Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Result HS 2026

    Result HS 2026

    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কেব সেৱা প্ৰদানৰ অজুহাতেৰে ডকাইটি কৰা তিনিজনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

publisher by publisher
July 31, 2021
in India, News
Reading Time: 1 min read
0
কেব সেৱা প্ৰদানৰ অজুহাতেৰে ডকাইটি কৰা তিনিজনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ
3
SHARES
29
VIEWS
ShareShareShareShare

গড়চুক আৰু জালুকবাৰী আৰক্ষীৰ যৌথ অভিযানত কালি নিশা কেব সেৱা প্ৰদানৰ অজুহাত দেখুৱাই ডকাইটি কৰা তিনিজনক গ্ৰেপ্তাৰ কৰা হয় ।

ADVERTISEMENT

২৮ জুলাই, ২০২০ তাৰিখে গড়চুক আৰক্ষী থানা আৰু জালুকবাৰী আৰক্ষী থানাত একেধৰণৰে ঘটনাৰ গোচৰ ৰুজু কৰা হয় । গড়চুক আৰক্ষী থানাত ৰুজু কৰা গোচৰত অভিযোগকাৰীয়ে জনায় যে, ছুইফ্ট ডিজায়াৰেৰে আইএছবিটিৰ পৰা বিমানবন্দৰলৈ যোৱাৰ সময়ত ঘটনাটো সংঘটিত হয় ।

RelatedPosts

Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

TISS:জালুকবাৰীস্থিত টাটা ইনস্টিটিউট অফ ছচিয়েল চাইন্সত বাথৰুমত গোপন কেমেৰা সংস্থাপন কৰা দুই প্ৰেমিক- প্ৰেমিকা আৰক্ষীৰ জালত

অভিযোগ অনুসৰি, অভিযোগকাৰীক কেবৰ সহযাত্ৰী আৰু গাড়ী চালকে আক্ৰমণ কৰে আৰু ডকাইটি কাণ্ড সংঘটিত কৰে । ঠিক একেধৰণৰে গোচৰ দাখিল কৰা হৈছিল জালুকবাৰী আৰক্ষী থানাত, সেই ঘটনাত ব্যৱহৃত বাহনৰ বিৱৰণ আৰু অভিযুক্তসকলৰ আচাৰ-ব্যৱহাৰত সামঞ্জস্য পোৱা যায় ।

WhatsApp Image 2021 07 31 at 2.37.01 PM 1

এই তথ্য অনুসৰণ কৰি, মহানগৰ আৰক্ষীয়ে ৪৮ ঘণ্টাৰ ভিতৰত অপৰাধত ব্যৱহৃত বাহনখন ট্ৰেক কৰে । বাহনখন হৈছে এএছ ০১ জেচি ৯৬৬৮ নম্বৰৰ ছুইফ্ট ডিজায়াৰ । গড়চুক আৰক্ষী থানাৰ অধীনস্থ বৰাগাঁৱৰ পৰা তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় ।

WhatsApp Image 2021 07 31 at 2.37.01 PM

অভিযুক্তকেইজন হৈছে সাতগাঁৱৰ নিবাসী মহম্মদ আব্দুল হক (২৮), মহম্মদ ইব্ৰাহিম আলি (২৫) আৰু মহম্মদ আলি হুছেইন (২৬) । কামৰূপ (আৰ) আৰক্ষীৰ সহায়তাত অভিযুক্ত মহম্মদ আলি হুছেইনৰ ভাৰা ৰূমৰ পৰা দলটোৱে লুণ্ঠন কৰা সামগ্ৰী তামৰ কুণ্ডলী, মাউণ্ট কৰা টেপ আৰু কে’বাটাও বেংক পাছবুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gorchuk PoliceJalukbari Police
publisher

publisher

Related Posts

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

April 28, 2026
Result HS 2026
News

Result HS 2026

April 28, 2026
প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d