◆ওদালগুৰিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ ।
ADVERTISEMENT
◆নিশা চহৰখনৰ মাজ মজিয়াত এখন গাড়ী ধোৱা প্ৰতিষ্ঠানত উদ্ধাৰ হয় বনৰৌটো ।
◆ওদালগুৰি সাপ্তাহিক বজাৰৰ সমীপৰ বি.কে কাৰ ৱাস্বত উদ্ধাৰ হয় প্ৰানীটো ।
◆এদল যুৱকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে বনৰৌটো ।
◆পাছত বন বিভাগৰ হাতত বনৰৌটো অৰ্পন কৰে
◆বন বিভাগে বৰনদী বনাঞ্চলত মুকলি কৰি দিয়ে উদ্ধাৰ হোৱা বনৰৌটো