★আজি ১১ বজাৰ পৰাই কাৰ্যকাৰী হব এই নতুন এছিঅ’পি।
ADVERTISEMENT
★ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাতি আঠ বজাৰলৈকে খুলিব পাৰিব দোকান বজাৰ ।
★ আন্তঃজিলা যাতায়ত সম্পূৰ্ণ মুকলি।
★যাতায়তৰ ক্ষেত্ৰত কমেও এপালি ভেকচিন লোৱা ব্যক্তিয়েহে কৰিব পাৰিব যাতায়ত ।
★১০০ শতাংশ যাত্ৰীৰে আন্তঃজিলা যাতায়তৰ অনুমতি।
★নিশা ন বজাৰ পৰা পোৱা পাঁচ বজালৈকে অব্যাহত থাকিব কাৰফিউ ।