Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Kabul Blast: কাবুলৰ বিস্ফোৰণত নিহত তিনি ,সন্ত্ৰাসবাদী হত্যা কৰিলে এজন সাংবাদিকক

publisher by publisher
November 16, 2021
in International, News
Reading Time: 1 min read
0
Kabul Blast: কাবুলৰ বিস্ফোৰণত নিহত তিনি ,সন্ত্ৰাসবাদী হত্যা কৰিলে এজন সাংবাদিকক
1
SHARES
14
VIEWS
ShareShareShareShare

কাবুলৰ যাত্ৰীবাহী মিনিবাছ বিস্ফোৰণত তেওঁলোকৰ ভূমিকা থকাৰ কথা দেওবাৰে এটা বিবৃতিত স্বীকাৰ কৰিলে ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদীসকলে ।

ADVERTISEMENT

উল্লেখ্য যে, এই বিস্ফোৰণত আফগানিস্তানৰ হামিদ চাইগনি নামৰ এজন পৰিচিত সাংবাদিকে প্ৰাণ হেৰুৱাইছে বুলি দাবী কৰিছে সাংবাদ মাধ্যমৰ একাংশই ।

RelatedPosts

Taliban : তালিবানৰ হাতত প্ৰাণ গ’ল কাবুল বিমানবন্দৰত বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড, দাবী আমেৰিকাৰ

Kabul Blast : কাবুলৰ বিস্ফোৰণত নিহত শতাধিক শিক্ষাৰ্থী, আহত একাধিক

আকৌ, একাংশৰ দাবী তেওঁক আই এছ সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে। যোৱা ১৩ নৱেম্বৰত পশ্চিম কাবুলৰ দশত-ই-বাৰ্চি অঞ্চলত বিস্ফোৰণত কঁপি উঠিছিল জনবহুল পথ ।আতংকিত জনতাই এখন যাত্ৰীবাহী মিনিবাছত জুই জ্বলা পৰিলক্ষিত কৰে ।

এই ঘটনাটোত তিনিজনে প্ৰাণ হেৰুৱাই আৰু ছজন গুৰুতৰভাৱে আহত । প্ৰশাসনে জানিবলৈ দিয়া মতে, আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

আজি সন্ত্ৰাসবাদী দলটোৰ প্ৰতিনিধিজনে এটা ছ’চিয়েল মিডিয়া চেনেলক জনাইছে যে বিস্ফোৰণটোত মুঠ ২০জন লোক নিহত হৈছিল । অৱশ্যে, তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে কয় যে মৃত্যুৰ সংখ্যা ২০তকৈ যথেষ্ট কম আছিল ।

আই এছ আই এছ-ৰ সন্ত্ৰাসবাদীসকলে দীৰ্ঘদিন ধৰি দাশাত-ই-বাৰ্চি অঞ্চলত আক্ৰমণ কৰি আহিছে । বিভিন্ন ঘটনাত দেখা গৈছে যে বিশেষকৈ চিয়া-হাজাৰা বাসিন্দাসকলক আক্ৰমণ কৰা হৈছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আফগান সাংবাদিক সংগঠনে জনায় যে, শনিবাৰৰ বিস্ফোৰণত সাংবাদিক হামিদ চাইগনিও আছিল বাছখনত ।

তেওঁ বিস্ফোৰণত নিহত হয় । তেওঁ আফগানিস্তানৰ এগৰাকী প্ৰখ্যাত আৰিয়ানা বাতৰিত কাৰ্মৰত আছিল । অৱশ্যে, আন এক সংবাদ মাধ্যমে দাবী কৰে যে হামিদক আই এছ সন্ত্ৰাসবাদীয়ে কাবুলৰ উত্তৰ অংশৰ এক অজ্ঞাত স্থানত হত্যা কৰিছে ।

তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আই এছ সন্ত্ৰাসবাদীসকলে আফগানিস্তানত নিৰন্তৰ আক্ৰমণ কৰি আহিছে। তালিবান সূত্ৰৰ মতে, যোৱা তিনি মাহত প্ৰশাসনে অভিযান চলাই মুঠ ৬০০ জন সন্ত্ৰাসবাদীক বন্দী কৰিছে।

আনহাতে, ম্যানমাৰৰ কাৰাবন্দী আমেৰিকান সাংবাদিক ডেনি ফেনষ্টাৰক মুক্তি দিয়া হয়। জুন্টাৰ মুখপাত্ৰই কয় যে সাংবাদিকজনে ম্যানমাৰ এৰি ঘৰলৈ উভতি আহিব পাৰে।

যোৱা শুকুৰবাৰে ম্যানমাৰৰ সামৰিক আদালতে তেওঁক ১১ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল । ৩৭ বছৰীয়া ডেনিয়ে সংবাদ সংস্থা ‘ফ্ৰণ্টিয়াৰ ম্যানমাৰ’ত কৰ্মৰত । যোৱা মে’ মাহত তেওঁক দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ম্যানমাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূত বিল ৰিচাৰ্ডছনৰ হস্তক্ষেপত ডেনীক মুকলি কৰি দিয়া হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kabul Blast
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d