Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰাষ্ট্ৰদ্ৰোহ আইনৰ এতিয়া কি প্ৰয়োজন !

ঔপনিৱেশিক আইন আখ্যা দি কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

publisher by publisher
July 16, 2021
in India, News
Reading Time: 1 min read
0
ৰাষ্ট্ৰদ্ৰোহ আইনৰ এতিয়া কি প্ৰয়োজন !
5
SHARES
52
VIEWS
ShareShareShareShare

RelatedPosts

বিনামূলীয়া আঁচনি বৃদ্ধি উদ্বেগজনক

CJI : দেশৰ ৪৯তম মুখ্য ন্যায়াধীশ হিচাপে ললিতৰ নাম জনালে ৰমণাই

CAA-NRC : এনআৰচি সন্দৰ্ভত মুখ্য ন্যায়াধীশক পত্ৰ

ব্ৰিটিছকালৰ পৰা দেশত বলৱৎ হৈ থকা ৰাষ্ট্ৰদ্ৰোহ আইনখনক ঔপনিৱেশিক আইন আখ্যা দিলে সৰ্বোচ্চ ন্যায়ালয়ে । স্বাধীনতাৰ ৭৫ বছৰ পাছতো এই আইনৰ প্ৰয়োজন কি বুলি প্ৰশ্ন উত্থাপন কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপৰ বাবে এই আইন গুৰুত্বৰ ভাবুকি । এই আইনত থকা প্ৰচুৰ ক্ষমতাৰ অপব্যৱহাৰ হ’লে কাৰ্যবাহী দায়বদ্ধ নহয় । আইনখনক অত্যুৎসাহী কাঠ মিস্ত্ৰীৰ হাতত তুলি ‌দিয়া কৰতৰ স’তে তুলনা কৰে ন্যায়ালয়ে ।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই কয়, ‘ৰাষ্ট্ৰদ্ৰোহ আইনখন এখন ঔপনিৱেশিক আইন । আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ইয়াৰ প্ৰয়োজন আছেনে ।’ চৰকাৰে এই আইনখনৰ বিষয়ে কিয় বিবেচনা কৰা নাই বুলি ন্যায়ালয়ে প্ৰশ্ন কৰে । ‘এই আইনৰ ব্যাপক অপব্যৱহাৰ হৈছে । ৰাষ্ট্ৰদ্ৰোহ আইন এজন অত্যুৎসাহী কাঠ মিস্ত্ৰীক কাঠ কাতিবলৈ হাতত কৰত এখন তুলি দিয়াৰ দৰে, যিয়ে কৰতখনেৰে সমগ্ৰ জংঘলেই কাটি পেলালে । আইনখনৰ প্ৰভাৱ এনে ধৰণৰ ।’ মুখ্য ন্যায়াধীশ ৰমন্না নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে এইদৰে কয় ।

বিচাৰপীঠে কয় যে ৰাষ্ট্ৰদ্ৰোহ আইনৰ বৈধতা তেওঁলোকে পৰীক্ষা কৰিব । ‘এইখন এখন ঔপনিৱেশিক আইন বুলি বিতৰ্ক আছে । এই আইনখন ব্ৰিটিছে মহাত্মা গান্ধীক নিশ্চুপ কৰিবলৈ আৰু স্বাধীনতা আন্দোলন দমন কৰিবলৈ ব্যৱহাৰ কৰিছিল ।’ এইদৰে মন্তব্য কৰি বিচাৰপীঠে কয় যে এজন আৰক্ষী বিষয়াই যদিহে গাঁওখনত কোনো বিষয় সমাধান কৰিব বিচাৰে তেন্তে তেওঁ ৰাষ্ট্ৰদ্ৰোহ আইনৰ ভাৰতীয় দণ্ডবিধিৰ ১২৪(ক) ব্যৱহাৰ কৰিব পাৰে । সেয়েহে গাঁওবাসী ভীতিগ্ৰস্ত হয় । উচ্চতম ন্যায়ালয়ত আইনখনৰ প্ৰত্যাহ্বান জনাই কে’বাখনো আবেদন দাখিল কৰা হৈছে আৰু আদালতে এই আটাইবোৰ একেলগ কৰি শুনানি গ্ৰহণ কৰিব ।

মুখ্য ন্যায়াধীশে দেশৰ মহাধিবক্তা কে কে বেণুগোপালক উদ্দেশ্যি কয়, ‘আইনখনৰ অপব্যৱহাৰ আৰু কাৰ্যবাহীৰ কোনো দায়বদ্ধতাক লৈ আমি উদ্বিগ্ন । আমি কোনো ৰাজ্য বা চৰকাৰক দোষাৰোপ কৰা নাই, কিন্তু তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৬(ক)ক কিদৰে ব্যৱহাৰ কৰি থকা হৈছে চাওক, কিমান কিমান যে দুৰ্ভগীয়া লোক ভুক্তভোগীৰ হৈছে ! অথচ ইয়াৰ বাবে কাৰো কোনো দায়বদ্ধতা নাই ।’ মুখ্য ন্যায়াধীশে লগতে আঙুলিয়াই দিয়ে যে লাষ্ট্ৰদ্ৰোহ আইনৰ ইতিহাসত অতি ন্যূনতম শাস্তিহে হৈছে অথবা শাস্তি প্ৰদানৰ হাৰ অতি নিম্ন ।

মহাধিবক্তা বেণুগোপালে যুক্তি দৰ্শাই যে আইনখন প্ৰত্যাহাৰ কৰিব নালাগে, কেৱল ইয়াৰ নীতি-নিৰ্দেশনাসমূহ নিৰ্ণয় কৰিব লাগে যাতে ন্যায়িক লক্ষ্যত ই উপনীত হ’ব পৰা যায় । এই ক্ষেত্ৰত মুখ্য ন্যায়াধীশে এইদৰে উত্তৰ দিয়ে, ‘যদি কোনো পক্ষ‌ই আনটো পক্ষৰ ভাষ্য শুনিব নিবিচাৰে তেতিয়া তেওঁলোকে এই আইন ব্যৱহাৰ কৰিব পাৰে আৰু আন পক্ষক জড়িত কৰিব পাৰে । ই ব্যক্তিৰ বাবে এটা গুৰুত্বৰ প্ৰশ্ন ।’ দেশৰ এট’ৰ্নী জেনেৰেল তুষাৰ মেহতাই চৰকাৰক উত্তৰ জনাব বুলি কয় ।

উল্লেখ্য যে ৰাষ্ট্ৰদ্ৰোহ আইনক প্ৰত‌্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সেনাৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল এছ জি বোম্ববাটকেৰেই । তেওঁ যুক্তি দৰ্শাই যে ৰাষ্ট্ৰদ্ৰোহ আইন সম্পূৰ্ণৰূপে অসাংবিধানিক আৰু ইয়াক দ্বিধাহীনভাৱে প্ৰত্যাহাৰ কৰিব লাগে । মুখ্য ন্যায়াধীশ ৰামন্না, ন্যায়াধীশ এ এছ ব’পান্না আৰু ন্যায়াধীশ ঋষিকেশ ৰয়ৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰে । সেনা বিষয়াজনৰ মতে ভাৰতত কাৰ্যকৰী হৈ থকা দেশ বিৰোধিতা আইনখন অস্বচ্ছ আৰু বাকস্বাধীনতাৰ পৰিপন্থী ।

সেনা বিষয়াজনৰ মতে বৰ্তমান পৰিস্থিতিত এই ধাৰা চৰ্তহীনভাৱে খাৰিজ কৰিব লাগে, কিয়নো ইয়াৰ ফলত সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ পৰা নাগৰিক বঞ্চিত হৈছে । চৰকাৰৰ প্ৰতি নাগৰিকৰ অনাস্থা অপৰাধ হিচাপে গণ্য কৰা হৈছে । স্বাধীনতাৰ মত প্ৰকাশৰ ওপৰত অহেতুক বাধা-নিষেধ আৰোপ কৰা হৈছে ।

অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ এই আবেদনৰ শুনানিত কেন্দ্ৰক একপ্ৰকাৰ তিৰষ্কাৰ কৰে উচ্চতম ন্যায়ালয়ে । ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে ব্ৰিটিছ শাসনত মহাত্মা গান্ধীৰ দৰে কণ্ঠ দমনৰ বাবেহে আইনখন ব্যৱহাৰ কৰা হৈছিল । এই আইনখনত কাৰ্যকৰী বিষয়াৰ কোনো দায়বদ্ধতা নাথাকে । সেয়েহে অপব্যৱহাৰ কৰাৰ বাবে ইয়াৰ অধীনত প্ৰচুৰ ক্ষমতা দিয়া হৈছে । ন্যায়ালয়ে এই কথা স্পষ্ট কৰে যে আবেদনকাৰীয়ে দেশৰ বাবে তেওঁৰ জীৱন একপ্ৰকাৰ বলিদান দিছে, গতিকে এইখন উদ্দেশ্য প্ৰণোদিত আবেদন নহয় ।

শেহতীয়াভাৱে ৰাষ্ট্ৰদ্ৰোহ আইনক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ আন এখন বিচাৰপীঠে দুগৰাকী সাংবাদিক ৰাষ্ট্ৰদ্ৰোহ আইনক লৈ দাখিল কৰা এখন আবেদনৰ প্ৰতি সঁহাৰি জনাবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে । মণিপুৰৰ কিশোৰচন্দ্ৰ ৱাংখেমচা আৰু ছত্তীছগড়ৰ কানহাইয়া লাল শুক্লাই আইখনে বাকস্বাধীনতা ভংগ কৰা বুলি প্ৰত্যাহ্বান জনাইছে । শেহতীয়া গোচৰবোৰত দেশত সমাজকৰ্মী, ৰাজনৈতিক আৰু সাংবাদিকৰ বিৰুদ্ধে এই আইনখন অনাহক ব্যৱহাৰ কৰা বুলি বিতৰ্কৰ সৃষ্টি হৈছে ।

যোৱা মাৰ্চত আন এক পৃথক গোচৰত সৰ্বোচ্চ ন্যায়ালয়ে মত প্ৰকাশ কৰিছিল যে চৰকাৰৰ মতামতৰ বিৰোধিতা কৰা অথবা ভিন্ন মতামত পোষণ কৰা কাৰ্যক ৰাষ্ট্ৰদ্ৰোহ আখ্যা দিব নোৱাৰি । শেহতীয়াভাৱে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বিক্ষোভ দমনত এই আইন ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: A.S. BopannaHrishikesh RoyK. K. VenugopalN. V. Ramana
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d