Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 বৰঝাৰত অসম জাতীয় পৰিষদৰ এসপ্তাহজোৰা গণ-স্বাক্ষৰ সংগ্ৰহ অভিযান

বৰঝাৰৰ বিমান বন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰিবলৈ দিয়া নহ'ব: লুৰীণ

publisher by publisher
August 14, 2021
in Assam, India, News
Reading Time: 1 min read
0
 বৰঝাৰত অসম জাতীয় পৰিষদৰ এসপ্তাহজোৰা গণ-স্বাক্ষৰ সংগ্ৰহ অভিযান
6
SHARES
56
VIEWS
ShareShareShareShare

বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানী গ্ৰুপক গতোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত অসম জাতীয় পৰিষদে আৰম্ভ কৰা গণ-স্বাক্ষৰ অভিযানৰ প্ৰথম পৰ্যায়ৰ আজি সামৰণি পৰে৷

ADVERTISEMENT

বৰঝাৰৰ এয়াৰপোৰ্ট গে’ট তিনিআলিত দলে যোৱা ন আগষ্টৰ দিনা এই কাৰ্যসূচী আৰম্ভ কৰিছিল৷ আজি সপ্তাহজোৰা অভিযানৰ অন্তিম দিনা পাঁচ শতাধিক লোকে বিমান বন্দৰ আদানী গ্ৰুপক গতোৱা কাৰ্যৰ প্ৰতিবাদ-পত্ৰত স্বাক্ষৰ কৰে৷

RelatedPosts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজিৰ কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি কয় যে দলে আৰম্ভ কৰা গণ-সচেতনতা অভিযানৰ এয়া আৰম্ভণিহে৷ বিজেপি চৰকাৰে এপদ এপদকৈ দেশৰ সকলো লাভজনক উদ্যোগক নিৰ্দিষ্ট কিছুসংখ্যক পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়া এনে কাৰ্যৰ বিৰুদ্ধে দলে প্ৰতিবাদ অব্যাহত ৰাখিব৷

বিমান বন্দৰ আদানী গ্ৰুপক গতাই দিয়া সিদ্ধান্তৰ বিৰুদ্ধে জনমত গঠনৰ পৰৱৰ্তী পদক্ষেপ হিচাপে দলে এইবাৰ অনলাইনযোগে গণ-স্বাক্ষৰ সংগ্ৰহৰ অভিযান আৰম্ভ কৰিব৷

অসমবাসীৰ আবেগ জড়িত হৈ থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰটি ভাৰত চৰকাৰে আদানী গ্ৰুপক ৫০ বছৰৰ কাৰণে লীজত দিছে৷ অহা অক্টোবৰ মাহৰ পৰা উক্ত ব্যক্তিগত কোম্পানীটোয়ে বিমান বন্দৰৰ অপাৰেচন, ডেবেলপমেন্ট আৰু মেনেজমেন্টৰ দায়িত্ব গ্ৰহণ কৰিব৷ তাৰ পূৰ্বে যোৱা ন আগষ্টৰ দিনা আদানী গ্ৰুপে বিমান বন্দৰটিৰ উক্ত কামখিনিৰ পৰ্যবেক্ষণৰ দায়িত্ব লৈছে৷

আনুষ্ঠানিক দায়িত্ব গ্ৰহণৰ পূৰ্বেই আদানী গ্ৰুপে ইতিমধ্যে বিমান বন্দৰত কৰ্মৰত কৰ্মচাৰীসকলক আবাসগৃহ খালী কৰা আৰু বিমান বন্দৰ চৌহদৰ বাহিৰত দোকান-পোহাৰ দি থকা ব্যৱসায়ীসকলক দোকান-পোহাৰবোৰ বন্ধ কৰি ঠাই খালী কৰিবলৈ নিৰ্দেশনা দিয়া বুলি একাংশ ব্যৱসায়ীয়ে অভিযোগ কৰিছে৷

অসম জাতীয় পৰিষদে বিমান বন্দৰটি ব্যক্তিগত কোম্পানীক গতোৱাৰ বিৰোধিতা আৰম্ভণিৰে পৰা কৰি আহিছে৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ওচৰত জাতীয় পৰিষদে একাধিক স্মাৰকপত্ৰ প্ৰেৰণ কৰি উক্ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷

যোৱা ন আগষ্টত বিমান বন্দৰ চৌহদৰ বাহিৰত জাতীয় পৰিষদে বিষয়টো সন্দৰ্ভত সচেতনতা বৃদ্ধিৰ হকে গণ-স্বাক্ষৰ কাৰ্যসূচী আৰম্ভ কৰিছিল যদিও আৰক্ষীৰ বাধাৰ বাবে সেইদিনা উক্ত কাৰ্যসূচী স্থগিত ৰখা হৈছিল৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি কাৰ্যসূচী ৰূপায়নৰ অনুমতি বিচৰা হৈছিল যদিও প্ৰশাসনে অনুমতি নিদি আদানী গ্ৰুপৰ পক্ষ্য লয়৷

তাৰ পিছদিনা আৰক্ষীৰ বাধা ওফৰাই কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বিচৰা জাতীয় পৰিষদৰ নেতা-কৰ্মীৰ দলক আৰক্ষীয়ে আটক কৰি আজাৰা থানাত দিনটো বন্দী কৰি থয় আৰু সন্ধিয়া মুকলি কৰি দিয়ে৷

আজি সপ্তাহজোৰা গণ-স্বাক্ষৰ সংগ্ৰহ অভিযানৰ অন্তিম দিনা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ পাঁচ শতাধিক নেতা-কৰ্মীৰ উপস্থিতিত স্বাক্ষৰ সংগ্ৰহ অনুষ্ঠানত সভাপতি গগৈয়ে কয় যে লাভজনক প্ৰতিষ্ঠান হিচাপে দেশৰ ভিতৰত প্ৰথম শাৰীত থকা তথা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকৃত আৰু অসমবাসীৰ আবেগ বিজড়িত এই বিমান বন্দৰটি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া জনবিৰোধী কাৰ্যৰ জাতীয় পৰিষদে সদায় বিৰোধিতা কৰি যাব৷

আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এটি সুকীয়া প্ৰেছ বিজ্ঞপ্তিত কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটি লাভজনক বিমান বন্দৰ হিচাপে দেশৰ ভিতৰত অগ্ৰগণ্য৷

বিমান বন্দৰটিত ইতিমধ্যে ১২৩২ কোটি টকা খৰচ কৰি এটা অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণ কৰি থকা হৈছে৷ উক্ত সৰ্বমুঠ ধনখিনি চৰকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হৈছে৷ চৰকাৰী ধন খৰচেৰে বিমান বন্দৰটি আটকধুনীয়াকৈ সজোৱাৰ পাছত এতিয়া চৰকাৰে বিমান বন্দৰটি আদানী গ্ৰুপৰ হাতত তুলি দিছে কাৰ স্বাৰ্থত?

যাত্ৰীৰ স্বাৰ্থত বিমান বন্দৰটি ব্যক্তিগতকৰণ কৰিব খোজা হৈছে বুলি চৰকাৰে কৈ আছে যদিও যাত্ৰীক সুবিধা প্ৰদানৰ নামত উচ্চ হাৰত মাচুল সংগ্ৰহ কৰা হ’ব৷ গতিকে চৰকাৰৰ উক্ত যুক্তি সমৰ্থনযোগ্য নহয়৷ তদুপৰি বিমান বন্দৰৰ ‘গ্ৰাউণ্ড হেন্ডলিং’ আৰু পাৰ্কিং আদিত অতি উচ্চ হাৰত মাচুল সংগ্ৰহৰ প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ কৰি দিয়া আদানা গ্ৰুপে যে ব্যাপক লুণ্ঠনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সেয়া স্পষ্ট৷

এনে প্ৰেক্ষাপটত বিমান বন্দৰটি আদানী গ্ৰুপক হস্তান্তৰক সমৰ্থন কৰাটো এটা জনবিৰোধী কাৰ্য হ’ব আৰু সেয়ে বিমান বন্দৰটি আদানী গ্ৰুপক হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiLokpriya Gopinath Bordoloi International AirportLurinjyoti Gogoi
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d