Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰাষ্ট্ৰদ্ৰোহ আইনৰ এতিয়া কি প্ৰয়োজন !

ঔপনিৱেশিক আইন আখ্যা দি কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

publisher by publisher
July 16, 2021
in India, News
Reading Time: 1 min read
0
ৰাষ্ট্ৰদ্ৰোহ আইনৰ এতিয়া কি প্ৰয়োজন !
5
SHARES
47
VIEWS
ShareShareShareShare

ব্ৰিটিছকালৰ পৰা দেশত বলৱৎ হৈ থকা ৰাষ্ট্ৰদ্ৰোহ আইনখনক ঔপনিৱেশিক আইন আখ্যা দিলে সৰ্বোচ্চ ন্যায়ালয়ে । স্বাধীনতাৰ ৭৫ বছৰ পাছতো এই আইনৰ প্ৰয়োজন কি বুলি প্ৰশ্ন উত্থাপন কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপৰ বাবে এই আইন গুৰুত্বৰ ভাবুকি । এই আইনত থকা প্ৰচুৰ ক্ষমতাৰ অপব্যৱহাৰ হ’লে কাৰ্যবাহী দায়বদ্ধ নহয় । আইনখনক অত্যুৎসাহী কাঠ মিস্ত্ৰীৰ হাতত তুলি ‌দিয়া কৰতৰ স’তে তুলনা কৰে ন্যায়ালয়ে ।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই কয়, ‘ৰাষ্ট্ৰদ্ৰোহ আইনখন এখন ঔপনিৱেশিক আইন । আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ইয়াৰ প্ৰয়োজন আছেনে ।’ চৰকাৰে এই আইনখনৰ বিষয়ে কিয় বিবেচনা কৰা নাই বুলি ন্যায়ালয়ে প্ৰশ্ন কৰে । ‘এই আইনৰ ব্যাপক অপব্যৱহাৰ হৈছে । ৰাষ্ট্ৰদ্ৰোহ আইন এজন অত্যুৎসাহী কাঠ মিস্ত্ৰীক কাঠ কাতিবলৈ হাতত কৰত এখন তুলি দিয়াৰ দৰে, যিয়ে কৰতখনেৰে সমগ্ৰ জংঘলেই কাটি পেলালে । আইনখনৰ প্ৰভাৱ এনে ধৰণৰ ।’ মুখ্য ন্যায়াধীশ ৰমন্না নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে এইদৰে কয় ।

RelatedPosts

বিনামূলীয়া আঁচনি বৃদ্ধি উদ্বেগজনক

CJI : দেশৰ ৪৯তম মুখ্য ন্যায়াধীশ হিচাপে ললিতৰ নাম জনালে ৰমণাই

CAA-NRC : এনআৰচি সন্দৰ্ভত মুখ্য ন্যায়াধীশক পত্ৰ

বিচাৰপীঠে কয় যে ৰাষ্ট্ৰদ্ৰোহ আইনৰ বৈধতা তেওঁলোকে পৰীক্ষা কৰিব । ‘এইখন এখন ঔপনিৱেশিক আইন বুলি বিতৰ্ক আছে । এই আইনখন ব্ৰিটিছে মহাত্মা গান্ধীক নিশ্চুপ কৰিবলৈ আৰু স্বাধীনতা আন্দোলন দমন কৰিবলৈ ব্যৱহাৰ কৰিছিল ।’ এইদৰে মন্তব্য কৰি বিচাৰপীঠে কয় যে এজন আৰক্ষী বিষয়াই যদিহে গাঁওখনত কোনো বিষয় সমাধান কৰিব বিচাৰে তেন্তে তেওঁ ৰাষ্ট্ৰদ্ৰোহ আইনৰ ভাৰতীয় দণ্ডবিধিৰ ১২৪(ক) ব্যৱহাৰ কৰিব পাৰে । সেয়েহে গাঁওবাসী ভীতিগ্ৰস্ত হয় । উচ্চতম ন্যায়ালয়ত আইনখনৰ প্ৰত্যাহ্বান জনাই কে’বাখনো আবেদন দাখিল কৰা হৈছে আৰু আদালতে এই আটাইবোৰ একেলগ কৰি শুনানি গ্ৰহণ কৰিব ।

মুখ্য ন্যায়াধীশে দেশৰ মহাধিবক্তা কে কে বেণুগোপালক উদ্দেশ্যি কয়, ‘আইনখনৰ অপব্যৱহাৰ আৰু কাৰ্যবাহীৰ কোনো দায়বদ্ধতাক লৈ আমি উদ্বিগ্ন । আমি কোনো ৰাজ্য বা চৰকাৰক দোষাৰোপ কৰা নাই, কিন্তু তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৬(ক)ক কিদৰে ব্যৱহাৰ কৰি থকা হৈছে চাওক, কিমান কিমান যে দুৰ্ভগীয়া লোক ভুক্তভোগীৰ হৈছে ! অথচ ইয়াৰ বাবে কাৰো কোনো দায়বদ্ধতা নাই ।’ মুখ্য ন্যায়াধীশে লগতে আঙুলিয়াই দিয়ে যে লাষ্ট্ৰদ্ৰোহ আইনৰ ইতিহাসত অতি ন্যূনতম শাস্তিহে হৈছে অথবা শাস্তি প্ৰদানৰ হাৰ অতি নিম্ন ।

মহাধিবক্তা বেণুগোপালে যুক্তি দৰ্শাই যে আইনখন প্ৰত্যাহাৰ কৰিব নালাগে, কেৱল ইয়াৰ নীতি-নিৰ্দেশনাসমূহ নিৰ্ণয় কৰিব লাগে যাতে ন্যায়িক লক্ষ্যত ই উপনীত হ’ব পৰা যায় । এই ক্ষেত্ৰত মুখ্য ন্যায়াধীশে এইদৰে উত্তৰ দিয়ে, ‘যদি কোনো পক্ষ‌ই আনটো পক্ষৰ ভাষ্য শুনিব নিবিচাৰে তেতিয়া তেওঁলোকে এই আইন ব্যৱহাৰ কৰিব পাৰে আৰু আন পক্ষক জড়িত কৰিব পাৰে । ই ব্যক্তিৰ বাবে এটা গুৰুত্বৰ প্ৰশ্ন ।’ দেশৰ এট’ৰ্নী জেনেৰেল তুষাৰ মেহতাই চৰকাৰক উত্তৰ জনাব বুলি কয় ।

উল্লেখ্য যে ৰাষ্ট্ৰদ্ৰোহ আইনক প্ৰত‌্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সেনাৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল এছ জি বোম্ববাটকেৰেই । তেওঁ যুক্তি দৰ্শাই যে ৰাষ্ট্ৰদ্ৰোহ আইন সম্পূৰ্ণৰূপে অসাংবিধানিক আৰু ইয়াক দ্বিধাহীনভাৱে প্ৰত্যাহাৰ কৰিব লাগে । মুখ্য ন্যায়াধীশ ৰামন্না, ন্যায়াধীশ এ এছ ব’পান্না আৰু ন্যায়াধীশ ঋষিকেশ ৰয়ৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰে । সেনা বিষয়াজনৰ মতে ভাৰতত কাৰ্যকৰী হৈ থকা দেশ বিৰোধিতা আইনখন অস্বচ্ছ আৰু বাকস্বাধীনতাৰ পৰিপন্থী ।

সেনা বিষয়াজনৰ মতে বৰ্তমান পৰিস্থিতিত এই ধাৰা চৰ্তহীনভাৱে খাৰিজ কৰিব লাগে, কিয়নো ইয়াৰ ফলত সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ পৰা নাগৰিক বঞ্চিত হৈছে । চৰকাৰৰ প্ৰতি নাগৰিকৰ অনাস্থা অপৰাধ হিচাপে গণ্য কৰা হৈছে । স্বাধীনতাৰ মত প্ৰকাশৰ ওপৰত অহেতুক বাধা-নিষেধ আৰোপ কৰা হৈছে ।

অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ এই আবেদনৰ শুনানিত কেন্দ্ৰক একপ্ৰকাৰ তিৰষ্কাৰ কৰে উচ্চতম ন্যায়ালয়ে । ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে ব্ৰিটিছ শাসনত মহাত্মা গান্ধীৰ দৰে কণ্ঠ দমনৰ বাবেহে আইনখন ব্যৱহাৰ কৰা হৈছিল । এই আইনখনত কাৰ্যকৰী বিষয়াৰ কোনো দায়বদ্ধতা নাথাকে । সেয়েহে অপব্যৱহাৰ কৰাৰ বাবে ইয়াৰ অধীনত প্ৰচুৰ ক্ষমতা দিয়া হৈছে । ন্যায়ালয়ে এই কথা স্পষ্ট কৰে যে আবেদনকাৰীয়ে দেশৰ বাবে তেওঁৰ জীৱন একপ্ৰকাৰ বলিদান দিছে, গতিকে এইখন উদ্দেশ্য প্ৰণোদিত আবেদন নহয় ।

শেহতীয়াভাৱে ৰাষ্ট্ৰদ্ৰোহ আইনক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ আন এখন বিচাৰপীঠে দুগৰাকী সাংবাদিক ৰাষ্ট্ৰদ্ৰোহ আইনক লৈ দাখিল কৰা এখন আবেদনৰ প্ৰতি সঁহাৰি জনাবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে । মণিপুৰৰ কিশোৰচন্দ্ৰ ৱাংখেমচা আৰু ছত্তীছগড়ৰ কানহাইয়া লাল শুক্লাই আইখনে বাকস্বাধীনতা ভংগ কৰা বুলি প্ৰত্যাহ্বান জনাইছে । শেহতীয়া গোচৰবোৰত দেশত সমাজকৰ্মী, ৰাজনৈতিক আৰু সাংবাদিকৰ বিৰুদ্ধে এই আইনখন অনাহক ব্যৱহাৰ কৰা বুলি বিতৰ্কৰ সৃষ্টি হৈছে ।

যোৱা মাৰ্চত আন এক পৃথক গোচৰত সৰ্বোচ্চ ন্যায়ালয়ে মত প্ৰকাশ কৰিছিল যে চৰকাৰৰ মতামতৰ বিৰোধিতা কৰা অথবা ভিন্ন মতামত পোষণ কৰা কাৰ্যক ৰাষ্ট্ৰদ্ৰোহ আখ্যা দিব নোৱাৰি । শেহতীয়াভাৱে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বিক্ষোভ দমনত এই আইন ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: A.S. BopannaHrishikesh RoyK. K. VenugopalN. V. Ramana
publisher

publisher

Related Posts

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !
India

ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d