দৰিদ্ৰ লোকসকলক দুপৰীয়াৰ আহাৰ বিতৰণ ৰবীন হুড আৰ্মীৰ

WhatsApp Image 2021 08 10 at 5.35.49 PM

ৰাজ্যত ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা আংশিক তলাবন্ধই জুৰুলা কৰি পেলাইছে দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক।

তেনে সময়ছোৱাত আজি গোসাইগাঁও মহকুমাৰ তুলসীবিলস্থিত ৰামনাথ ক্লাৱত দৰিদ্ৰ লোকসকলৰ মাজত দুপৰীয়াৰ আহাৰ বিতৰণ কৰি মহানুভৱতা দেখুৱালে ৰবীন হুড আৰ্মীৰ সাপটগ্ৰাম শাখাই। তুলসীবিল অঞ্চলৰ দুখীয়া লোকসকল, দুপৰীয়া এসাজ অহাৰ খুৱায় ৰবীন হুড আৰ্মীয়ে। সংস্থাটোৰ এনে কাৰ্যক সচেতন মহলে শলাগ লৈছে।

Exit mobile version