এক নৱেম্বৰৰ পৰা এই সমূহ স্মার্টফোনট নচলিব হোৱাটছএপ্

WhatsApp 2

এক নৱেম্বৰৰ পৰা কে’বাটাও পুৰণি ফোনত আৰু উপলব্ধ নহব হোৱাটছএপ্ ৷ আপোনাৰ ওচৰতো আছে নেকি এই পুৰণি মডেল ? হোৱাটছএপ্ বন্ধ হোৱা ফোনসমূহৰ মডেলত অন্তৰ্ভূক্ত আছে ৪৩ টা মডেল ৷

তথ্য অনুসৰি এক নৱেম্বৰৰ পৰা হোৱাটছএপে এণ্ড্ৰইড ৪.০ (Android 4.0) আৰু এপল আইঅএছ ৯ (Apple iOS 9) কাম কৰা বন্ধ কৰিব।

জানি লওক কোন কোন ফোনত হ’ব এই সমস্যা —–

এপল (Apple)

আইফোন এছই (iPhone SE), ছিক্স এছ (6S) আৰু ছিক্স এছ প্লাছ (6S প্লাছ)

ছেমছাং (Samsung)

ছেমছাং গ্যালাক্সি ট্ৰেণ্ড লাইট ( Samsung Galaxy Trend Lite ), ছেমছাং গ্যালাক্সি ট্ৰেণ্ড ২ (Samsung Galaxy Trend II), ছেমছাং গ্যালাক্সি এছআইআই (Samsung Galaxy SII), ছেমছাং গ্যালাক্সি এছ৩ মিনি , (ছেমছাং গ্যালাক্সি এক্সকভাৰ ২), গ্যালাক্সি কোৰ আৰু গ্যালাক্সি এছ ২

এলজি (LG)

LG Lucid 2, Optimus F7, Optimus F5, Optimus L3 II Dual, Optimus L5, Optimus L5 II, Optimus L5 Dual, Optimus L3 II, Optimus L7, Optimus L7 II Dual, Optimus L7 II, Optimus F6, Enact, Optimus L4 II Dual, Optimus F3, Optimus L4 II, Optimus L2 II, Optimus Nitro HD আৰু 4X HD, Optimus F3Q।

জেটিই (ZTE)

জেডটিই গ্ৰেণ্ড এছ ফ্লেক্স ZTE Grand S Flex), জেডটিই ভি ৯৫৬ (ZTE V 956), গ্ৰেণ্ড এক্স কোৱাড ভি ৯৮৭ Grand X Quad V987) আৰু গ্ৰেণ্ড মেমো (Grand Memo)।

হুৱেই (Huawei)

হুৱেই এচেণ্ড জি৭৪০ (Huawei Ascend G740), এচেণ্ড মেট (Ascend Mate), এচেণ্ড ডি কোৱাড এক্সএল (Ascend D Quad XL ), এচেণ্ড ডি১ কোৱাড এক্সএল (Ascend D1 Quad XL), এচেণ্ড পি১এছ (Ascend P1 S) এচেণ্ড ডি২ (Ascend D2)।

ছনি (Sony)

ছনি এক্সপেৰিয়া মিৰো (Sony Xperia Miro), ছনি এক্সপেৰিয়া নিও এল (Sony Xperia Neo L), এক্সপেৰিয়া আৰ্ক এছ (Xperia Arc S)

অন্যান্য ফোন (Other Phone)

আলকাটেল ৱান টাচ ইভো ৭, আৰ্কোছ ৫৩ প্লেটিনাম, এইচটিচি ডিজায়াৰ ৫০০, কেটাৰপিলাৰ কেট বি১৫, ৱিকো চিংক ফাইভ, ৱিকো ডাৰ্কনাইট, লেনোভো এ৮২০, ইউএমআই এক্স২, ফেয়া এফ১ আৰু টিএইচএল ডব্লিউ৮।

যদি এই মডেল সমূহৰ ভিতৰত আপোনাৰো আছে তেতিয়াহলে ,এক নৱেম্বৰৰ পৰা আপোনাৰ ফোনটো নচলে হোৱাটছএপ্।

Exit mobile version