Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Delta Variant : নিপাহৰ ‘ডেল্টা’ প্রজাতিৰ আগমন ঘটিলে মৃত্যুৰ হাৰ ৫০ শতাংশ বৃদ্ধি পাব : সকীয়নি বিজ্ঞানীৰ

publisher by publisher
October 19, 2021
in International, News
Reading Time: 1 min read
0
Delta Variant : নিপাহৰ ‘ডেল্টা’ প্রজাতিৰ আগমন ঘটিলে মৃত্যুৰ হাৰ ৫০ শতাংশ বৃদ্ধি পাব : সকীয়নি বিজ্ঞানীৰ
1
SHARES
14
VIEWS
ShareShareShareShare

কৰ’নাৰ সংক্রমণ বিশ্বত লাহে লাহে হ্রাস পাবলৈ ধৰাৰ সময়তে বিজ্ঞানীসকলে আন এক মহামাৰীৰ শংকাক লৈ বিশ্ববাসীক সকীয়ালে।

ADVERTISEMENT

এষ্ট্রাজেনেকাৰ কৰ’না প্ৰতিৰােধী প্রতিষেধক উদ্ভাৱনকাৰী দলৰ সদস্য ডেম ছাৰা গিলবার্টে এইবাৰ নিপাহ ভাইৰাছৰ সন্দৰ্ভত বিশ্ববাসীক সকীয়নি দি কয় যে এই ভাইৰাছৰ ‘ডেল্টা’ প্রজাতিৰ সংক্রমণে মহামাৰীৰ ৰূপ লােৱাৰ যথেষ্ট শংকা আছে আৰু এই প্রজাতিৰ ভাইৰাছৰ সংক্রমণ ঘটিলে মৃত্যুৰ হাৰ ৫০ শতাংশলৈকে বৃদ্ধি পাব পাৰে।

RelatedPosts

Covid -19 : চীনৰ ক’ৰনা পৰিস্থিতিৰ অৱনতি ! মুখ খুলিলে জিনপিঙে

Covid Update: পজিটিভ হাৰ সাত শতাংশ ! বিগত পাঁচদিনত দেশত ক’ভিড আক্ৰান্ত ৫০ হেজাৰৰো অধিক

America : আমেৰিকাত গৰ্ভাৱস্থাত ১,২০৫ মহিলাৰ মৃত্যু , ৬০ বছৰৰ সৰ্বাধিক গৰ্ভৱতীৰ মৃত্যু

লণ্ডনত এক অনুষ্ঠানত অংশ লােৱাৰ সময়ত গিলবার্টে কয়, ‘যদিহে নিপাহ ভাইৰাছৰ ‘ডেল্টা’ প্রজাতিৰ সৃষ্টি হয়, তেন্তে ই যথেষ্ট সংক্রামক হ’ব আৰু এই ভাইৰাছত আক্রান্ত লােকৰ মৃত্যুৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধি পাব পাৰে।

বর্তমানে নিপাহ ভাইৰাছত আক্রান্ত ৰােগীক সুস্থ কৰাৰ বাবে কোনাে নির্দিষ্ট ফলপ্রসূ চিকিৎসা পদ্ধতি নাই আৰু এতিয়ালৈকে এইবিধ ভাইৰাছৰ প্রতিষেধকো উপলব্ধ হােৱা নাই।’

এই বিশ্বত বহু পূর্বৰে পৰা এই ভাইৰাছ আছে। আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনচন বিভাগে নিপাহ ভাইৰাছক যথেষ্ট সংক্রামক আখ্যা দি ইয়াক কৰ’নাতকৈও অধিক ঘাতক বুলি অভিহিত কৰিছিল।

কৰ’নাত আক্ৰান্তৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ হৈছে এক শতাংশ, কিন্তু নিপাহত সংক্রমিতৰ মৃত্যুৰ হাৰ হৈছে ৪০ শতাংশতকৈ অধিক। বিশ্ব স্বাস্থ্য সংস্থায়াে সেয়েহে নিপাহৰ সম্ভাব্য সংক্ৰমণৰ সন্দৰ্ভত বিশ্ববাসীক অধিক সতর্কতা অৱলম্বন কৰিবলৈ পৰামর্শ দিছে।

১৯৯৯ত মালয়েছিয়াত আঠমাহত ২৬৫ জন লােক নিপাহত আক্ৰান্ত হৈছিল। আৰু এইসকল লােকৰ ১০৫ জনৰ মৃত্যু হৈছিল। এই ভাইৰাছৰ সংক্রমণ ইমানে ভয়াৱহ যে আক্রান্ত ব্যক্তিৰ ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত মৃত্যু হােৱাৰ শংকা থাকে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰত, বাংলাদেশ, কম্বােডিয়া, ঘানা, ইন্দোনেছিয়া, মেডাগাস্কাৰ, ফিলিপাইনছ, থাইলেণ্ডৰ দৰে দেশত নিপাহ ভাইৰাছৰ সংক্ৰমণৰ যথেষ্ট আশংকা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CDCCORONAVIRUSDelta Variant
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d