শীঘ্ৰে উন্মোচন পাব ভিভ’ এক্স৭০, টেবলেট আৰু স্মাৰ্টৱাচ্

vivo X60 and vivo X60 Pro Featured 02

■ শীঘ্ৰে উন্মোচন পাব ভিভ’ এক্স৭০ ।
■ লগতে মুকলি কৰা হ’ব অন্যান্য দুটা ডিভাইচ টেবলেট আৰু স্মাৰ্টৱাচ্ ।
■ ভিভ’ই মুকলি কৰিবলগীয়া তিনিটা মডেল হৈছে ভিভ’ এক্স৭০, ভিভ’ এক্স৭০ প্ৰ’, ভিভ’ এক্স৭০ প্ৰ’+ ।
■ ইতিমধ্যে ভিভ’ৰ এক্স৭০ ছিৰিজটোৱে চীনৰ নিয়ন্ত্ৰক কম্পালছৰী চাৰ্টিফিকেচন অৱ চাইনা (৩চি) শংসাপত্ৰ লাভ কৰিছে ।
■ নিয়মিত ডিভাইচসমূহৰ লগতে কোম্পানীটোৱে ফ’ল্ডেড্ লেপটপ আৰু ফোনো মুকলি কৰাৰ পৰিকল্পনা কৰিছে ।
■ ফ’ল্ডেবল ফোনটো কোম্পানীটোৰ নেক্স ব্ৰেণ্ডৰ হ’ব ।
■ ই ছেমছাং গেলেক্সী জেড্ ফ’ল্ড ৩ৰ স’তে প্ৰায় একেই হ’ব ।

Exit mobile version