Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

আগন্তুক শৰৎ-শীতকালত বৃদ্ধি পাব ভাইৰাছৰ প্ৰকোপ, ন ন প্ৰজাতিয়ে সৃষ্টি কৰিছে নতুন প্ৰত্যাহ্বানৰ

publisher by publisher
September 14, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
আগন্তুক শৰৎ-শীতকালত বৃদ্ধি পাব ভাইৰাছৰ প্ৰকোপ, ন ন প্ৰজাতিয়ে সৃষ্টি কৰিছে নতুন প্ৰত্যাহ্বানৰ
2
SHARES
21
VIEWS
ShareShareShareShare

ক’ভিড পৰিস্থিতিৰ অন্ধকাৰ ফালি পােহৰৰ সন্ধান বিচৰাসকলৰ বাবে এক বেয়া খবৰ। অহা তিনিৰ পৰা ছমাহৰ ভিতৰত ক’ভিড- ১৯ৰ ক্ষেত্ৰত ভাল খবৰৰ বাবে দেশবাসীয়ে অপেক্ষা কৰিছিল যদিও বিজ্ঞানীসকলে কয় যে এই কালছােৱাতাে ক’ভিডৰ আক্ৰমণ অব্যাহত থকাৰহে সম্ভাৱনা আছে ।

ADVERTISEMENT

পুনৰ ক’ভিডৰ আক্রমণে সমগ্র জীৱন যাত্রা ভয়াৱহভাৱে প্ৰভাৱিত কৰিব বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত বিশেষজ্ঞ মহলে কয় যে বিশ্বজুৰি বাৰে বাৰে ক’ভিডৰ আক্রমণ অব্যাহত আছে। আসন্ন শৰৎ আৰু শীতকালত পুনৰ ক’ভিডৰ আক্ৰমণৰ আশংকা প্রকাশ কৰে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ উপদেষ্টা মাইকেল অষ্টাৰহােমে।

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

কৰ’না ভাইৰাছে প্রতিজন লােককে স্পর্শ নকৰা পর্যন্ত ক’ভিড বীজাণুৰ ন ন ৰূপান্তৰে সংক্ৰমণৰ সোঁত অব্যাহত ৰাখিব আৰু একেদৰে বিশ্বজুৰি টিকাকৰণৰ যুঁজ অব্যাহত থাকিব। বিশ্বজুৰি এতিয়া বহু কোটি মানুহে টিকা লাভ কৰা নাই। সেয়েহে ক’ভিডমুক্ত হােৱাৰ সুযােগ তেনেই ক্ষীণ।

শ্ৰেণীকোঠা, ৰাজহুৱা পৰিবহণ আৰু কর্মস্থলীত আগন্তুক মাহবােৰত অধিক প্রাদুর্ভাৱৰ শংকা থকা বুলি কয় বিশেষজ্ঞ অষ্টাৰহােমে। বিশ্বজুৰি পুনৰ তলাবন্ধ প্রত্যাহাৰ কৰি মুকলিৰে বিভিন্ন দেশে অর্থনৈতিক পুনৰুত্থানৰ চেষ্টা কৰি থকাৰ সময়তে এনে পৰিস্থিতিয়ে বৃহৎ প্রত্যাহ্বানৰ সৃষ্টি কৰিব।

ক’ভিড প্ৰতিৰােধৰ হাৰ বৃদ্ধি পাব যদিও এনে লােক সদায়ে থাকিব যাৰ অহৰহ ক’ভিড বীজাণুৰ দ্বাৰা আক্রান্ত হােৱাৰ সম্ভাৱনা অতি প্রবল। কৰ’না ভাইৰাছক বনজুইৰ স’তে তুলনা কৰি তেওঁ কয় যে প্রতিজন মানুহকে আক্রমণৰ চেষ্টা ই অব্যাহত ৰাখিব। উল্লেখ্য যে ভয়াৱহ প্রথম টৌ আৰু তুলনামূলকভাৱে টিকাকৰণৰ হাৰ অধিক যদিও আমেৰিকা, ব্রিটেইন, ৰাছিয়া আদিৰ দৰে দেশে অভিলেখ সংখ্যক সংক্ৰমণৰ ভুক্তভােগী হৈছে।

টিকাকৰণে মৃত্যুৰ হাৰ ৰােধ আৰু জটিল সংক্রমণ ৰােধ কৰিছে যদিও সংক্রমণ বৃদ্ধি পােৱাৰ অৰ্থ হৈছে তৰুণ প্রজন্ম আৰু এই পর্যন্ত টিকাকৰণৰ অন্তর্ভুক্ত নােহােৱাসকল এই বীজাণুৰ বলি হােৱাটো। এনে লােকসকলৰ মাজত গুৰুতৰ ৰূপ ধাৰণ কৰিব ক’ভিড ভাইৰাছে। মালয়েছিয়া, মেক্সিকো, ইৰান আৰু অষ্ট্রেলিয়াৰ দৰে কম পৰিমাণৰ টিকাকৰণ হােৱা ৰাষ্ট্রসমূহে এতিয়া ভয়াৱহ ক’ভিডৰ সংক্ৰমণৰ মাজ অৱস্থাত আছে।

তদুপৰি ডেল্টা প্রজাতিয়ে এই ভয়াৱহতাত ইন্ধন যােগাইছে। এই পর্যন্ত নিয়ন্ত্ৰণৰ বাহিৰত থকা ক’ভিড ভাইৰাছৰ আন এক নতুন প্রজাতিৰ আত্মপ্রকাশৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞই কয়। ইতিহাসৰ অভিজ্ঞতাৰ পৰা সৃষ্টি হােৱা সাধাৰণ বিশ্বাস অনুসৰি যিকোনাে বীজাণু সময়ৰ গতিত ক্রমশ দুর্বল হৈ পৰে বুলি কোৱাটো শুদ্ধ নহয়। তাৰ পৰিৱর্তে ডেনমার্কৰ ৰস্ককিল্ডে বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ল’ন ছাইমনছেনৰ মতে, পূর্বৱর্তীতকৈ নতুন প্রজাতি সদায়ে অধিক ভয়াৱহ নহয় যদিও অতিমাৰীৰ
সময়ত অতিমাৰীবােৰ বহু বেছি মাৰাত্মক হ’ব পাৰে।

কিয়নাে ভাইৰাছটোৱে ইয়াৰ নতুন ৰূপৰ স’তে পৰিচিত হৈ পৰে। আৰম্ভণিতে ধাৰণা কৰা হৈছিল যে সৰুতে পলিঅ’ প্রতিষেধক গ্রহণ কৰি ইয়াৰ আক্ৰমণৰ পৰা আজীৱন পৰিত্ৰাণ পােৱাৰ দৰেই ক’ভিডৰ ক্ষেত্ৰতাে একেই হ’ব। অৱশ্যে শেহতীয়া পৰিস্থিতিয়ে ভিন্ন তথ্য দাঙি ধৰিছে। এইমর্মে ক’ভিড হ’ব পাৰে ফুৰ দৰে, য’ত প্রতিষেধক নিয়মীয়াভাৱে লৈ থাকিব লাগিব। কিছুমান বিশেষজ্ঞই কয় যে ছাছ-ক’ভ-২ প্রথম প্রজন্মৰ প্রতিষেধকৰ দ্বাৰা কোনােমতে ৰােধ কৰিব পৰা নাযায়।

অলপতে প্রকাশ পাবলগীয়া জাপানৰ এক প্রতিবেদন দাঙি ধৰা তথ্য অনুসৰি ক’ভিডৰ বর্তমান প্রজাতিবােৰ টিকাকৰণেও ৰােধ কৰিব নােৱাৰিব পাৰে। মৃত্যুৰ হাৰাে অধিক হ’ব পাৰে। অৱশ্যে এনে নহ’ব বুলি আশা প্রকাশ কৰে ছাইমনছেনে। এই ক্ষেত্ৰত প্রশ্ন উত্থাপন হৈছে যে কিদৰে অন্ত পৰিব ক’ভিডৰ। এই কথা স্পষ্ট হৈ পৰিছে যে আগন্তুক ছমাহত ইয়াৰ অন্ত নপৰে। বিশ্বজুৰি ৯০ৰ পৰা ৮৫ শতাংশ লােকে প্ৰতিৰােধ ক্ষমতা লাভ কৰিলেহে ইয়াৰ অন্ত পৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: covid19Delta
publisher

publisher

Related Posts

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা
News

Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d