Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Barpeta:বৰপেটাত আছাদুদ্দিন ওৱেছিৰ জনসভা

মিঞাৰ কামিহাড় ভাঙি দিয়া বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰীক অপেন চেলেন্স ওৱেছিৰ, মুছলমানৰ কামিহাড় ক'ত ভাঙিব ক'ব লাগিব হিমন্তই

publisher by publisher
April 2, 2026
in News
Reading Time: 1 min read
0
Barpeta:বৰপেটাত আছাদুদ্দিন ওৱেছিৰ জনসভা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

Opposition unity review meeting at Hotel Greenwood:দেওবাৰে হোটেল গ্রীণউডত বিৰোধী ঐক্যৰ পৰ্যালোচনা বৈঠক

Barpeta:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমলৈ আগমন ঘটিছে হাই প্ৰফাইল তাৰকা প্ৰচাৰকৰ। এআইইউডিএফৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ জনসভাত অংশ লোৱাৰ উদ্দেশ্যৰে বুধবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা এআইএমআইএমৰ মুৰব্বী তথা হাইদৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছিয়ে বৃহস্পতিবাৰে বৰপেটাত এআইইউডিএফৰ এক বিশাল সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ মুখ্যমন্ত্ৰীয়ে মিঞাৰ কামিহাড় ভাঙি দিয়া বুলি সভাই- সমিতিয়ে মন্তব্য দিয়াৰ সন্দৰ্ভত ওৱেছিয়ে মুখ্যমন্ত্ৰী গৰাকীক এক প্ৰকাৰ অপেন চেলেন্স দি কয়,মুছলমানৰ কামিহাড় ক’ত ভাঙিব ক’ব লাগিব হিমন্তই ৷অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক৷অসমৰ মুছলমানক গুলী কৰিব খোজাৰ আগতে ওৱেছিক গুলিয়াব লাগিব ৷অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক ৷ মুছলমানক সাহস দিবলৈ মই অসমলৈ আহিছো ৷কোনেও হিমন্ত বিশ্ব শর্মাক ভয় কৰাৰ দৰকাৰ নাই৷কোনেও জীয়াই নাথাকে, অন্যায় এদিন শেষ হ’ব ৷

ADVERTISEMENT

উচ্ছেদৰ জৰিয়তে মছজিদ, দৰগাহ কাঢ়ি লোৱাৰ চেষ্টা বিজেপিৰ বুলি উল্লেখ কৰি হাইদৰাবাদৰ সাংসদ গৰাকীয়ে আৰু কয় যে,অসমত মুছলমানক ঘৰৰ পৰা উলিয়াই দিয়া হৈছে l এনকাউণ্টাৰৰ নামত অত্যাচাৰ চলোৱা হৈছে৷ বাংলাদেশীৰ নামত হাৰাশাস্তি কৰা হৈছে ৷মুছলমানক একত্রিত হ’বলৈ আহ্বান জনাই ওৱেছিৰ আহ্বান অসমত মুছলমান নেতাক শক্তিশালী কৰিব লাগিব ৷

আনহাতে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি ওৱেছিয়ে কয়,ৰাজ্য সুদীৰ্ঘ সময় কংগ্ৰেছ শাসন কৰাৰ পিছতো ধৰ্মীয় সংখ্যালঘু ৰাইজ অৱহেলিত হৈ থাকিল ৷ তেওঁলোকক ভোট বেংক ৰূপে ব্যৱহাৰ কৰি ৰাখিলে। এনেক্ষেত্ৰত সংখ্যালঘুৰ বলিষ্ঠ কণ্ঠ হিচাপে পৰিচিত এআইইউডিএফৰ পক্ষত অৱস্থান কৰক ৷কংগ্ৰেছ বিকল্প এআইইউডিএফ ৷ আগন্তুক নিৰ্বাচনত দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত সংখ্যালঘু ৰাইজে এআইইউডিএফৰ প্ৰাৰ্থীক ভোট দিয়ক ৷

উল্লেখ্য যে কে’বা সহস্ৰাধিক সংখ্যালঘু ৰাইজ উপস্থিত থকা সভাৰ পূৰ্বে হাইদৰাবাদৰ সাংসদ গৰাকীক গামোচা, জাপি আৰু শৰাইৰে আদৰণি জনাই বদৰুদ্দিন আজমলৰ পুত্ৰ তথা বিনাকান্দী সমষ্টিৰ প্ৰাক্তন বিধায়ক আবদুৰ ৰহিম আজমলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIUDFAsauddin OwaisiAssam Assembly Election 2026Barpetaelection rally
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d