Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ওদালগুৰি লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত ভৱন উদ্বোধন

কামত দুৰ্নীতি কৰা ঠিকাদাৰৰ কাম বাতিল কৰি গোচৰ দিয়া হ'ব

publisher by publisher
September 24, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ওদালগুৰি লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত ভৱন উদ্বোধন
3
SHARES
25
VIEWS
ShareShareShareShare

কে’বা কোটি টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত ওদালগুৰি লোকনিৰ্মাণ বিভাগৰ (গৃহ আৰু পথ) সংমণ্ডলৰ ভৱনটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ উপস্থিতিত কাৰ্যালয়টোৰ দ্বাৰ মুকলি কৰে । ইয়াৰ পূৰ্বে বড়োৱে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ বাবে নিৰ্মাণ হ’বলগীয়া দুমহলীয়া আৱাস ভৱনৰ আধাৰশিলাও স্থাপন কৰে । ইয়াৰ পাছত কাৰ্যালয় চৌহদত এক আঢ়ম্বৰপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ।

ADVERTISEMENT

বিটিচিৰ লোকনিৰ্মাণ বিভাগৰ সচিব অমৰজ্যোতি বৰ্মণে প্ৰদান কৰা আদৰণী ভাষণৰ পাছতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে নিজৰ ভাষণ দাঙি ধৰে । ভাষণ প্ৰসংগত বড়োৱে কয়, “বছৰ বছৰ কৰা অপেক্ষাৰ অন্তত অজি বিভাগটোৱে এটা সুন্দৰ কাৰ্যালয় পাবলৈ সক্ষম হৈছে । এই কাৰ্যালয়টো সুন্দৰভাৱে ৰখাৰ দ্বায়িত্ব‌ও কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীসকলৰ ওপৰত এৰিছো । কাৰ্যালয়টোত কামসমূহ বিজ্ঞানসন্মতভাৱে সম্পন্ন কৰা হ’ব । বিটিআৰৰ লোকনিৰ্মাণ বিভাগটোত নতুনত্ব অনাৰ প্ৰয়োজন আছে । আন ঠাইৰ তুলনাত আমাৰ বিটিআৰস্থিত কাৰ্যালয়সমূহৰ পৰিস্কাৰ পৰিচন্নতা কম । গতিকে এতিয়াৰে পৰা বিটিআৰৰ সকলো বিভাগীয় কৰ্মচাৰীয়ে নিজৰ নিজৰ কাৰ্যালয়টো পৰিস্কাৰ কৰি ৰাখক । এই কাৰ্যালয় যাতে সদায় চফা হৈ থাকে তাৰ বাবে সপ্তাহত এদিন আধা কাম কৰক আৰু দিনটোৰ আধা সময় কাৰ্যালয়টো পৰিস্কাৰ কৰক । লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰীসকলে সপ্তাহটোৰ তিনিদিন অফিচত কাম কৰক আৰু তিনিদিন ফিল্ডত ঘূৰক ।”

RelatedPosts

UPPL -BJP Conflict:নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে এনডিএৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ সম্ভাৱনা ইউপিপিএলৰ

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

Hagrama Mohilary :বিটিচিৰ মুৰব্বীৰূপে শপত গ্ৰহণৰ পাছতে হাগ্ৰামাৰ হুংকাৰ

তেওঁ লগতে কয়, “বিটিআৰত বছৰি হেজাৰ হেজাৰ কোটি টকা ৰাস্তা আৰু দলং নিৰ্মাণত যায়‌ । ইয়াৰ পাছতো বহু ঠিকাদাৰে কামসমূহ আধা কৰিয়েই টকা সৰকায় । গতিকে এতিয়াৰে পৰা যিসকল ঠিকাদাৰে তিনি-চাৰি বছৰ একোটা কাম সম্পূৰ্ণ কৰা নাই তেওঁলোকৰ কাম বাতিল কৰি প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ বিৰুদ্ধে বিভাগে গোচৰ দিব লাগে । এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়সমূহ ঠিকাদাৰৰ আড্ডাস্থলী হ’ব দিয়া নহ’ব । আমি বিটিআৰ অঞ্চলত নতুন পদক্ষেপ হাতত লৈছো । আগন্তুক দিনবোৰত নিৰ্মাণ হ’বলগীয়া প্ৰতিটো পথৰ নম্বৰ আৰু নাম দিয়া হ’ব । প্ৰতিটো জাতি-জনগোষ্ঠীৰ সন্মানীয় লোকসকলৰ নামত পথৰ নামসমূহ ৰখা হ’ব । যোগাযোগৰ ক্ষেত্ৰখনতো বিটিআৰক আগুৱাই নিব বিচাৰিছো । এবছৰৰ ভিতৰত বিটিআৰৰ চুকে-কোণে ইণ্টাৰনেট সেৱাৰ কাম কৰিম । ইয়াৰ জৰিয়তে আমি কৰিবলৈ আগবঢ়া অনলাইন পাঠ্যক্ৰমৰ ক্ষেত্ৰত সহায়ক হ’ব ।

বিটিআৰৰ সকলো পথ পকীকৰণ কৰাৰ বাবে প্ৰায় চাৰি-পাঁচশ কোটিৰ প্ৰয়োজন হ’ব । আগন্তুক মাৰ্চৰ আশে-পাশে ৰাজ্য চৰকাৰে পথ নিৰ্মাণৰ বাবে ধন মুকলি কৰি দিয়াৰ ইংগিত দিছে । বিটিআৰ চুক্তি সম্পাদনৰ পাছত বিটিআৰ অঞ্চলত শান্তি ঘূৰি অহা বাবে বহু সংস্থাই এই অঞ্চলত বিনিয়োগ কৰিবলৈ মন মেলিছে । কিন্তু ইয়াৰ পাছতো আকৌ দুজনমান ল’ৰাই হাতত বন্দুক লৈ জংঘললৈ গৈ বোমা বিস্ফোৰণৰ হুংকাৰ দিছে । এইবোৰৰ দ্বাৰা অঞ্চলটোত শান্তিৰ পৰিৱৰ্তে অশান্তিহে সৃষ্টি হ’ব‌ । শিক্ষাৰ মানদণ্ড উন্নয়নৰ বাবে বিটিআৰ চৰকাৰে কাম কৰাৰ কৌশল তৈয়াৰ কৰিছে । আমাৰ বিটিআৰ অঞ্চলত বাঁহৰ উদ্যোগ, হস্ততাঁত শিল্পৰ উন্নয়নৰ বাবে কাম কৰাৰ লক্ষ্য হাতত লৈছো । কেন্দ্ৰ‌ই হস্ততাঁত শিল্পৰ বাবে এক-ডেৰশ কোটি টকা প্ৰদান কৰাৰ আশ্বাস দিছে ।”

লগতে বিটিআৰ প্ৰধান গৰাকীয়ে বিটিআৰৰ কাৰ্যালয়ৰ অসামাজিক কাৰ্য দুৰ্নীতি বন্ধ কৰাৰো হুংকাৰ প্ৰদান কৰে‌ । আজিৰ এই কাৰ্যসূচীত কাৰ্যবাহী সদস্য নিলুট স্বৰ্গীয়াৰী, এমচিএল‌এ সঞ্জয় স্বৰ্গীয়াৰী, ওদালগুৰি লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰণৱ কুমাৰ ৰাভাকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া তথা ইউপিপিএলৰ নেতাকৰ্মীসকল উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BTRPramod BoroSanjay Swargiary
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d