‘এশ কোটি’ ক’ভিড ভেকচিনেচন সম্পন্ন ভাৰতৰ

file 20200330 146683 1cvrccs

শেহতীয়াকৈ ভাৰতে ‘এশ কোটি’ ক’ভিড ভেকচিনেচনৰ মাইলখুটি অৰ্জন কৰিলে ।

বিগত বৰ্ষ ২০২০ৰ মাৰ্চৰ তুলনাত সম্প্ৰতি সুস্থতাৰ হাৰ ৯৮.১৫% ।

বিগত ২৪ ঘণ্টাত ১৮,৪৫৪জন লোক ক’ভিডত সংক্ৰমিত হৈছে ।

সম্প্ৰতি ১,৭৮,৮৩১ জন সক্ৰিয় ক’ভিড ৰোগী আছে ।

সাপ্তাহিক সংক্ৰমিতৰ হাৰ (১.৩৪%) বিগত ১১৮ দিনতকৈ ৩% কম ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ভাৰতৰ এশ কোটি ক’ভিড টিকাকৰণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ঐতিহাসিক আৰু গৌৰৱৰ মুহূৰ্ত হিচাপে বৰ্ণনা কৰিছে ।

Exit mobile version