ৰঙাপৰাত ব্যাতিক্রম ৰূপত বাতৰি পঢ়াৰ দৃষ্টি আৰ্কষন শ্যামা পুজাত। ছপা মাধমে যুগ যুগ ধৰি সমাজত এক ঐতিহ্য বহন কৰি আহিছে।ৰঙাপৰা ভিক্টৰীয়াচ ক্লাবে এই বেলি শ্যামা পুজাৰ লগত সংগতি ৰাখি পঢ়ুৱৈৰ মাজত বাতৰি কাকত প্ৰচলনৰ বৃদ্ধিৰে এক প্ৰদৰ্শনী, ৰঙাপৰাৰ বাতৰি কাকতৰ বিপনীৰ ছবি, আৰু বাতৰি কাকত পঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ভিক্টোৰিয়া ক্লাবৰ এনে ন চিন্তাক ৰাইজে তথা পাঠক সমাজে শলাগ লয়।
ৰঙাপৰাত ভিক্টোৰিয়া ক্লাবৰ ব্যতিক্ৰমী পদক্ষেপ
-
By publisher
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026