ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিষয়ববীয়াৰে স’তে মুখ্যমন্ত্ৰীৰ বৈঠক

★ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ,প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ কাৰ্যসূচী সন্দৰ্ভত আলোচনা ।

★টেট পৰীক্ষা কেন্দ্ৰ সন্দৰ্ভত ইউ ডি এফে কৰা মন্ত্যব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ ।

★ সংখ্যালঘু-সংখ্যাগুৰু বুলি কাকো অসমৰ জিলাসমূহক ট্ৰেডমাৰ্ক কৰিব দিয়া নহ’ব।

★অভিযোগ পত্ৰৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয়ত চলোৱা হৈছে অভিযান : তদন্ত দিয়াৰ মানেই যে ভেজাল আছে, সেইটো নহবও পাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।

★ তামুলপুৰক লৈ কোনো চিন্তা কৰিবলগীয়া নাই, তামুলপুৰৰ পৰা টিকট কাক দিয়া হব বা কোনে পাব সেয়া প্ৰায় ঠিক হৈছে।

★ক’ভিড আক্ৰান্তৰ সংখ্যা ১০০ৰ তললৈ নামিলে পূজা অনুষ্ঠিতৰ সময় আৰু এঘন্টা বৃদ্ধি কৰা হ’ব।

★পূজাৰ ক্ষেত্ৰত কিছু কঠোৰ নহলে ক’ভিডৰ তৃতীয় ঢৌৰ কবলত পৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি।

★কেৰালাত মহিলা ফেষ্টিভেলৰ পাছতেই বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা , অসমত এনে হোৱাটো নিবিচাৰো বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Exit mobile version