Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতীয় বজাৰৰ তিনিখন জনপ্রিয় পেট্র’ল-অট’মেটিক ছাব কম্পেক্ট এছইউভি

publisher by publisher
August 22, 2021
in India, News, TechWorld
Reading Time: 1 min read
0
ভাৰতীয় বজাৰৰ তিনিখন জনপ্রিয় পেট্র’ল-অট’মেটিক ছাব কম্পেক্ট এছইউভি
3
SHARES
28
VIEWS
ShareShareShareShare

বাটে-ঘাটে যানজট যিমানেই বৃদ্ধি পাইছে, সিমানেই জনপ্রিয়তা বাঢ়িছে অটমেটিক ট্রেন্সমিচনৰ গাড়ীসমূহৰ। ভাৰতীয় বজাৰত সেয়ে সাম্প্রতিক সময়ত অন্যতম জনপ্রিয় বাহন হৈ পৰিছে ছাব কম্পেক্ট এছইউভিসমূহ। এই গাড়ীসমূহৰ মাজতাে আকৌ পেট্রল মডেলৰ অটমেটিক ট্রেন্সমিচনৰ ভেৰিয়েণ্টৰ সমাদৰ সর্বাধিক হৈছে। বর্তমানে ভাৰতীয় বজাৰত সর্বাধিক জনপ্রিয়তা অর্জন কৰা ১০ লাখ টকাৰ তলৰ পেট্রল অটমেটিক ছাব কম্পেক্ট এছইউভিনাে কোনকেইখন তাকে জানাে আহক..

ADVERTISEMENT

ৰেন’ কিগাৰ

RelatedPosts

ভাৰতত মুকলি কৰা হ’ল নিছান মেগনাইট চাবইম্পেক্ট SUV

অৱশেষত বজাৰত মুকলি কৰিবলৈ দিন ধার্য কৰিলে Nisaan Magniteয়ে

আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল Nisaan Magnite

front left side 47এই গাড়ীখনৰ দাম বজাৰত ইয়াৰ অন্য প্রতিদ্বন্দ্বী মডেলসমূহৰ তুলনাত যথেষ্ট কম। গাড়ীখনত আছে এক লিটাৰৰ পেট্রল ইঞ্জিন। লগতে আছে এএমটি ট্রেন্সমিচনৰ সুবিধা। ৬.৫৯ লক্ষ টকাৰ পৰা দাম আৰম্ভ হােৱা বাহনখন ভাৰতত বর্তমানে সবাতােকৈ সস্তাৰ পেট্রল অটমেটিক ট্রেন্সমিচন এছইউভি। এক লিটাৰৰ পেট্রল ইঞ্জিনযুক্ত পাঁচ স্পীড এএমটি ভেৰিয়েণ্টৰ দাম সর্বাধিক আঠ লক্ষ টকা হােৱাৰ বিপৰীতে এক লিটাৰৰ পেট্রল ইঞ্জিনযুক্ত চিভিটি ভেৰিয়েণ্টৰ দাম ৮.৬০ লক্ষ টকাৰ পৰা ৯.৫৫ লক্ষ টকাৰ ভিতৰত।

নিছান মেগনাইট

magnite exterior right front three quarter 3কিগাৰৰ দৰেই এক লিটাৰৰ পেট্রল ইঞ্জিনত উপলব্ধ নিছানৰ এই জনপ্রিয় এছইউভিখন। অৱশ্যে কেৱল টার্বো ইঞ্জিনতহে এই গাড়ীখন পােৱা যাব। লগতে থাকিব চিভিটি ট্রেন্সমিচনৰ সুবিধা। ১০ লক্ষ টকাৰাে কম দামত মেগনাইটৰ টপ ভেৰিয়েন্ট ক্রয় কৰিব পাৰিব গ্রাহকে। বাহনখনত আছে এটা ৩৬০ ডিগ্ৰীৰ কেমেৰা, সাত ইঞ্চি বহল টিএফটি ডিজিটেল ড্রাইভাৰ ইনষ্টুমেন্ট ক্লাষ্টাৰ। এইবােৰৰ উপৰি বাহনখনত এয়াৰ পিউৰিফায়াৰ, জেবিএল ছাউণ্ড ছিষ্টেম আৰ ৱায়াৰলেছ চার্জিং আদিৰ দৰে অত্যাধুনিক সা- সুবিধা আগবঢ়াইছে নিছানে। উল্লেখ্য যে নিছান মেগনাইটৰ এক লিটাৰৰ টার্বো পেট্রল ইঞ্জিনযুক্ত চিভিটি ভেৰিয়েন্টখনৰ দাম ৮.১৯ লক্ষ টকাৰ পৰা ৯.৭৫ লক্ষ টকাৰ ভিতৰত।

টাটা নেক্সন

side view 1573363045 600x400ভাৰতীয় বজাৰত ৰেন’ কিগাৰে মুক্তি লাভ কৰাৰ আগলৈ নিছান মেগনাইট আৰু টাটা নেক্সণ নামৰ মডেল দুখনেই এই শ্ৰেণীৰ সবাতােকৈ সস্তীয়া গাড়ী আছিল। টাটা নেক্সনত আছে ১.২ লিটাৰৰ টার্বো ইঞ্জিনৰ ছয় স্পীড এএমটি ট্রেন্সমিচন। এই ভেৰিয়েন্টসমূহৰ প্ৰাৰম্ভিক দাম ৮.৬ লক্ষ টকা হােৱাৰ বিপৰীতে সর্বাধিক দাম হৈছে ১১.৩ লক্ষ টকা। বাহনখনৰ এক্সএম (এছ) ভেৰিয়েন্টখনত ছানৰুৰাে সুবিধা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nissan MagniteTata Nexon
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d