অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তৰ সংবাদমেল

6373da77 2cbb 4959 bfd8 b7d315535362

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ব্যক্তিগতকৰণৰ আঁৰৰ ষড়যন্ত্ৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘জন্মদিন’ৰ কুৰিদিনীয়া কাৰ্যসূচীৰ নামত ৰাষ্ট্ৰজোৰা ভণ্ডামি।

আদানীক ধনী কৰিবলৈ এইবাৰ খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণৰ পাং হিমন্ত চৰকাৰৰ ।

বিমানবন্দৰৰ পশ্চিম ফালৰ প্ৰায় ডেৰশ পৰিয়ালক ভূমিহীন কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷

নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হিচাপে আদানীক বিমানবন্দৰ গটাই দিয়া হৈছে ৷

লাভজনক বিমানবন্দৰৰ ভিতৰত গুৱাহাটী বিমানবন্দৰ অন্যতম ৷

গুৱাহাটী বিমানবন্দৰত তিনি হেজাৰ বিঘা ভূমি আছে ৷

৫০ বছৰলৈ লিজত দিয়া হৈছে বিমানবন্দৰটো ৷

২০১৯ৰ ২২ ফেব্ৰুৱাৰীত আমি ইয়াৰ বিৰুদ্ধে PILকৰিছিলো ৷

সৰু সৰু বিমানবন্দৰসমূহৰ দায়িত্ব আদানীয়ে নলয়, কিয়নো সেইবোৰ লোকচানত আছে ৷

৪১৫ কোটি টকাত আদানীয়ে লাভ কৰিছে বিমানবন্দৰ ৷

বিমানবন্দৰত বৰ্তমানে থকা প্ৰায় সংখ্যক কৰ্মচাৰীৰ চাকৰি অন্ধকাৰ ভৱিষ্যতৰ দিশে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমানলৈ এটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জন্ম দিবলৈ সক্ষম হোৱা নাই ৷

এতিয়ালৈকে ২৮ টা ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী কৰিছে ৷

Exit mobile version