আদাবাৰীৰ পৰা ভূতনাথলৈ যোৱা ৰাজপথত যানজট

আদাবাৰীৰ পৰা ভূতনাথলৈ যোৱা ৰাজপথত যানযত । ফুটপাথত পথচাৰীৰ বাবে নাই ঠাই।ফুটপাথত পথচাৰীৰ বিপৰীতে গৈছে বাইক আৰোহী।

বহুকেইগৰাকী আৰক্ষী আৰু যান বাহন আৰক্ষীয়েও সাধাৰণ জনতাৰ দৰেই ফুটফাথত বাইক চলাই পাৰ কৰিছে। নাই কোনো নিয়ন্ত্ৰণ ।

পথচোৱাৰ ফুটপাথত এতিয়া বাইক আৰোহীসকলে দখল কৰিছে।

Exit mobile version