Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

হিন্দী বলয়ত বৃহৎসংখ্যক আসন বৃদ্ধি হ’ব

২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাৰ আসন কমেও এহেজাৰলৈ বৃদ্ধিৰ যোজা বিজেপিৰ

publisher by publisher
July 29, 2021
in India, News, Politics
Reading Time: 1 min read
0
হিন্দী বলয়ত বৃহৎসংখ্যক আসন বৃদ্ধি হ’ব
3
SHARES
26
VIEWS
ShareShareShareShare

২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সমষ্টিৰ পুনৰবিন্যাস ঘটাই লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধিৰ যোজা চলাইছে বুলি সম্প্ৰতি চৰ্চিত হৈছে । দেশত জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা প্ৰকাশ পাইছে । এনে হ’বলৈ হ’লে হিন্দী বলয়ৰ ৰাজ্যসভাৰ লোকসভাৰ আসনৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব । তুলনামূলকভাৱে দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি নহয় । ফলত এই সমগ্ৰ প্ৰক্ৰিয়াত বিজেপি লাভৱান হ’ব পাৰে বুলি কংগ্ৰেছ নেতৃত্ব‌ই শংকা প্ৰকাশ কৰিছে ।

ADVERTISEMENT

কংগ্ৰেছৰ লোকসভাৰ সাংসদ মণিষ তিৱাৰীয়ে কয় যে, সাংসদসকলেই তেওঁক ঘৰুৱা আলোচনাত জনাইছে যে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰি এহেজাৰ বা ততোধিক কৰা হ’ব পাৰে । ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সংখ্যা বৃদ্ধি হ’ব বুলিও উল্লেখ কৰি সাংসদজনে কয়, ‘নতুন সংসদ ভৱনত হেজাৰজন সাংসদৰ বাবে আসনৰ ব্যৱস্থা কৰা হৈছে । কিন্তু লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধিৰ পূৰ্বে সকলো পক্ষৰে স’তে বিতং আলোচনা কৰাটো জৰুৰী ।’

RelatedPosts

শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই স্থগিত ৰাখিলে লোকসভা

Om Birla Elected Speaker of the Lok Sabha: ওম বিৰলা লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত

Pm Modi Speech In Parliament:লোকসভাত প্ৰধানমন্ত্ৰী উদাত্ত ভাষণ

সংবিধানৰ ব্যৱস্থাৱলীৰ মতে জনসংখ্যা অনুপাতে সাংসদৰ সংখ্যা নিৰ্ধাৰণ কৰাটো উচিত । সাধাৰণতে প্ৰতি ১০ লাখ ভোটাৰৰ বিপৰীতে এজন সাংসদ থাকিব লাগে । ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰায় ৮৮ কোটি ভোটাৰ আছিল । সেই মৰ্মে লোকসভাত প্ৰায় ৮৮০ জন সাংসদ থাকিব লাগে যদিও ভাৰতৰ লোকসভা আসনৰ সংখ্যা ৫৪৩জন । নতুনকৈ নিৰ্মীয়মান সংসদ ভৱনত ৮৮৮খন আসনেৰে লোকসভা কক্ষৰ ব্যৱস্থা কৰা হৈছে ।

আসন পুনৰ বিন্যাসত প্ৰতি ১০ লাখ ভোটাৰৰ বিপৰীতে এজন সাংসদৰ নীতি পালন কৰিলে লোকসভা কক্ষৰ আয়তন সলনি কৰিব লাগিব । ১৯৭৬ত ইয়াৰ পূৰ্বে আসন পুনৰ বিন্যাস কৰা হৈছিল । ১৯৭১ৰ লোকপিয়লৰ ভিত্তিতে এনে কৰা হৈছিল । ইয়াৰ পাছত পৰৱৰ্তী পৰ্যায়ত এই বিষয়টোক লৈ বহু আলাপ-চৰ্চা হৈছে ।

দেখা গৈছে যে হিন্দী বলয়ৰ ৰাজ্যসমূহৰ তুলনাত দাক্ষিণাত্যৰ কেৰালা, তামিলনাডুৰ দৰে ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণৰ নীতি সুৰূপায়ণ হৈছে । ফলত জনসংখ্যা অনুযায়ী আসন নিৰ্ধাৰণ কৰিবলৈ হ’লে উত্তৰ প্ৰদেশ, বিহাৰৰ দৰে জনবহুল ৰাজ্যসমূহৰ পৰা অধিক সংখ্যক সাংসদ নিৰ্বাচিত হ’ব । দক্ষিণৰ ৰাজ্যসমূহৰ অংশ কমিব । এই পৰিস্থিতিত আসন পুনৰবিন্যাস স্থগিত ৰখা হয় ।

ধাৰণা কৰা হয় যে ২০২৬ৰ ভিতৰত দেশৰ সকলো ৰাজ্যতে জনসংখ্যা বৃদ্ধিৰ হাৰৰ অনুপাত সমমাত্ৰাৰ হ’ব । কাগজে-কলমে চৰকাৰী তথ্য অনুসৰি, ২০২৬ৰ পাছত লোকসভাৰ আসন নতুনকৈ সজোৱা হ’ব । এই সময়তে বিজেপিৰ এক সূত্ৰত প্ৰকাশ যে ২০২২ত সম্ভাব্য উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি সলনি হ’ব পাৰে । কংগ্ৰেছৰ গৱেষণা কোষৰ প্ৰতিবেদন অনুযায়ী লোকসভা আসনৰ সংখ্যা ৫৪৩ৰ পৰা বৃদ্ধি হৈ ১২শ হ’ব পাৰে ।

এনে হ’লে উত্তৰ প্ৰদেশৰ সাংসদৰ সংখ্যা বৰ্তমানৰ ৮০ৰ পৰা বৃদ্ধি হ’ব ১৯৩ জনলৈ । একেদৰে বিহাৰত ৪০ৰ পৰা ৯৪, মধ্যপ্ৰদেশত ২৯ৰ পৰা ৬৮ আৰু পশ্চিমবংগত ৪২ৰ পৰা লোকসভাৰ আসন ৯২ লৈ বৃদ্ধি পাব পাৰে । কংগ্ৰেছ নেতা তিৱাৰীয়ে কয় যে এনে হ’লে লোকসভাৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত তামিলনাডু সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Lok SabhaManish Tewari
publisher

publisher

Related Posts

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
Crime

March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
News

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d