Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Modi In US : ৱাশ্বিংটনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, সপ্তমবাৰ আমেৰিকা ভ্ৰমণ

publisher by publisher
September 23, 2021
in India, News
Reading Time: 1 min read
0
Modi In US : ৱাশ্বিংটনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, সপ্তমবাৰ আমেৰিকা ভ্ৰমণ
3
SHARES
32
VIEWS
ShareShareShareShare

ভাৰতীয় সময় বৃহস্পতিবাৰে পুৱা আমেৰিকাত উপস্থিত হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী । এণ্ড্ৰুজ জয়েন্ট বায়ুসেনা বন্দৰত তেওঁৰ বিমান অৱতৰণ কৰে । প্রধানমন্ত্রীক স্বাগতম জনাবৰ বাবে তাত আগৰ পৰাই উপস্থিত আছিল আমেৰিকাৰ প্রশাসনিক বিষয়া আৰু ভাৰতৰ ৰাষ্ট্রদূত তৰণজিৎ সিং সান্ধু ।

ADVERTISEMENT

২০১৪-ত ক্ষমতাত অহাৰ পাছত এইবাৰৰ স’তে সত বাৰ আমেৰিকা ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । বাইডেন ক্ষমতাত অহাৰ পাছত এয়ে প্রথম তেওঁৰ স’তে মুখামুখি সাক্ষাৎ হ’ব । আমেৰিকাত ভাৰতীয় বংশোদ্ভূতসকলৰ মাজত মোদী অতি জনপ্রিয় । সেয়ে তেওঁক স্বাগতম জনাবলৈ আমেৰিকাৰ প্রশাসনিক বিষয়াসকলৰ উপৰিও শতাধিক ভাৰতীয় উপস্থিত আছিল । ৱাশ্বিংটনত ভৰি থৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কৰে, ‘ৱাশ্বিংটনৰ ভাৰতীয়সকলৰ সাদৰ অভ্যর্থনাত মই অভিভূত । তেওঁলোকৰ প্রতি মই কৃতজ্ঞ ।’

RelatedPosts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

তিনিদিনীয়া এই আমেৰিকা ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাড শীর্ষ বৈঠকত যোগ দিব । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদতো ভাষণ দিব । লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স’তে দ্বিপাক্ষিক বৈঠকৰো পৰিকল্পনা আছে ।

Landed in Washington DC. Over the next two days, will be meeting @POTUS @JoeBiden and @VP @KamalaHarris, Prime Ministers @ScottMorrisonMP and @sugawitter. Will attend the Quad meeting and would also interact with leading CEOs to highlight economic opportunities in India. pic.twitter.com/56pt7hnQZ8

— Narendra Modi (@narendramodi) September 22, 2021

বাইডেন ক্ষমতাত অহাৰ পাছত এয়ে প্রথম দুই ৰাষ্ট্রপ্রধান মুখামুখি বৈঠকত মিলিত হ’ব । বাইডেনৰ লগতে কোৱাড শীর্ষ বৈঠকত জাপান, অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রীসকলৰ স’তেও সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদী । চলিত বৰ্ষৰ মার্চত ‘কোৱাড’ গঠন হোৱাৰ পাছত ভার্চুৱেল বৈঠক অনুষ্ঠিত হৈছিল চাৰি দেশৰ মাজত । এয়ে প্রথম মুখামুখি বৈঠকত মিলিত হ’ব আমেৰিকা, ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়া ।

এই বৈঠকত আফগানিস্তান, সীমান্ত সন্ত্রাস, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল, জলবায়ু আৰু নিৰাপত্তাসহ একাধিক বিষয় উত্থাপন হোৱাৰ সম্ভাৱনা আছে । বিশেষকৈ আফগানিস্তানৰ পৰা বাইডেন সেনা প্ৰত্যাহাৰৰ পাছত যিদৰে তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰিছে আৰু তালিবান চৰকাৰৰ গতিপ্রকৃতিও আলোচনাত উত্থাপন কৰা হ’ব পাৰে । ইপিনে, তালিবান শাসনে যে নতুন দিল্লীৰ চিন্তা বঢ়াইছে সেই বিষয়টোও এই বৈঠকত দাঙি ধৰিব পাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

শনিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে । তাতো সীমান্ত সন্ত্রাস, ক’ভিড পৰিস্থিতি, জলবায়ু পৰিৱর্তনৰ দৰে বিষয়সমূহ উত্থাপন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra ModiQuad MeetUsa Visit
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d