Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

জিনপিং-মোদী-পুটিনৰ অন্তৰংগ মুহূৰ্তৰ ছবিয়ে দিলে দক্ষিণ বিশ্বৰ সংহতিৰ বাৰ্তা

publisher by publisher
September 2, 2025
in International, News
Reading Time: 1 min read
0
জিনপিং-মোদী-পুটিনৰ অন্তৰংগ মুহূৰ্তৰ ছবিয়ে দিলে দক্ষিণ বিশ্বৰ সংহতিৰ বাৰ্তা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit in New Delhi 2026 :ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

SCO summit:✒️দেওবাৰৰ পৰা চীনৰ টিয়ানজিন চহৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’)ৰ বৈঠকত অংশ গ্রহণ কৰে বিশ্বৰ শীর্ষ নেতৃবৃন্দই। ইয়াৰ লগে লগে দক্ষিণ বিশ্বৰ একতাৰ শক্তিশালী প্ৰদৰ্শনৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আদিৰ সম্মিলিত শক্তিয়ে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধক পৰাভূত কৰিব পাৰিব নে নোৱাৰে সেয়া চৰ্চিত হৈছে।

ADVERTISEMENT

ট্রাম্পৰ শুল্ক যুদ্ধই বিশ্ব বাণিজ্যকে কম্পমান কৰি তোলাৰ সময়ত সেইসকল নেতাৰ একেখন মঞ্চত থিয় দিয়াটোৱে এক উল্লেখনীয় মুহূৰ্তৰ সৃষ্টি কৰা বুলি কোৱা হৈছে। এই সম্মিলনৰ ফটো আৰু ভিডিঅ’ই পশ্চিমীয়া বিশ্বলৈ সম্প্রতি অব্যাহত থকা বিশ্ব উত্তেজনাৰ পৰিস্থিতিৰ সময়ত এছীয় ঐক্য-সংহতিৰ শক্তিশালী বার্তা প্ৰেৰণ কৰা বুলিও কোৱা হৈছে।

এই শীর্ষ সম্মিলনত যিসমূহ বিষয়ে প্রাধান্য লাভ কৰিলে তাৰ ভিতৰত আছে বৌদ্ধিক প্রত্যাহ্বানৰ বিষয়ো। কোনো এখন দেশে পোনপটীয়াকৈ আমেৰিকাৰ নাম উচ্চাৰণ নকৰিলেও বিশ্বত অব্যাহত থকা ‘দাদাগিৰী’ৰ প্ৰসংগ প্রায় প্রতিজন নেতাই নিজ নিজ ভাষণত উল্লেখ কৰে।

চীনৰ জিনপিঙে পৰোক্ষভাৱে আমেৰিকা আৰু ট্রাম্পক লক্ষ্য কৰি কয় যে সদস্য দেশসমূহৰ বাবে সুৰক্ষা আৰু বিকাশৰ প্ৰত্যাহ্বান অধিক জটিল হৈছে। তেওঁ কোনো এখন দেশৰ নাম উল্লেখ নকৰি কয় যে কিছুমান দেশৰ ধমকিৰ সুৰত কথা কোৱা মনোভাবে বৌদ্ধিক সংকট অধিক গভীৰ কৰি তুলিছে।

চীনৰ মুৰব্বীজনে নব্য বিশ্ব সুৰক্ষা আৰু অর্থনৈতিক শৃংখলাৰ পোষকতা কৰে যাৰ দ্বাৰা দক্ষিণ বিশ্বক অগ্রাধিকাৰ দিয়া হ’ব। ইয়াৰ দ্বাৰা মার্কিন যুক্তৰাষ্ট্ৰক পোনপটীয়াকৈ তেওঁ প্রত্যাহ্বান জনায়। তেওঁ কয়, ‘আমি একনায়কত্ববাদ আৰু ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ বিৰুদ্ধে স্পষ্ট স্থিতি গ্রহণ কৰিব লাগিব আৰু প্ৰকৃতাৰ্থত বহুবাদক সমর্থন জনাব লাগিব।’ চীনৰ মুৰব্বীৰ ভাষ্যক ট্রাম্পৰ শুল্ক নীতিৰ প্ৰতি পৰোক্ষ আক্ৰমণ বুলি বিশ্লেষক মহলে কয়। বিশ্ব প্রশাসন এক নতুন সন্ধিক্ষণত উপনীত হৈছে বুলিও সম্মিলনৰ আয়োজক জিনপিঙে কয়।

চীনৰ বন্দৰ চহৰ টিয়ানজিনৰ এই সম্মিলত জিনপিঙে কমেও অপশ্চিমীয় বিশ্বৰ ২০ নেতৃত্বক দায়িত্ব প্রদান কৰিছে। এই সন্মিলনত ৰাছিয়াৰ পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতি অতি লক্ষ্যণীয় বুলি কোৱা হৈছে।

পহলগামক লৈ সৰৱ এছচিঅ’ সন্মিলন

টিয়ানজিনৰ শীৰ্ষ সন্মিলনত জম্মু-কাশ্মীৰৰ পহলগামৰ নাৰকীয় হত্যালীলা প্ৰসংগ উত্থাপন হোৱাৰ বিষয়ে পূর্বানুমান আছিল। আজি এই ঘটনাৰ গৰিহণা দি এছচিঅ’ই যৌথ বিবৃতি প্রকাশ কৰাৰ লগতে ইয়াৰ পৃষ্ঠপোষকতাৰ বিৰুদ্ধে তদন্তৰ দাবী কৰা হৈছে।

এই বিবৃতিত অৱশ্যে পোনপটীয়াকৈ পাকিস্তানৰ নাম উল্লেখ কৰা হোৱা নাই। মনকৰিবলগীয়া যে এই সম্মিলনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফো উপস্থিত আছিল। এসময়ৰ ‘বন্ধু’ আমেৰিকাৰ স’তে ভাৰতৰ সম্পৰ্ক এতিয়া মধুৰ হৈ থকা নাই।

বিশেষকৈ ট্রাম্পৰ শুল্ক আৰোপে দুই দেশৰ মাজত ব্যৱধান বৃদ্ধি কৰাই নহয়, ভাৰতৰ দীৰ্ঘদিনৰ বৈৰীৰাষ্ট্ৰ চীনৰ স’তে উন্নত হৈছে সম্পর্ক। এই সম্মিলনে মোদী, পুটিন আৰু জিনপিঙৰ বন্ধুত্বৰ নতুন অধ্যায়ৰ সূচনা কৰা বুলিও বিভিন্ন মহলে প্রকাশ কৰিছে। ইয়াৰ মাজতে যুটীয়া বিবৃতিত পহলগাম কাণ্ডৰ উল্লেখ বিশেষ তাৎপর্যপূর্ণ বুলি বিশ্ব কূটনৈতিক মহলে ধাৰণা কৰে।

মোদী-পুটিনৰ আলোচনা

প্রধানমন্ত্রী মোদী আৰু পুটিনে কালি দ্বিপাক্ষিক আলোচনাস্থলীত পুটিনৰ বিলাসবহুল গাড়ীত উঠি যোৱা দৃশ্য চৰ্চাৰ বিষয় হৈছে। গাড়ীতে বহি দুই নেতাই ৫০ মিনিট সময় আলোচনা কৰে। এই সম্পর্কে ফটো প্রকাশ কৰি মোদীয়ে কয় যে তেওঁলোক দুয়ো একেলগে একেখন গাড়ীত আৰোহণ কৰি দ্বিপাক্ষিক বৈঠকৰ স্থলীলৈ যোৱাৰ সময়ত যথেষ্ট গভীৰ আলোচনা কৰে।

ইউক্রেইন সম্পর্কেও এই আলোচনা কালত দুই নেতাই নিজ নিজ মতামত প্রকাশ কৰে। ইউক্রেইন যুদ্ধৰ শান্তিপূর্ণ সমাধান তথা বিশ্বৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত আলোচনা সম্পন্ন হয়। মোদীয়ে কয় যে পুটিনৰ স’তে এই আলোচনা আছিল অতি উৎকৃষ্ট। দুই পক্ষই কিদৰে দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে বুলি মোদীয়ে কয়।

সোমবাৰে বৈঠকৰ অন্তত দিল্লীত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে জিনপিঙক সম্মিলনৰ আয়োজনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে এই সম্মিলনৰ কেতবোৰ ভাষ্য বিশেষভাৱে চৰ্চিত হৈছে। প্রধানমন্ত্রী মোদীয়ে ৰাছিয়াক বিশেষ সহযোগী অংশীদাৰ বুলি কয়।

ইপিনে, জিনপিঙে ঘোষণা কৰে যে বিশ্বৰ দুখন সর্বাধিক জনবহুল দেশ বন্ধু হোৱাটো প্রয়োজন। একেদৰে পুটিনে মোদীৰ হাত সাবটি তেওঁ মৰমৰ বন্ধু বুলিও সম্বোধন কৰাৰ লগতে তেওঁৰ সুসজ্জিত লিমজিন গাড়ীত মোদীক লগত লৈ বৈঠকস্থলীলৈ যায়। একেদৰে মোদীয়েও কৈছে যে ভাৰত আৰু ৰাছিয়াই বহু কঠিন সময়ত সদায়ে একেলগে থিয় দিছে। দীঘলীয়া সময়ৰ উদ্বেগজনক আৰু সংঘাতমুখৰ পৰিস্থিতিৰ পাছত এই বৈঠকতে দেখা গৈছিল জিনপিং আৰু মোদীয়ে একেলগে হাঁহিছে। ট্রাম্পৰ ভাবুকি সত্ত্বেও মোদীয়ে পুটিনৰ স’তে দীঘলীয়া আলোচনাত মিলিত হৈছে। কোৱা হৈছে যে বহু সময়ত ছবিয়ে অধিক কথা কয়। বৈঠকৰ এনে কিছুমান অন্তৰংগ মুহূৰ্তৰ ছবিয়ে আজি বিশ্বতে আলোচিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra ModiValdimir PutinXi Jinping
publisher

publisher

Related Posts

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d