Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Pawan Khera Pressmeet in Barpeta:বৰপেটা প্ৰেছ ক্লাৱত এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

বিজেপিৰ ইস্তাহাৰ কপি-পেষ্ট ইস্তাহাৰ, ভোটিং শেষ হোৱাৰ লগে লগে সেয়া ডাষ্টবিনত পেলাই দিয়ে,বিশেষ কেইজনমানক বচাব বিচাৰে বাবেই জুবিন গাৰ্গে ন্যায় পোৱাতো মুখ্যমন্ত্ৰীয়ে বিচৰা নাই,হায়দৰাবাদৰ পৰা নাগপুৰৰ নিৰ্দেশত অহা অৱেচিক অসমৰ ৰাইজে ঘৃণা বিয়পোৱাৰ সুযোগ নিদিয়ে

publisher by publisher
April 3, 2026
in News
Reading Time: 1 min read
0
Pawan Khera Pressmeet in Barpeta:বৰপেটা প্ৰেছ ক্লাৱত এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

Pawan Khera Pressmeet in Barpeta:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–বিজেপিৰ ইস্তাহাৰ কপি-পেষ্ট ইস্তাহাৰ। নিৰ্বাচনৰ সময়ত আগতে কৰা ঘোষণাবোৰ কপি-পেষ্ট কৰি দিয়ে আৰু ভোটিং শেষ হোৱাৰ লগে লগে সেয়া ডাষ্টবিনত পেলাই দিয়ে। বিপৰীতে কংগ্ৰেছ দলে ৰাইজৰ পৰামৰ্শৰ ভিত্তিত ইস্তাহাৰ প্ৰস্তুত কৰে।—কংগ্ৰেছৰ ইস্তাহাৰক এখন ঐতিহাসিক ইস্তাহাৰ আখ্যা দি বৰপেটা প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত আজি এই মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাই।

ADVERTISEMENT

তেওঁ কয় যে কংগ্ৰেছৰ ইস্তাহাৰ উলিয়াব লাগে বাবেই উলিওৱা ইস্তাহাৰ নহয়, কংগ্ৰেছৰ ইস্তাহাৰত প্ৰতিটো কামৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে। জুবিন গাৰ্গে ন্যায় পোৱাতো মুখ্যমন্ত্ৰীয়ে কিয় বিচৰা নাই বুলি প্ৰশ্ন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ”আমি ১০০ দিনৰ ভিতৰত জুবিনদাক ন্যায় দিম বুলি ইস্তাহাৰত ঘোষণা কৰা বাবে মুখ্যমন্ত্ৰীয়ে থিৰেৰে থাকিব পৰা নাই। এই ঘোষণাৰ বাবে সকলোৱে ভাল পাইছে। কিন্তু মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে। কাৰণ তেওঁ বিশেষ কেইজনমানক বচাব বিচাৰে।’’-খেৰাই কয়। মুখ্যমন্ত্ৰীয়ে কাক ৰক্ষা কৰিবলৈ উঠি-পৰি লাগিছে বুলিও খেৰাই প্ৰশ্ন কৰে। তেওঁ আৰু কয়, বিজেপিয়ে প্ৰতিখন জিলাতে ৫০০খন বিছনাযুক্ত হাস্পতাল নিৰ্মাণ কৰিব বুলি কৈছিল যদিও যোৱা ১০ বছৰত সেয়া হৈ নুঠিল।

আগৰে পৰা যিবোৰ হাস্পতাল আছে সেইবোৰৰো অৱস্থা কাহিলহে কৰি পেলালে। এতিয়া কংগ্ৰেছে অসমৰ প্ৰতিজন লোকৰ বাবে ২৫ লাখকৈ টকাৰ নগদবিহীন স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰিব বুলি ইস্তাহাৰত ঘোষণা কৰা বাবে মুখ্যমন্ত্ৰী শংকিত হৈ পৰিছে। খেৰাই কয়, ”আপোনালোকে তেওঁক মামা বুলি মাতে। যিজন মানুহে গোটেই অসমখনক মামু বনাই পেলালে সেইজন মানুহক আপোনালোকে কেনেকৈ মামা বুলি মাতিব পাৰে সেয়া মই বুজিয়েই পোৱা নাই।’’ ১০ বছৰত বৰপেটাৰ বাবে কি কৰিলে বুলি প্ৰশ্ন কৰি খেৰাই কয় যে ডাবোল ইঞ্জিন চৰকাৰ থকাৰ পিছতো বৰপেটাত ৰেল ষ্টেশ্যন আজিলৈকে নহ’ল। বৰপেটাত কিয় বিশ্ববিদ্যালয় এখনো খোলা নহ’ল বুলিও তেওঁ প্ৰশ্ন কৰে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক তেওঁ ভূ-মাফিয়াৰ চৰকাৰ আখ্যা দিয়ে।

তেওঁ কয়, ”আদিবাসীৰ মাটি কাঢ়ি লৈছে, জনজাতীয় লোকৰ মাটি কাঢ়ি লৈছে। য’তেই বাণ্টি-বাবলিৰ মাটি পছন্দ হয় সেয়াই লৈ লয়। ১২ হাজাৰ বিঘা মাটি মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে কাঢ়ি লৈছে। সেই মাটি পুনৰ ঘূৰাই লোৱা হ’ব। যিয়ে এই চুৰি কাৰ্য কৰিছে সেইজনকো আমি শাস্তি দিমেই দিম।’’ বৰ্তমান অসমত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বুলিও খেৰাই আক্ষেপ কৰে। তেওঁ কয় যে যোৱা ১০ বছৰত কোনো নতুন চাকৰিৰ সৃষ্টি কৰা হোৱা নাই। কংগ্ৰেছ চৰকাৰ আহিলে এজন লোকক বাদ দি সকলোকে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও কয় খেৰাই। যিজন লোকক সংস্থাপন দিয়া নহয় সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা।

হিমন্ত বিশ্ব শৰ্মাক নিবনুৱা কৰিলেহে অসমৰ সাধাৰণ জনতাই সংস্থাপন লাভ কৰিবলৈ সমৰ্থ হ’ব। সৰু-বৰ সকলো চৰকাৰী ঠিকা কিয় মুখ্যমন্ত্ৰী আৰু কেইজনমান বিশেষ মন্ত্ৰীৰ ঘনিষ্ঠ লোকসকলেহে লাভ কৰে বুলিও খেৰাই প্ৰশ্ন কৰে। অসমৰ সাধাৰণ যুৱক-যুৱতীৰ চৰকাৰী কামৰ ঠিকা পোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কাঢ়ি লৈছে। কংগ্ৰেছ চৰকাৰে পুনৰ সেই অধিকাৰ ঘূৰাই দিব বুলিও কয় খেৰাই। সংবাদমেলত খেৰাই কংগ্ৰেছৰ ইস্তাহাৰত থকা আন বিষয়সমূহো উল্লেখ কৰে। তেওঁ কয় যে কংগ্ৰেছ চৰকাৰ আহিলে ভূমিহীন কৃষকৰ সমস্যা সমাধান কৰা হ’ব৷ কৃষকক ন্যূনতম সমৰ্থন মূল্য দিয়া হ’ব৷ সৰিয়হ, ধান, ফচলৰ বাবে এমএছপি সুনিশ্চিত কৰিম৷ চাহ শ্ৰমিকৰ উপাৰ্জন বৃদ্ধি কৰা হ’ব৷ চাহ উদ্যোগক অসমৰ মুখ্য উদ্যোগ হিচাপে গঢ়ি তোলা হ’ব৷ চাহে উদ্যোগীয়ে ন্যূনতম সমৰ্থন লাভ কৰিব ৷

অসমৰ ক্ষুদ্ৰ উদ্যোগক উৎসাহিত কৰিবলৈ স্থানীয় উদ্যোগ স্থাপনৰ ক্ষেত্ৰত ৩০ শতাংশ সংৰক্ষণ লাভ কৰিব৷ পুৰণি পৰম্পৰাগত উদ্যোগসমূহ উজ্জীৱিত কৰা হ’ব৷ সংবাদমেলত খেৰাই নাম নোলোৱাকৈয়ে আছাদুদ্দিন অৱেচি আৰু আজমলক বিজেপিৰ পুতলা বুলিও অভিহিত কৰে। খেৰাই কয় যে নাগপুৰৰ পৰা নিৰ্দেশ পালেই তেওঁলোকে নাচিবলৈ আৰম্ভ কৰে। আৰএছএছে যিদৰে ঘৃণা বিয়পাই, ঠিক তেনেকৈ এই পুতলা কেইটায়ো ঘৃণা বিয়পোৱাৰ কাম কৰি আহিছে। যিখন অসমক সমগ্ৰ বিশ্বই সাতামপুৰুষীয়া সম্প্ৰীতিৰ কেন্দ্ৰস্থল হিচাপে জানে সেইখন অসমত কোনো অপশক্তিকে ঘৃণা বিয়পাবলৈ দিয়া নহ’ব বুলিও খেৰাই স্পষ্ট কৰি দিয়ে। ইফালে, বৰপেটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন নাকচ হোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে কি কাৰণত কেনেকৈ হ’বলৈ সেই বিষয়ে অনুসন্ধান কৰি থকা হৈছে।

লগতে সকলো চেষ্টা কৰাৰ পিছতো প্ৰশাসনৰ ফালৰ পৰা শেষমুহূৰ্তত কিয় নাকচ কৰা সেই সন্দৰ্ভতো প্ৰতিটো দিশ চালি-জাৰি চোৱাৰ কাম অব্যাহত আছে। অবেচি সন্দৰ্ভত প্ৰশ্ন কৰাত খেৰাই কয় যে হায়দৰাবাদৰ পৰা নাগপুৰৰ নিৰ্দেশত ইয়ালৈ আহি তেওঁ ঘৃণা বিয়পাবলৈ চেষ্টা কৰিলেও অসমীয়া ৰাইজে সেয়া হ’বলৈ নিদিয়ে। অবেচি অসমৰ নিৰ্বাচনত কোনো ফেক্টৰেই নহয় বুলিও খেৰাই স্পষ্ট কৰি দিয়ে। একেদৰে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ মিত্ৰজোঁটে কিমান আসন পাব বুলি সোধা প্ৰশ্নৰ উত্তৰত খেৰাই কয় যে চৰকাৰ গঠন কৰিবলৈ যিমান আসন লাগে তাতকৈ অধিক আসনত জয়ী হ’ব। তেওঁ কয়, ”অসমত এতিয়া দুটা ঢৌ চলি আছে। এটা ঢৌ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নেতৃত্বৰ বিজেপি অৰ্থাৎ পুৰণি কংগ্ৰেছৰ বিৰুদ্ধে ঢৌ।

আনটো ঢৌ হৈছে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু আন বিৰোধী দলসমূহৰ মাজত হোৱা মিত্ৰজোঁটৰ সপক্ষে ঢৌ। দুটা ঢৌ সমান্তৰালভাৱে চলাৰ পিছত নিৰ্বাচনৰ যি ফলাফল আহিব সেই ফলাফলে সকলোকে আচৰিত কৰি তোলাতো নিশ্চিত।’’ খেৰাই কয় যে চৰকাৰ সলনি হোৱাতো আৰু ৰাজ্যবাসীয়ে এজন নতুন যুৱ মুখ্যমন্ত্ৰী লাভ কৰাতো সুনিশ্চিত। জুবিন গাৰ্গক ন্যায় আদালতেহে দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত খেৰাই কয়, ”ন্যায় আদালতে দিব ঠিকেই, কিন্তু গোচৰটোৱেই যেতিয়া দুৰ্বল কৰা হয় তেতিয়া আদালতে অভিযুক্তৰ বেংক একাউণ্ট খুলি দিবলৈকো নিৰ্দেশ দিবলগীয়া হৈ পৰে।

গতিকে মুখ্যমন্ত্ৰীৰ তেনে মন্তব্য পলায়নবাদী মন্তব্যৰ বাদে আন একো নহয়।’’ উল্লেখ্য যে, আজিৰ সংবাদ মেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক মহিমা সিং, ড: হামিদ হুছেইন, হাফিজ আব্বাছৰ লগতে প্ৰাক্তন সাংসদ তথা মন্দিয়া সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেক, এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ আহমেদো উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: aicc pressmeetAPCCassam assembly elaction 2026BarpetaPawan Khera
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d