২৪বছৰ বয়সতে ৫০০ পুৰুষৰে সম্পৰ্ক স্থাপন কৰিলে আমেৰিকাৰ এই যুৱতীয়ে

0 Model offers FREE NUDES to people who get VACCINATED and claims Pfizer jab gave her huge boobs

যৌনকর্মী নহয়, কিন্তু এতিয়ালৈকে ৫০০ৰাে অধিক পুৰুষৰ শয্যাসংগী হ’ল আমেৰিকাৰ এগৰাকী যুৱতী। ‘ডেইলী ষ্টাৰ’ৰ বাতৰি অনুসৰি, মাত্র ২৪ বছৰ বয়সতে আমেৰিকাৰ কেলিফর্ণিয়া নিবাসী কাজুমী স্কুৱর্টছে ৫০০ ৰাে অধিক পুৰুষৰ স’তে যৌন সম্পর্কত লিপ্ত হ’ল আৰু ৩০ বছৰ বয়সৰ ভিতৰত কাজুমীয়ে ১,০০০ পুৰুষৰ স’তে সম্পর্ক গঢ়িব বিচাৰে।

কাজুমীয়ে কয় যে তেওঁ বৈবাহিক জীৱনত বিশ্বাস নকৰে আৰু সদায় নতুন পুৰুষৰ সান্নিধ্যত থাকিবলৈ ভাল পায়। এগৰাকী মডেল হিচাপে কৰ্মৰত কাজুমীৰ ‘অনলি ফেনছ’ত অগণন অনুৰাগী আছে আৰু এই ৱেবছাইটৰ জৰিয়তে তেওঁ মাহে কে’বা লাখ টকা উপার্জন কৰি আহিছে।

কাজুমীয়ে কয় যে পুৰুষ সংগীৰ সংখ্যা এতিয়া তেওঁ গণনা কৰিবলৈ বাদ দিছে যদিও বর্তমানলৈকে কমেও ৫০০ পুৰুষৰ তেওঁ শয্যাসংগী হৈছে। কাজুমীয়ে লগতে কয় যে তেওঁ বিশ্বৰ সকলাে দেশৰ পুৰুষৰ স’তে নিবিড় সম্পর্ক গঢ়িব বিচাৰে।

ধন উপার্জনৰ বাবে তেওঁ পুৰুষৰ স’তে সম্পর্ক নগঢ়ে বুলিও কাজুমীয়ে দাবী কৰিছে। অৱশ্যে চিকিৎসকৰ মতে, কাজুমী এক যৌনৰােগী আৰু সেয়েহে তেওঁ বিকৃত যৌন জীৱনক আদৰি লৈছে।

Exit mobile version