Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গুৱাহাটী পৌৰ নিগম নিৰ্বাচন সন্দৰ্ভত প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মাৰ ৰাজীৱ ভৱনত সংবাদমেল

publisher by publisher
September 30, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
গুৱাহাটী পৌৰ নিগম নিৰ্বাচন সন্দৰ্ভত প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মাৰ ৰাজীৱ ভৱনত সংবাদমেল
5
SHARES
54
VIEWS
ShareShareShareShare

গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ নকৰি নিগমৰ সকলো ক্ষমতা কুশীগত কৰি গণতন্ত্ৰৰ বিকেন্দ্ৰিকৰণৰ ব্যৱস্থাক প্ৰহসনত পৰিণত কৰিছে । এই অভিযোগ গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মাৰ । বৃহস্পতিবাৰে গুৱাহাটী ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত তেওঁ এই অভিযোগ উত্থাপন কৰি পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁ নিগমৰ নিৰ্বাচনৰ বাবে বিভাগীয় মন্ত্ৰী দায়বদ্ধ বুলি উল্লেখ কৰি তেওঁ কি কাৰণত আজি পৰ্যন্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অৱহেলা কৰি আহিছে সেই কথা স্পষ্ট কৰাৰ দাবী জনায় ।

ADVERTISEMENT

লগতে তেওঁ মন্ত্ৰীগৰাকীৰ সাহস আছে যদি নাগৰিক সভা পাতি নাগৰিকৰ মুখামুখি হোৱাৰ প্ৰত্যাহ্বান জনায় । তেওঁ সংবাদমেলত অসম চৰকাৰে সংবিধান উলংঘা কৰি এজন আই এছ বিষয়াক বিগত তিনিটা বছৰে গুৱাহাটী নগৰ উন্নয়নৰ দায়িত্বত নিয়োগ কৰি থৈছে যিজনে গুৱাহাটী বাসীৰ কথা শুনিবই নিবিচাৰে বুলি অভিযোগ তোলে । তেওঁ কয়, “অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব পালন কৰি থকা বিষয়াজনে গুৱাহাটী বাসীৰ সমস্যাৰ বিষয়ত অৱগত নহয় । তেওঁ গুৱাহাটী বাসীক সাক্ষাৎ কৰিব নিবিচাৰে । গুৱাহাটীৰ সমস্যা সন্দৰ্ভত আলোচনা কৰিব নিবিচাৰে । তেনে এজন লোকক কি স্বাৰ্থত গুৱাহাটীৰ প্ৰশাসক ৰূপে চকীত বহুৱাই থৈছে ? পৌৰ নিগম স্থানীয় স্বায়ত্ব শাসিত চৰকাৰ । সংবিধানে প্ৰদান কৰা ক্ষমতাৰ আধাৰত নিগমে কাৰ্যনিৰ্বাহ কৰে । পৌৰ নিগম আইন অনুসৰি প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে । কিন্তু এই আইন উলংঘা কৰি তিনিবছৰ উকলি যোৱাৰ পিছতো নিৰ্বাচন অনুষ্ঠিত নহ’ল ? ইয়াৰ কাৰণ কি ? এই সন্দৰ্ভত নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি কংগ্ৰেছ দলৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল । কিন্তু তেওঁ নিৰ্বাচন অনুষ্ঠিত কৰা ব্যৰ্থ হল । ইয়াৰ কাৰণ স্পষ্ট কৰা উচিত ।”

RelatedPosts

Meri Maati Mera Desh:গুৱাহাটীত ‘অমৃত কলহ যাত্ৰা’ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা

তিনি-চাৰি বছৰতো বানৰ সমস্যাৰ পৰা নিস্তাৰ নাই মহানগৰীৰ বাসিন্দাৰ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

গুৱাহাটী পৌৰ নিগম নিৰ্বাচন নোহোৱাত সকলোতকৈ অধিক ক্ষতিগ্ৰস্থ হৈছে গুৱাহাটীবাসী । নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হোৱা পাৰিষদ সকলক বিশেষকৈ খোৱাপানী, ৰাস্তা তথা বিভিন্ন আঁচনিৰ সন্দৰ্ভত যোগাযোগ কৰে । কিন্তু সেই লোকসকলে এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । পাৰিষদ নথকাত গুৱাহাটী বাসী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা বুলি তেওঁ উল্লেখ কৰি সংবিধানৰ নামত শপত খাই বিগত বিশ টা বছৰে বিধায়ক-মন্ত্ৰী তথা বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীৱেও গুৱাহাটী বাসীৰ সমস্যাক আওকাণ কৰা বুলি দুখ প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যোগাত্মক পদক্ষেপ লোৱাৰ পৰিবৰ্তে বিভিন্ন অজুহাত নিৰ্বাচন পিছুৱাই থকা বুলিহে শৰ্মাই অভিযোগ কৰে ।

লগতে তেওঁ গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডৰ সমস্যসমূহ সমাধানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা পাৰিষদ সকলৰ অবিহনে মুখ্যমন্ত্ৰীয়ে অকলে কেনেকৈ গুৱাহাটীক স্মাৰ্ট চিটিৰ ৰূপ দিব বুলিও তেওঁ প্ৰশ্ন কৰে । গুৱাহাটীৰ বিভিন্ন খোৱাপানীৰ আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰি তেওঁ কেগ আৰু অসমৰ ৰাজ্যপালৰ দৃষ্টি আকৰ্ষণ কৰি এই আঁচনিৰ নামত কোটি কোটি টকা অপচয় হোৱা বুলি সন্দেহ ব্যক্ত কৰে । লগতে এই আঁচনিৰ নামত দালাল ৰাজ চলি থকাৰো সন্দেহ প্ৰকাশ কৰে । সংবাদমেলত পৌৰ নিগমৰ দুগৰাকী প্ৰাক্তন পাৰিষদ ক্ৰমে স্বপন দাস আৰু উত্তম চৰকাৰ উপস্থিত থাকি গুৱাহাটীবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পাৰিষদ সকলে কিদৰে সহযোগ কৰি আহিছে সেই বিষয়ে উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Guwahati Municipal CorporationKushal Kumar Sarma
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d