Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

একশৰণ নামধৰ্মৰ বাণী প্ৰচাৰ কৰি সত্ৰ‌ই সত্ৰ‌ই বিচৰণ চান্দ মিঞাৰ

৩৩ বছৰ পূৰ্বে মাহপুৰুষীয়া ধৰ্মত শৰণ লৈ হৈছিল চান্দ ওজা

publisher by publisher
August 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
একশৰণ নামধৰ্মৰ বাণী প্ৰচাৰ কৰি সত্ৰ‌ই সত্ৰ‌ই বিচৰণ চান্দ মিঞাৰ
5
SHARES
47
VIEWS
ShareShareShareShare

সুদীৰ্ঘ ৩৩ বছৰ পূৰ্বে বৰপেটা জিলাৰ ময়নবৰীৰ চান্দ মিঞাই সিদ্ধান্ত লৈছিল যে গুৰু দুজনাই যি আদৰ্শৰে অসমীয়া সমাজখনক যাউতিযুগলৈ মহিমামণ্ডিত কৰি থৈ গৈছে, সেই ধাৰাত তেওঁ নিজকে সমৰ্পণ কৰিব । এইক্ষেত্ৰত তেওঁৰ বাবে পথ প্ৰদৰ্শক হৈ আহিছিল ঐতিহাসিক ময়নবৰী সত্ৰৰ তদানীন্তন সত্ৰাধিকাৰ ভগৱান চন্দ্ৰ অধিকাৰী । আৰু ১৯৮৮ৰ এটি শুভ দিনত এখন গোড়া ইছলামধৰ্মী সমাজৰ পৰা অহা চান্দ মিঞাক মহাপুৰুষীয়া ধৰ্ম অনুসৰি শৰণ দিছিল একশৰণ ভাগৱতী সমাজৰ মুৰব্বী প্ৰয়াত আচাৰ্য ইলাৰাম দাসে । তাৰ পাছৰ পৰা মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰত এখন্তেকো ৰৈ থকা নাই তেতিয়াৰ চান্দ মিঞা তথা বৰ্তমানৰ চান্দ ওজাই ।

ADVERTISEMENT

কীৰ্তনঘোষা, নামঘোষা তেওঁৰ কণ্ঠস্থ । সৰসৰকৈ কণ্ঠেৰে নিগৰে ভাগৱতৰ পদবোৰ । চান্দ সাই তেওঁৰ বাবে আদৰ্শ । আজিৰ চান্দ ওজাৰ ময়নবৰী স্থায়ী ঠিকনা হ’লেও তেওঁ আজি একপ্ৰকাৰ যাযাবৰ । ইখনৰ পাছত সিখন সত্ৰ ভ্ৰমি ফুৰা, সমাজত গুৰু দুজনাৰ বাণী প্ৰচাৰ কৰোতেই তেওঁৰ দিন উকলে, ৰাতি বাগৰি যায় । সম্পূৰ্ণ উদাসীন ভকতৰ জীৱনক তেওঁ আঁকোৱালি লৈছে । কেতিয়াবা ময়নবৰীৰ ফালে গ’লে নিজৰ ঘৰত সোমায় ।

RelatedPosts

Pawan Khera Pressmeet in Barpeta:বৰপেটা প্ৰেছ ক্লাৱত এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Barpeta:বৰপেটাত আছাদুদ্দিন ওৱেছিৰ জনসভা

Jihadi arrested in Barpeta:বৰপেটাত পুনৰ গ্ৰেপ্তাৰ জেহাদীক

পৰিয়ালত মাতৃ, জ্যেষ্ঠ ভাতৃ, ভাতৃ আদি সকলো আছে । তেওঁলোকৰো কোনেও আজিলৈকে চান্দ ওজাক তেওঁৰ দৰ্শনক লৈ প্ৰশ্ন কৰা নাই । বৰঞ্চ তেওঁৰ আদৰ্শত যাতে কোনো ধৰণৰ আঘাত নপৰে তাৰ বাবেহে সকলো সতৰ্ক হৈ থাকে । একমাত্ৰ মাতৃৰ হাতৰ চাহ গ্ৰহণ কৰে ভকত চান্দ ওজাই । মুখত অনবৰত তেওঁৰ উচ্চাৰিত হৈ থাকে কৃষ্ণৰ নাম । সাম্প্ৰতিক সময়ত ব্যতিক্ৰমী এক ব্যক্তিত্বৰূপে থিয় হৈ ৰৈছে এই চান্দ ওজা ।

‘এখন ৰক্ষণশীল সমাজৰ ইছলামধৰ্মী হৈও মোক সত্ৰাধিকাৰ ভগৱান চন্দ্ৰ অধিকাৰীয়ে নিজৰ আলধৰাৰূপে ৰাখিছিল । সেই মহানতা, সেই উদাৰতাৰ গভীৰতাক কোনেও কেতিয়াও জুখিব নোৱাৰে । অসম আন্দোলনৰ সময়ত মোৰ জীৱন যোৱাৰ উপক্ৰম হৈছিল; কিন্তু একমাত্ৰ সত্ৰাধিকাৰ অধিকাৰীদেৱৰ বাবে মোৰ জীৱন ৰক্ষা পৰিছিল । সত্ৰাধিকাৰগৰাকীৰ আদৰ্শ‌ই মোক বচাইছিল । তেওঁৰ পৰা বুজি পাইছিলো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, নাৰায়ণ দাস ঠাকুৰ আতা আদি মহাপুৰুষসকলে সমাজখনক যি আদৰ্শ দেখুৱাই গৈছে তাত হিংসা-দ্বেষ, সৰু-বৰ নাই । মানুহ সকলো সমান । শ্ৰীমন্ত শংকৰদেৱে সকলোকে এক কৰি ৰাখিছিল । একশৰণ হৰি নাম ধৰ্মক ম‌ই ভাল পাওঁ । এয়াই এতিয়া মোৰ জীৱনৰ মূলমন্ত্ৰ ।’ এইদৰে ‘দৈনিক অগ্ৰদূত’ৰ আগত জীৱনৰ অনুভূতি ব্যক্ত কৰে চান্দ ওজাই ।

৬১ বছৰীয়া ভকত ওজাই কয় যে কেতিয়াবা পৰিয়াল অথবা অন্য দুই-এক লোকে তেওঁক সংসাৰ পতাৰ কথা কয় । তেওঁ সেই কথা হাঁহি উৰুৱাই দিয়ে । উদাসীন ভকতৰ জীৱনত যি মাধুৰ্য বিচাৰি পাইছে সেয়া অনিৰ্বচনীয় বুলি কয় । আনহাতে, নিজৰ ধৰ্ম এৰি বৈষ্ণৱ হোৱাৰ সন্দৰ্ভত আগতে এৰি অহা ধৰ্মৰ দুই-একে নেতিবাচক মন্তব্য কৰিছিল যদিও এতিয়া আৰু কোনেও তেনে একো নকয় ।

দীঘল চুলি, চুৰীয়া, পাঞ্জাবী, গামোচা আদিৰে সম্পূৰ্ণ ভকতৰ সাজৰ চান্দ ওজাৰ বাবে প্ৰতিখন সত্ৰৰ দুৱাৰ খোলা থাকে । তেওঁ নহ’লে বহু সত্ৰৰ কাম-কাজো আধৰুৱা হৈ ৰয় । নাৰায়ণ দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা ময়নবৰী সত্ৰক মূল আধাৰ কৰি জীৱনচৰ্যা চলাই ৰোৱা চান্দ ওজাৰ প্ৰত্যাশা – ‘সকলোকে এক কৰি লোৱা, হিংসা-দ্বেষ একশৰণ নামধৰ্ম জীৱনৰ অন্তিম দিনটোলৈ আন্তঃকৰণেৰে সমাজৰ মাজলৈ লৈ যোৱাই হ’ব মোৰ কাম । তাৰ বাবে মোক প্ৰচাৰ নালাগে । প্ৰচাৰ কিয় লাগে, কামহে মুখ্য ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barpeta
publisher

publisher

Related Posts

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d