে।

বিধায়কজনে ইয়াৰ কাৰণে এছিয়ান ডেভলপমেণ্ট বেংক তথা বিশ্ব বেংকৰ এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে বুলি উল্লেখ কৰি এই প্ৰজেক্ট যদি হৈ নুঠে, তেন্তে শিৱসাগৰখন বানপানীৰ কবলত পৰিব বুলি কয়৷ এই প্ৰজেক্টটোৰ বৰ্তমান কি পৰ্যায়ত আছে সেই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে মন্ত্ৰী গৰাকীৰ পৰা জানিবলৈ বিচাৰে ৷

মন্ত্ৰী পীযুষ হাজৰীকাই সদস্যগৰাকীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয় যে, সদনত আজি ভূতৰ মুখত ৰাম নাম হৈছে৷ সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই সংবাদমেলেই হওক বা ছ’চিয়েল মিডিয়াতেই হওক প্ৰকাশ কৰে যে চৰকাৰখনে লোণ লৈ অসমখন ধ্বংস কৰিলে ৷ কিন্তু তেওঁ আজি লোণ ল’বলৈ পৰামৰ্শ দিলে৷ তেওঁক এডিবিৰ পইচা লাগে৷ এছিয়ান ডেভলপমেণ্টৰ টকাৰে তেওঁৰ সমষ্টিত উন্নয়ন লাগে, গতিকে তেওঁ আমাৰ লোণ লোৱাৰ যি প্ৰক্ৰিয়া তাক ন্যাৰ্যতা প্ৰদান কৰিলে।

লোণৰ কথাত বিধায়ক অখিল গগৈয়ে ন্যাৰ্যতা প্ৰদান কৰাৰ বাবে মন্ত্ৰী গৰাকীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰে৷ আজিৰ পৰা এই লোণৰ বিষয়ত মানুহক বিধায়কজনে মানুহক যাতে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা নকৰে তাৰ বাবে বিধায়ক অখিল গগৈক বিধানসভাৰ অধ্যক্ষৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে অনুৰোধ জনায় ৷

মন্ত্ৰী পীযুষ হাজৰীকাই বিধায়কজনৰ সমষ্টিত যথেষ্ট কাম কৰাৰ কথা উল্লেখ কৰে৷ যাৰ বাবে অখিল গগৈয় মন্ত্ৰীগৰাকীক ধন্যবাদ দিয়া বুলিও কয়৷ আজিৰ সদনত মন্ত্ৰী গৰাকীয়েও বিধায়কগৰাকীক প্ৰতি ধন্যবাদ জ্ঞাপন কৰে৷
প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ সমষ্টিত এডিবিত প্ৰথম পৰ্যায়ত ৩৪৮ কোটি টকাৰ কাম কৰিবলৈ প্ৰচেষ্টা চলাই থকা বুলি জানিবলৈ দিয়ে ৷ অহা ডিচেম্বৰ মাহৰ ভিতৰত সেইখিনি কাম আৰম্ভ কৰিবলৈ সক্ষম হ’ব বুলি কয়৷ আনহাতে, এডিবিৰ দ্বিতীয় পৰ্যায়ৰ যাতে কাম কৰিব পাৰে প্ৰত্যেক ১৫ দিনৰ পাছত ফ্ৰেমাৰ অফিচত বৈঠক অনুষ্ঠিত কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ কয় যে যিমানকেইখন জিলাত এডিবিৰ কাম চলি আছে তাৰ অভিযন্তা, ঠিকাদাৰৰ সৈতে বৈঠক কৰো। এডিবিৰ ৬৫০ কোটি টকা যদি আমি এই বছৰ কৰিব পাৰো, তেতিয়া আমি দ্বিতীয় ফেজৰ টকা পাম। দ্বিতীয় ফেজত এডিবি আৰু বিশ্ব বেংকৰ প্ৰায় ২ হাজাৰৰ পৰা ২১০০ কোটি টকাৰ কাম অহা বিত্তীয় বৰ্ষত কৰিবলৈ সক্ষম হ’ম। সেয়ে আমি অতি তৎপৰতাৰে ১৫ দিনৰ পাছে পাছে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰো। এডিবি-বিশ্ব বেংকৰ ইচ্ছ্যুটো হ’ল যে অৰ্ডাৰ দিলে নহ’ব।

ঠিকাদাৰে পেমেণ্ট পাব লাগিব। তেতিয়াহে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ৰ কাম অনুমোদন দিয়ে। এডিবিৰ ৬৫০ কোটি টকাৰ কাম যদি এই বছৰ কৰিবলৈ সক্ষম হয়, তেন্তে অহা বছৰ প্ৰায় ১২ শ কোটি, ১৩ শ কোটি টকাৰ কাম কৰিবলৈ সক্ষম হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ বাবে তীব্ৰতাৰে প্ৰচেষ্টা চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰচেষ্টাত যদি সক্ষম হওঁ তেতিয়াহ’লে শিৱসাগৰ জিলাত ৪৪৮ কোট টকা, গোলাঘাটত ৪৬৩ কোটি টকা, যোৰহাটত ৪৪৪ কোটি টকা, ধেমাজিত ৩৭৯ কোটি টকা মুঠ ১৬৪২ কোটি টকা এইবছৰ আমি ল’বলৈকে সক্ষম হ’ম। আৰু যদি সক্ষম হওঁ নৱেম্বৰ বা ডিচেম্বৰত তাৰ কাম আৰম্ভ হ’ব। ঠিক তেনেকৈ বিশ্ব বেংকৰো কামৰ প্ৰক্ৰিয়া চলাই থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিশ্ব বেংকৰ পৰাও প্ৰায় ৫০০ কোটি টকা পাব বুলি কয়। যদি কামখিনিত সফল হয় অহা বছৰ বিশ্ব বেংক এডিবিৰ প্ৰায় ২২ শ কোটি টকাৰ কাম কৰিবলৈ সক্ষম হ’ব বুলি সদনত জানিবলৈ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AKHIL GOGOIAssam Assembly Budget SessionPijush Hazarika
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d