মহানগৰীত হ্ৰাস পাব যান-জঁটৰ সমস্যা
ADVERTISEMENT
২২ মাহত নিৰ্মাণকাৰ্য সম্পন্ন হ’ল দিছপুৰ ফ্লাইঅভাৰৰ
এক কিলোমিটাৰ ২০০ মিটাৰ দৈৰ্ঘ্যৰ ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰ মুকলি
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফ্লাইঅভাৰটো মুকলি কৰে ।
Inauguration of 2-Lane Flyover, Supermarket, Guwahati. https://t.co/58S7wWazAP
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) November 4, 2021