Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

পেগাছাছ সন্দৰ্ভত আবেদন তালিকাত থকা পাঁচ সাংবাদিকৰ, সৰৱ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো

publisher by publisher
August 3, 2021
in India, News, Politics
Reading Time: 1 min read
0
পেগাছাছ সন্দৰ্ভত আবেদন তালিকাত থকা পাঁচ সাংবাদিকৰ, সৰৱ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো
1
SHARES
13
VIEWS
ShareShareShareShare

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল পেগাছাছৰ জৰিয়তে সম্ভাব্য নিৰীক্ষণৰ তালিকাত থকা পাঁচ সাংবাদিক । এইয়ে প্ৰথম সম্ভাব্য নিৰীক্ষণৰ তালিকাত থকা ব্যক্তি ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল ।

ADVERTISEMENT

পেগাছাছৰ জৰিয়তে সম্ভাব্য নিৰীক্ষণ সম্পৰ্কে তদন্ত বিচাৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে প্ৰবীণ সাংবাদিক এন ৰাম  আৰু শশী কুমাৰ, অধিবক্তা এম‌ এল শৰ্মা আৰু ৰাজ্যসভাৰ সদস্য জন ব্ৰিট্টাছে । বৃহস্পতিবাৰে এই আবেদনবোৰৰ শুনানি হ’ব ।

RelatedPosts

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে

Bihar CM Oath:বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণ

আজি শীৰ্ষ ন্যায়ালয়ত আবেদন কৰিছে পৰঞ্জয় গুহ ঠাকুৰতা, এছ এন এম আবদি, প্ৰেমশংকৰ ঝা, ৰূপেশকুমাৰ সিং আৰু ইপসা শতাক্ষীয়ে । এই পাঁচগৰাকীয়ে আবেদনত জনাইছিল, পেগাছাছৰ সন্দৰ্ভত তথ্য ফাদিল হোৱাৰ পাছত তেওঁলোকে তদন্তকাৰী সংবাদ মাধ্যমবোৰৰ প্ৰতিনিধিক নিজৰ ফোন দিছিল । এমনেষ্টি ইণ্টাৰনেচনেলৰ পৰীক্ষাগাৰত ডিজিটেল ফৰেন্সিক পৰীক্ষাৰ জৰিয়তে জনা যায় যে, পেগাছাছৰ জৰিয়তে তেওঁলোকৰ ফোনত নিৰীক্ষণ কৰা হৈছিল ।

আবেদনকাৰীসকলে জনায় যে, তেওঁলোকৰ ফোন ভাৰত চৰকাৰ বা কোনো তৃতীয় পক্ষ‌ই নিৰীক্ষণ কৰিছে বা হেক কৰিছে বুলি সন্দেহ কৰাৰ যথেষ্ট কাৰণ আছে । ভাৰত চৰকাৰে এতিয়াও পেগাছাছ স্পাইৱেৰ ক্ৰয় কৰাৰ কথা অস্বীকাৰ কৰা নাই ।

আবেদনকাৰীসকলৰ মতে, এনেদৰে আধুনিক স্পাইৱেৰৰ জৰিয়তে নিৰীক্ষণ কৰাই বাকস্বাধীনতা খৰ্ব কৰিব । এইটো ব্যক্তিপৰিসৰৰ অধিকাৰৰো পৰিপন্থী । ইয়াৰ ফলত চৰকাৰৰ বিভিন্ন স্তৰত অনিয়মক লৈ যিসকলে তথ্য সৰবৰাহ কৰে তেওঁলোক আগবাঢ়ি নাহিব । ফলত সমগ্ৰ দেশত প্ৰশাসনৰ স্বচ্ছতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব ।

আবেদনকাৰীসকলে উচ্চতম ন্যায়ালয়ত পাঁচটা নিৰ্দিষ্ট বিষয়ত নিৰ্দেশ দিয়াৰ আবেদন জনাইছে । প্ৰথমতে, পেগাছাছৰ দৰে স্পাইৱেৰ ব্যৱহাৰক বেআইনী ঘোষণা কৰা । দ্বিতীয়তে, আবেদনকাৰীসকলৰ বিৰুদ্ধে পেগাছাছ ব্যৱহাৰৰ নিৰ্দেশ বা সেই বিষয়ে তদন্ত সংক্ৰান্ত সকলো তথ্য উচ্চতম ন্যায়ালয় আৰু আবেদনকাৰীসকলক জনাব লাগে । তৃতীয়তে, পেগাছাছৰ দৰে চাইবাৰ অস্ত্ৰৰ পৰা ভাৰতীয় নাগৰিকসকলক ৰক্ষা কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা । চতুৰ্থতে, বেআইনী চোৰাংচোৱা বা হেকিঙৰ স’তে জড়িত বিষয়াসকলক শাস্তি প্ৰদান কৰিবৰ বাবে বিচাৰবিভাগীয় ব্যৱস্থা তৈয়াৰ কৰা । পঞ্চমতে, ন্যায়বিচাৰৰ স্বাৰ্থত প্ৰয়োজনীয় যিকোনো নিৰ্দেশ প্ৰদান কৰা ।

ইপিনে, আজি পেগাছাছ কাণ্ডৰ তদন্তৰ দাবীত সৰৱ হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো । এই অভিযোগৰ তদন্তক লৈ নৰেন্দ্ৰ মোদী চৰকাৰৰ স’তে বিৰোধীসকলৰ বাক বিতৰ্কৰ ফলত বৰ্ষাকালীন অধিবেশন স্থগিত কৰিবলৈ বাধ্য হয় ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী নীতিশে কয়, ‘বহুদিশ ধৰি ফোনত চোৰাংচোৱা কৰাৰ কথা শুনিবলৈ পোৱা গৈছে । বিষয়টো সংসদত উত্থাপন কৰা হৈছে । সংবাদ মাধ্যমত প্ৰতিবেদন প্ৰকাশিত হৈছে । সেয়ে বিষয়টো পৰ্যবেক্ষণ কৰা উচিত । যি তথ্য পোৱা যায় সেয়া দেশবাসীক জনোৱা উচিত ।’

তেওঁ লগতে কয়, ‘এতিয়া এইবোৰ ঘটনা কোনে, ক’ত ঘটায় সেয়া বোজা কঠিন । সেয়ে পৰ্যবেক্ষণ কৰি বিষয়টো দেশবাসীক জনোৱা উচিত ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nitish KumarPegasus
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d