Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সুৰংগত ৪০ ঘণ্টা আৱদ্ধ ৰেল, ভয়াবহ বান চীনৰ ২২ চহৰত

publisher by publisher
July 21, 2021
in News
Reading Time: 1 min read
0
সুৰংগত ৪০ ঘণ্টা আৱদ্ধ ৰেল, ভয়াবহ বান চীনৰ ২২ চহৰত
4
SHARES
36
VIEWS
ShareShareShareShare

সুৰংগত আৱদ্ধ হৈ আছে ট্ৰেইন । প্ৰদেশত থকা যাত্ৰীসকলৰ বুকু লৈকে পানী । প্ৰাণ ৰক্ষা কৰিবলৈ ছিটৰ ওপৰত থিয় হৈ আছে যাত্ৰীসকলে । উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে সেনাবাহিনীয়ে । এনেধৰণৰে এক দৃশ্য দেখা চীনৰ এটা ভাইৰেল ভিডিঅ’ত । সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, চীনত প্ৰবল বন্যা পৰিস্থিতিত এখন ট্ৰেইন সুৰংগত আৱদ্ধ হৈ পৰে । যাত্ৰীৰ কান্ধ, বুকুৰ সমান পানী । উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে দেশখনৰ সেনাবাহিনীয়ে । চীনৰ বানত এই পৰ্যন্ত ১২ জন লোকে প্ৰাণো হেৰুৱাইছে ।

ADVERTISEMENT

সোমবাৰৰ পৰা দুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে চীনৰ হেনান প্ৰদেশত । প্ৰদেশখনৰ ২২ খন চহৰ জলমগ্ন হৈছে । সুৰংগত ৰেল আৱদ্ধ হোৱাৰ ঘটনাটো সংঘটিত হৈছে ঝেংঝ‌ও চহৰত । চহৰখনৰ এটা সুৰংগত সোমোৱাৰ পাছত পানীৰ ফলত আৱদ্ধ হৈ পৰে ট্ৰেইনখন ।

RelatedPosts

২০৪৯ৰ ভিতৰত অৰুণাচলক সামৰি লোৱাৰ পৰিকল্পনা ৰঙা চীনৰ

আমি ভাৰত আৰু ৰাছিয়াক চীনৰ সুগভীৰ আন্ধাৰত হেৰুৱালো

জিনপিং-মোদী-পুটিনৰ অন্তৰংগ মুহূৰ্তৰ ছবিয়ে দিলে দক্ষিণ বিশ্বৰ সংহতিৰ বাৰ্তা

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, চালকে সম্ভৱতঃ পানীৰ পৰিমাণ অনুমান কৰিব নোৱাৰি সুৰংগৰ তলেৰে ট্ৰেইন পাৰ কৰাৰ চেষ্টা কৰিছিল । কিন্তু সুৰংগৰ টানেলত পানী বেছি পৰিমাণে থকাৰ বাবে এই চেষ্টা সফল নহয় । প্ৰায় সাতশজন যাত্ৰীসহ আৱদ্ধ হৈ পৰে ট্ৰেইনখন । যাত্ৰীসকলে ফোন, সামাজিক মাধ্যমৰ সহায়ত বাৰ্তা প্ৰেৰণ কৰে প্ৰশাসনক । পৰৱৰ্তী সময়ত দুৰ্যোগ প্ৰশমন বাহিনী আৰু সেনাই উদ্ধাৰ কাৰ্য আৰম্ভ কৰে । আৱদ্ধ হৈ থকা যাত্ৰীসকলক খোৱা পানী, খাদ্যৰ যোগান ধৰে তেওঁলোকে । প্ৰায় ৪০ ঘণ্টা আৱদ্ধ হৈ থকাৰ পাছত সুৰংগৰ পৰা যাত্ৰীসকলক উলিয়াই অনা সম্ভৱ হয় ।

7月20日晚,郑州暴雨地铁5号线一车厢多人被困,水位淹过肩膀。根据郑州地铁晚上发布的消息,受持续暴雨影响,郑州地铁全线网车站已暂停运营服务,消防人员正在救援。 pic.twitter.com/wCiz7TGhki

— The Paper 澎湃新闻 (@thepapercn) July 20, 2021

হেনান প্ৰদেশত প্ৰায় ১০ কোটি মানুহে বাস কৰে ‌। বতৰ বিজ্ঞান কেন্দ্ৰই আগতেই প্ৰৱল বৃষ্টিপাতৰ সতৰ্কবাৰ্তা দিছিল । সোমবাৰে আৰু মঙলবাৰে প্ৰৱল বৃষ্টিপাত হয় প্ৰদেশখনত । নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰত ববলৈ আৰম্ভ কৰে । কিছুমান অঞ্চলত নদীৰ বান্ধ মেৰামতি কাৰ্যত লাগিছে সেনাবাহিনী ।

২০খনৰো অধিক চহৰ বানৰ কৱলত পৰিছে । অধিক সংখ্যক পথত মানুহৰ সমান উচ্চতাত পানী হৈছে । পানীত ডুব গৈছে ষ্টেচনবোৰো । প্ৰৱল বৃষ্টিপাতৰ বাবে হেনানৰ বহু ঠাইত বিমান আৰু ৰেল সেৱা স্থগিত কৰা হৈছে । স্থানীয় বাসিন্দাসকলে জনায় যে, বিগত এশ বছৰত এনে ধৰণৰ ঘটনা এইয়ে প্ৰথম । দেশৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ছি জিনপিঙেও ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Xi Jinping
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d