Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এঘৰৰ ছাদত পৰি চ্ছিন্ন-বিচ্ছিন্ন মূৰ-পেট :দৃশ্য দেখি অজ্ঞান মহিলা

কাবুলত বিমানৰ পৰা সৰি পৰা দুজন আছিল সহােদৰ

publisher by publisher
August 20, 2021
in News
Reading Time: 1 min read
0
এঘৰৰ ছাদত পৰি চ্ছিন্ন-বিচ্ছিন্ন মূৰ-পেট :দৃশ্য দেখি অজ্ঞান মহিলা
4
SHARES
37
VIEWS
ShareShareShareShare

এগৰাকী মাতৃৰ গৰ্ভতে জন্ম দুয়ােজনৰ। একে পৰিণতিয়েই হ’ল দুয়ােৰে। একেলগে দুয়াে এখন উৰন্ত বিমানৰ পৰা খহি পৰাৰ দৃশ্য প্রত্যক্ষ কৰিলে সমগ্র বিশ্বই। আনকি একে ঠাইতে আহি পৰি চিৰবিদায় ললে দুই সহােদৰ ভ্ৰাতৃয়ে। তালিবানে কাবুল দখল কৰাৰ পাছতে যােৱা সােমবাৰে দেশ এৰি পলায়ন কৰাৰ বাবে বিমানৰ চকাত সাৱটি ধৰি উৰি যােৱাৰ সময়তে আকাশৰ পৰা খহি পৰিছিল দুই ভ্রাতৃ ছাফিউল্লাহ আৰু ফিডা। উল্লেখ্য যে বিমানৰ পৰা সৰি পৰাৰ পাছত দুই ভ্রাতৃ আহি পৰে।

ADVERTISEMENT

কাবুল বিমানকোঠৰ পৰা প্ৰায় চাৰি কিলােমিটাৰ নিলগৰ এটা বাসগৃহৰ ছাদত। অৱশ্যে তেতিয়ালৈ দুয়ােৰে শৰীৰৰ অৱশিষ্টহে বাকী আছিল। এই সন্দৰ্ভত ৱালি ছালেক নামৰ লােকজনে সাংবাদিকৰ আগত কয় যে তেওঁ পৰিয়ালৰ স’তে ঘৰত থকা অৱস্থাতে তেওঁলােকৰ ঘৰৰ ছাদত এটা ডাঙৰ শব্ধ শুনা পায়। ৪৯ বছৰীয়া নিৰাপত্তাৰক্ষী ছালেকে কয়, ‘ট্রাকৰ চকা বিস্ফোৰণৰ দৰে শব্দ হৈছিল। ‘ততাতৈয়াকৈ পৰিয়ালটোৱে ছাদলৈ উঠি গৈ প্রত্যক্ষ কৰে এক ভয়ানক দৃশ্য। ছাদত পৰি আছিল দুটা মৃতদেহ।

RelatedPosts

পাকিস্তানৰ বিমান আক্ৰমনৰ পাছতে তালিবানৰ হুংকাৰ— “আক্ৰমণ বন্ধ নকৰিলে উড়াই দিম ইছলামাবাদ, কৰাচি”

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

লাওখােলা ভাঙি চূর্ণ-বিচূর্ণ হােৱাৰ লগতে মৃতদেহ দুটাৰ পেট ফালি ছিছিৰ হৈছিল। ছালেকে কয় যে দৃশ্য দেখিয়েই তেওঁৰ পত্নী অজ্ঞান হৈ পৰিছিল। তেতিয়াই এজন প্রতিবেশীয়ে ছালেকক অৱগত কৰে যে বিমানৰ পৰা পৰি যােৱা দুজন লােকৰ ভিডিঅ’ তেওঁ টিভিত দেখা পাইছে। আৰু এই দুটা মৃতদেহ সেই লােক দুজনৰে হ’ব লাগিব। ছালেকে কয়, মৃতদেহ দুটাৰ মূৰ আৰু পেট ফালি গৈছিল। মই এখন শ্ব’ল আৰু চাদৰেৰে মৃতদেহ দুটা ঢাকি মােৰ আত্মীয়ৰ স’তে মছজিদলৈ লৈ আহাে। তেওঁলােকৰ পকেটত পােৱা নথিৰ পৰাই তেওঁলােকৰ বয়স ৩০ বছৰৰ তলত বুলি গম পাইছিলাে।

উল্লেখ্য যে মৃতদেহ সৰি পৰাৰ ফলত ছালেকৰ ঘৰৰ ছাদো সামান্যৰূপে ক্ষতিগ্রস্ত হয়। ছালেকে কয় যে সেই ভয়ানক ঘটনাৰ পাছতহে তেওঁলােকে টিভিত দেখা পাইছিল কাবুলৰ হঠাৎ সলনি হৈ পৰা ৰূপটো।’ কাবুলৰ পথটোৰ মৰুভূমি সদৃশ হৈ পৰিছিল। কোনাে পুৰুষ বা মহিলাক দেখা পােৱা নাছিলাে। এঘণ্টাৰ পাছত কি হ’ব সেয়া আমি কোনেও বুজিব পৰা নাছিলাে। চৌদিশে কেৱল আতংকময় পৰিৱেশ। যদি মই সুযােগ পাওঁ, তেন্তে ময়াে আগফানিস্তান ত্যাগ কৰি আন দেশলৈ গুচি যাম।’ এইদৰে কয় ছালেকে। ইপিনে, দুয়ােজনৰ মৃতদেহ ইতিমধ্যে পৰিয়ালৰ লােকক গতাই দিয়া হৈছে।

মৃতদেহ ঘূৰাই পােৱাটোকে একমাত্র সান্ত্বনা বুলি জনাইছে পৰিয়ালৰ লােকে। উল্লেখ্য যে মুঠ আঠ ভ্রাতৃ-ভগ্নীৰ ভিতৰত ছফিউল্লা আৰু ফিডাৰ বয়সৰ বেছি তাৰতম্য নাই। প্রায় সমবয়সীয়া দুয়াে। প্রতিবেশীৰ পৰাই দুয়াে জানিব পাৰিছিল যে ২০ হেজাৰ মানুহক উদ্ধাৰ কৰি লৈ যাব আমেৰিকাই। তাৰ পাছত আমেৰিকা বা কানাডাত তেওঁলােকক আশ্রয় দিয়াৰ ব্যৱস্থা কৰা হ’ব। তালিবানী শাসনৰ আতংকই দুয়ােকে এনেদৰে কাতৰ কৰি তুলিছিল যে কাকো একো নােকোৱাকৈ ছফিউল্লা আৰু ফিডাই কেৱল পৰিচয় পত্ৰ লৈ কাবুলৰ বিমানকোঠ পাইছিলগৈ।

বিমানকোঠত তেতিয়ালৈ উপস্থিত হৈ শ শ আফগান। সকলােৱেই উন্মাদৰ দৰে কেৱল আমেৰিকাৰ বায়ুসেনা বাহিনীৰ বিমানত উঠাৰ চেষ্টা কৰিছিল। পৰিয়ালৰ লােকে ধাৰণা কৰিছে যে সেই দৃশ্য দেখিয়েই হয়তাে দুই ভ্রাতৃক অধিক আতংকিত কৰি তুলিছিল। যাৰ বাবেই হয়তাে বিমানত উঠিব নােৱাৰি দুয়াে বিমানৰ চকাকে সাৱটি ধৰিছিল; কিন্তু তেওঁলােকে নাজানিছিল যে কোনাে এখন বিমানে ৰাণৱেৰ পৰা আকাশলৈ উৰা মৰাৰ কিছু ক্ষণৰ পাছতে চকাবােৰ বিমানৰ তলফালে থকা বিশেষ স্থানলৈ সােমাই যায়।

ফলত চকাত লাগি থকা যিকোনাে জীৱ বা বস্তুৰ খহি পৰাৰ বাদে আন গতি নাথাকে। ছফিউল্লা আৰু ফিডাৰ অৱস্থাও হয়তাে সেয়াই হৈছিল। কাবুলৰ আকাশৰ পৰা দুটা বিন্দুৰ দৰে খহি পৰিছিল তেওঁলােক। যি দেশৰ পৰা দুই ভ্রাতৃয়ে পলায়নৰ চেষ্টা কৰিছিল, আমেৰিকাৰ বায়ুসেনাৰ চি- ১৭ কার্গো বিমানখনে তেওঁলােকক সেই দেশতে এৰি থৈ গ’ল মৃতদেহৰ ৰূপত। আমেৰিকাৰ বায়ুসেনাৰ তৰফৰ পৰাও জনােৱা হৈছে যে বিমানখনে কাতাৰত অৱতৰণ কৰাৰ পাছত বিমানৰ চকাত মানৱদেহৰ অৱশিষ্ট দেখা গৈছিল। উল্লেখ্য যে ইয়াৰে এজন আফগান ৰাষ্ট্ৰীয় ফুটবল দলৰ সদস্য বুলি দেশখনৰ ক্রীড়া সঞ্চালকালয়ে জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AfghanistanKabul
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d