সৰুসজাই ক’ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ

* সৰুসজাই ক’ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ
* স্বাস্হ্য কৰ্মী, ৰোগীৰে আলোচনা কৰি চেন্টাৰটোৰ পৰিস্হিতৰ বুজ ল’লে উপায়ুক্ত গৰাকীয়ে
* গুৱাহাটী মহানগৰীৰ ক’ভিড পৰিস্হিতিক লৈ চিন্তা চৰ্চা উপায়ুক্তগৰাকীৰ
* গুৱাহাটীত বৃদ্ধি কৰা হ’ব ক’ভিড টেষ্টৰ হাৰ। যদি কভিডৰ সংক্ৰমণৰ হাৰ বৃদ্ধি হয় তেন্তে স্বাস্হ্য বিভাগ, শিক্ষা বিভাগৰ SOP অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব
* সৰুসজাই ক’ভিড কেয়াৰ চেন্টাৰৰ সমস্যাক লৈও আলোচনা কৰিব উপায়ুক্তগৰাকীয়ে |

Exit mobile version